Class 10 Science তথা দশম মান শ্ৰেণীৰ বিজ্ঞানৰ ধাৰণা যদি আপুনি সম্পূৰ্ণ ৰূপে আহৰণ কৰিব বিচাৰি আছে তেন্তে Assamese Medium এ আপোনাক এক বিনামূলীয়া সেৱা আগবঢ়াই আছে। ইয়াত আপুনি মাতৃভাষাত Class 10 Science ৰ সম্পূৰ্ণ Concept লৈ পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰিব পাৰিব।
ইয়াত আমি Assamese Medium ৰ ছাত্ৰ ছাত্ৰীৰ বাবে Class 10 Science ৰ প্ৰতিটো অধ্যায়ৰ মূল কথাৰ লগতে পাঠ্য ভিত্তিক প্ৰশ্ন, অনুশীলনীৰ প্ৰশ্ন উত্তৰ লগতে HSLC পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কিছু প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিছোঁ।
তলৰ লিংকৰ পৰা আপুনি আপোনাৰ প্ৰয়োজন মতে Class 10 Science যিকোনো বিষয়ৰ ওপৰত সবিশেষ আলোচনা আৰু সম্পূৰ্ণ প্ৰশ্ন উত্তৰ পাব পাৰে।
Class 10 Science Assamese Medium Full Syllabus Solution
- Class 10 Science Chapter 1 Assamese Medium: ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
- Class 10 Science Chapter 2 Assamese Medium: এচিড ক্ষাৰ আৰু লৱণ
- Class 10 Science Chapter 3 Assamese Medium: ধাতু আৰু অধাতু
- Class 10 Science Chapter 4 Assamese Medium: কাৰ্বন আৰু তাৰ যৌগ
- Class 10 Science Chapter 5 Assamese Medium: মৌলৰ পৰ্যাবৃত্ত তালিকা
- Class 10 Science Chapter 6 Assamese Medium: জীৱন প্ৰক্ৰিয়া
- Class 10 Science Chapter 7 Assamese Medium: নিয়ন্ত্ৰণ আৰু সমন্বয়
- Class 10 Science Chapter 8 Assamese Medium: জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে?
- Class 10 Science Chapter 9 Assamese Medium: বংশগতি আৰু ক্ৰমবিকাশ
- Class 10 Science Chapter 10 Assamese Medium: পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ
- Class 10 Science Chapter 11 Assamese Medium: মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
- Class 10 Science Chapter 12 Assamese Medium: বিদ্যুৎ
- Class 10 Science Chapter 13 Assamese Medium: বিদ্যুৎ – প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া
- Class 10 Science Chapter 14 Assamese Medium: শক্তিৰ উৎসসমূহ
- Class 10 Science Chapter 15 Assamese Medium: আমাৰ পৰিৱেশ
- Class 10 Science Chapter 16 Assamese Medium: প্ৰাকৃতিক পৰিৱেশৰ ব্যৱস্থাপনা
আমি ইয়াত Class 10 Science Full Syllabus ৰ সম্পূৰ্ণ ধাৰণা আৰু প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ। লিংকৰ পৰা আপুনি আপোনাৰ প্ৰয়োজন মতে তাৰ পৰা পঢ়িব পাৰে। ইয়াৰ উপৰিও যদি আপোনালোকৰ Class 10 Science ৰ কোনো বিশেষ বিষয়ৰ ওপৰত কিবা জানিব লগা থাকে তেন্তে এতিয়াই Assamese Medium Facebook Page ক Follow কৰি জনাব পাৰে। আমি অতি সোনকালেই আপোনাৰ সমস্যাৰ সমাধান দিবলৈ যত্ন কৰিম।
Conclusion on Class 10 Science
এতিয়ালৈকে আমি Assamese Medium ত সাধাৰণ বিজ্ঞানৰ সম্পূৰ্ণ ধাৰণাৰ সৈতে প্ৰতিটো অধ্যায়ৰ মূল কথা খিনি আৰু পাঠ্যপুথিত থকা প্ৰশ্নৰ উত্তৰ যোগান ধৰাৰ ওপৰিও অনুশীলনীৰ প্ৰশ্ন উত্তৰ দিবলৈ যত্ন কৰা হৈ আছে।
যদি আপুনি অসমীয়া মাধ্যমৰ দশম মান শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰী তেন্তে এই সহায়িকাৰ জৰিয়তে HSLC Exam ত লাভবান হব পাৰিব বুলি আমি আশাবাদী। আপুনি যদি আমাৰ পাঠ সমূহ পঢ়ি লাভবান হৈছে তেন্তে বন্ধু বান্ধৱীৰ সৈতে ভাগ-বতৰা কৰিবলৈ নেপাহৰিব। এই ব্যৱস্থাই গোটেই অসমত এক বিনামূলীয়া শিক্ষাৰ জোৱাৰ আহক তাৰ কামনা কৰিছোঁ।