Class 10 Science তথা দশম মান শ্ৰেণীৰ বিজ্ঞানৰ ধাৰণা যদি আপুনি সম্পূৰ্ণ ৰূপে আহৰণ কৰিব বিচাৰি আছে তেন্তে Assamese Medium এ আপোনাক এক বিনামূলীয়া সেৱা আগবঢ়াই আছে। ইয়াত আপুনি মাতৃভাষাত Class 10 Science ৰ সম্পূৰ্ণ Concept লৈ পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰিব পাৰিব।

ইয়াত আমি Assamese Medium ৰ ছাত্ৰ ছাত্ৰীৰ বাবে Class 10 Science ৰ প্ৰতিটো অধ্যায়ৰ মূল কথাৰ লগতে পাঠ্য ভিত্তিক প্ৰশ্ন, অনুশীলনীৰ প্ৰশ্ন উত্তৰ লগতে HSLC পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কিছু প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিছোঁ।

তলৰ লিংকৰ পৰা আপুনি আপোনাৰ প্ৰয়োজন মতে Class 10 Science যিকোনো বিষয়ৰ ওপৰত সবিশেষ আলোচনা আৰু সম্পূৰ্ণ প্ৰশ্ন উত্তৰ পাব পাৰে।

Class 10 Science

Class 10 Science Assamese Medium Full Syllabus Solution

আমি ইয়াত Class 10 Science Full Syllabus ৰ সম্পূৰ্ণ ধাৰণা আৰু প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ। লিংকৰ পৰা আপুনি আপোনাৰ প্ৰয়োজন মতে তাৰ পৰা পঢ়িব পাৰে। ইয়াৰ উপৰিও যদি আপোনালোকৰ Class 10 Science ৰ কোনো বিশেষ বিষয়ৰ ওপৰত কিবা জানিব লগা থাকে তেন্তে এতিয়াই Assamese Medium Facebook PageFollow কৰি জনাব পাৰে। আমি অতি সোনকালেই আপোনাৰ সমস্যাৰ সমাধান দিবলৈ যত্ন কৰিম।

Conclusion on Class 10 Science

এতিয়ালৈকে আমি Assamese Medium ত সাধাৰণ বিজ্ঞানৰ সম্পূৰ্ণ ধাৰণাৰ সৈতে প্ৰতিটো অধ্যায়ৰ মূল কথা খিনি আৰু পাঠ্যপুথিত থকা প্ৰশ্নৰ উত্তৰ যোগান ধৰাৰ ওপৰিও অনুশীলনীৰ প্ৰশ্ন উত্তৰ দিবলৈ যত্ন কৰা হৈ আছে।

যদি আপুনি অসমীয়া মাধ্যমৰ দশম মান শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰী তেন্তে এই সহায়িকাৰ জৰিয়তে HSLC Exam ত লাভবান হব পাৰিব বুলি আমি আশাবাদী। আপুনি যদি আমাৰ পাঠ সমূহ পঢ়ি লাভবান হৈছে তেন্তে বন্ধু বান্ধৱীৰ সৈতে ভাগ-বতৰা কৰিবলৈ নেপাহৰিব। এই ব্যৱস্থাই গোটেই অসমত এক বিনামূলীয়া শিক্ষাৰ জোৱাৰ আহক তাৰ কামনা কৰিছোঁ।