Class 10 Science Chapter 15 PDF Note in Assamese

আপুনি যদি Assamese Medium ৱেবচাইটৰ এই পৃষ্ঠা পঢ়ি আছে তেন্তে নিশ্চয় আপুনি দশম মান শ্ৰেণীত পঢ়ি থকা শিক্ষাৰ্থী অথবা পঢ়াই থকা শিক্ষক শিক্ষয়িত্ৰী আৰু ইয়াত আপুনি Class 10 Science Chapter 15 Question Answer in Assamese বা Class 10 Science Chapter 15 PDF Note in Assamese বিচাৰিহে আহিছে আৰু আমি আপোনাৰ আশা অনুযায়ী সমাধান দিবলৈ প্ৰয়াস কৰিছো।

আজি আমি ইয়াত আলোচনা কৰিম Class 10 Science Chapter 15 Question Answer আৰু ইয়াৰ পৰাই আপুনি Class 10 Science Chapter 15 PDF Note in Assamese ডাউনলোড কৰিব পাৰিব।

Class 10 Science Chapter 15 PDF Note in Assamese

আমি কেৱল এই ৱেবচাইটৰ জৰিয়তে প্ৰশ্ন উত্তৰ যোগান ধৰাই নহয়, আমি Assamese Medium YouTube Channel ৰ যোগেদি এই সকলো অধ্যায়ৰ সম্পূৰ্ণ Video Class দিবলৈ যত্ন কৰিছো। আপুনি বিচাৰিলে লিংকত ক্লিক কৰি আমাৰ Video Class চাব পাৰিব

Blue Questions Class 10 Science 15 in Assamese Medium

ইয়াত আমি কেৱল Class 10 Science Chapter 15 Question সমূহ উল্লেখ কৰিছো আৰু তাৰ উত্তৰ সমূহৰ সুন্দৰ PDF তলত দিয়া লিংকৰ জৰিয়তে লাভ কৰিব পাৰিব। তেন্তে আহক “শক্তিৰ উৎসসমূহ” নামৰ অধ্যায়ত কি কি প্ৰশ্ন আছে প্ৰথমে চাই লওঁ।

Class 10 Science Chapter 15 Blue Question Page No. 157

1.কিছুমান পদার্থ জীৱ নিম্নিকৰণ আৰু আন কিছুমান জীৱ অনিন্নিকৰণ কিয় হয় ?
2. জীৱ নিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা যিকোনাে দুটা সম্ভাৱনাৰ বিষয়ে লিখা।
3. জীৱ অনিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা যি কোনাে দুটা সম্ভাৱনাৰ বিষয়ে লিখা।

Class 10 Science Chapter 15 Blue Question Page No. 261

1.পৌষ্টিক স্তৰ কি ? উদাহৰণসহ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখা।
2. পৰিস্থিতি তন্ত্রত বিয়ােজকৰ ভূমিকা কি?

Class 10 Science Chapter 15 Blue Question Page No. 264

1.অ’জন কি আৰু ই কোন পৰিস্থিতি তন্ত্রত কেনেদৰে প্রভাব পেলায় ?
2. পেলনীয়া আবর্জনাৰ সমস্যাৰ হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্রহণ কৰিবা ? ইয়াৰ যিকোনােদুটা পদ্ধতিৰ বিষয়ে লিখা।

Class 10 Science Chapter 15 Exercise Question Answer

1.তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদার্থ আছে? – a) ঘাঁহ, ফুল আৰু চামৰা b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস d) পিঠা, কাঠ আৰু ঘাঁহ
2.তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে? – a) ঘাঁহ, ঘেঁহু আৰু আম b) ঘাঁহ, ছাগলী আৰু মানুহ c) ছাগলী, গৰু আৰু হাতী d) ঘাঁহ, মাছ আৰু ছাগলী
3.তলত উল্লেখ কৰাবিলাকৰ কোনকেইটা পৰিবেশ অনুকুল অভ্যাসৰ অন্তর্ভুক্ত? a) দোকান বা বজাৰ কৰিবলৈ যাওতে হাতত কাপােৰৰ মােনা লৈ যােৱা অভ্যাস b) অপ্রয়ােজনীয়ভাবে জ্বলি থকা লাইট বা চলি থকা ফেনৰ চুইচ (Switch) বন্ধ কৰি ৰখা অভ্যাস। c) তােমাক মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্ত্তে তুমি নিজে খােজ কাঢ়ি যােৱা অভ্যাস d) ওপৰৰ আটাইকেইটা অভ্যাস।
4) কোনাে এটা পৌষ্টিক স্তৰৰ সকলােবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব ?
5) বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলােবিলাক জীৱক ধংস কৰিলে প্রত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্রভাব পৰিবনে? পৰিস্থিতি তন্ত্ৰৰ কোনাে হানি নােহােৱাকৈ যি কোনাে এটা পৌষ্টিক স্তৰৰ সকলােবিলাক জীৱক আঁতৰাব পাৰিমনে?
6.জৈৱিক বিবর্ধক (Biological Magnification) বুলিলে কি বুজা ? পৰিস্থিতি তন্ত্রৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হবনে?
7. আমি সৃষ্টি কৰা জীৱ অনিন্নিকৰণ পদার্থবিলাকৰ পৰা আমাৰ কি কি সমস্যা হব পাৰে?
8. আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলােবিলাকেই যদি জীৱ নিম্নিকৰণ পদার্থ হয় তেনেহলে পৰিবেশৰ ওপৰত একো প্রভাব নপৰাকৈ থাকিবনে ?

Class 10 Science Chapter 15 PDF Note in Assamese

ওপৰত আমি Class 10 Science Chapter 15 Question সমূহ উল্লেখ কৰিছো আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমি তলত দিয়া লিংকৰ জৰিয়তে PDF দিয়াৰ ব্যৱস্থা কৰিছো। আপুনি লিংকত ক্লিক কৰি Class 10 Science Chapter 15 Question Answer in Assamese Medium PDF ডাউনলোড কৰিব পাৰে।

Class 10 Science Chapter 15 PDF Note in Assamese

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment