Class 10 Science Chapter 14 PDF Note in Assamese

আপুনি যদি Assamese Medium ৱেবচাইটৰ এই পৃষ্ঠা পঢ়ি আছে তেন্তে নিশ্চয় আপুনি দশম মান শ্ৰেণীত পঢ়ি থকা শিক্ষাৰ্থী অথবা পঢ়াই থকা শিক্ষক শিক্ষয়িত্ৰী আৰু ইয়াত আপুনি Class 10 Science Chapter 14 Question Answer in Assamese বা Class 10 Science Chapter 14 PDF Note in Assamese বিচাৰিহে আহিছে আৰু আমি আপোনাৰ আশা অনুযায়ী সমাধান দিবলৈ প্ৰয়াস কৰিছো।

আজি আমি ইয়াত আলোচনা কৰিম Class 10 Science Chapter 14 Question Answer আৰু ইয়াৰ পৰাই আপুনি Class 10 Science Chapter 14 PDF Note in Assamese ডাউনলোড কৰিব পাৰিব।

আমি কেৱল এই ৱেবচাইটৰ জৰিয়তে প্ৰশ্ন উত্তৰ যোগান ধৰাই নহয়, আমি Assamese Medium YouTube Channel ৰ যোগেদি এই সকলো অধ্যায়ৰ সম্পূৰ্ণ Video Class দিবলৈ যত্ন কৰিছো। আপুনি বিচাৰিলে লিংকত ক্লিক কৰি আমাৰ Video Class চাব পাৰিব

Class 10 Science Chapter 14 PDF Note in Assamese

Blue Questions Class 10 Science 14 Assamese Medium

ইয়াত আমি কেৱল Class 10 Science Chapter 14 Question সমূহ উল্লেখ কৰিছো আৰু তাৰ উত্তৰ সমূহৰ সুন্দৰ PDF তলত দিয়া লিংকৰ জৰিয়তে লাভ কৰিব পাৰিব। তেন্তে আহক “শক্তিৰ উৎসসমূহ” নামৰ অধ্যায়ত কি কি প্ৰশ্ন আছে প্ৰথমে চাই লওঁ।

Class 10 Science Chapter 14 Blue Question Page No. 143

1. শক্তিৰ ভাল উৎস কি ?
2. ভাল ইন্ধন কি ?
3. যদি তুমি খাদ্য গৰমোৱাৰ বাবে যিকোনো ইন্ধনৰ উৎস ব্যৱহাৰ কৰিবলৈ সক্ষম, তেন্তে তুমি কি উৎস ব্যৱহাৰ কৰিবা ?

Class 10 Science Chapter 14 Blue Question Page No. 244

1. জীৱাশ্মইন্ধনৰ অসুবিধাসমূহ লিখা ।
2. আমি শক্তিৰ বিকল্প উৎস কিয় বিচাৰো ?
3. আমাৰ সুবিধাৰ বাবে বায়ু আৰুজল শক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ কি পৰিৱৰ্তন অনা হৈছে ?

Class 10 Science Chapter 14 Blue Question Page No. 253

1. কোন ধৰণৰ দাপোন- অৱতল, উত্তল নে সমতল সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট ? কিয় ?
2. মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা কি কি ?
3. ভূ-তাপীয় শক্তি কি ?
4. নিউক্লীয় শক্তিৰ অসুবিধা সমূহ কি কি ?
5. শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ’ব পাৰেনে ? কিয় পাৰে বা কিয় নোৱাৰে ?
6. ৰকেটৰ ইন্ধন হিচাপে হাইড্ৰ’জেন ব্যৱহাৰহয়। তোমালোকে ইয়াক চি. এন. জি. (মেখ)ত কৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্যকৰিবানেকি? কিয় কৰিবা বা কিয় নকৰা ?

Class 10 Science Chapter 14 Blue Question Page No. 254

1. তুমি নৱীকৰণযোগ্য বুলি বিৰ্চনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা। তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা।
2. তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা। তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা।

Class 10 Science Chapter 14 Exercise Question Answer

1.পানী গৰম কৰিবলৈ সৌৰ জল হীটাৰ এটা ব্যৱহাৰ কৰিব নোৱৰা দিনটো হৈছেঞা ।
(a) ৰৌদ্ৰোজ্বলদিন (b) ডাৱৰীয়াদিন (c) গৰমদিন (d) বতাহে কোবোৱা দিন
2. তলৰ কোনটো জীৱভৰ শক্তিৰ উদাহৰণ নহয় ? a)খৰি b) গোবৰ-গেছ c) নিউক্লীয় শক্তি d) কয়লা
3. আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহসংখ্যক উৎসৰ শক্তি হ’ল সঞ্চিত সৌৰ শক্তি। তলৰ কোনটো সৌৰ শক্তি আধাৰিতনহয় ? a) ভূ-তাপীয়শক্তি b) বায়ুশক্তি c)নিউক্লীয়শক্তি d) জৈৱ উপাদান
4. শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্ম ইন্ধন আৰু সৌৰশক্তিৰ তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য দেখুওৱা ।
5. শক্তিৰ উৎস হিচাপে জীৱ ভৰ আৰু জলবিদ্যুতৰ মাজৰ পাৰ্থক্যসমূহ দেখুওৱা ।
6. তলত দিয়া উৎসসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা কি কি ? a)বতাহ b) তৰংগ c)জোৱাৰ-ভাটা
7. কি আধাৰত শক্তিৰ উৎসসমূহ : a) নৱীকৰণযোগ্য আৰু নৱীকৰণ-অযোগ্য b) ক্ষয়িষ্ণু আৰু অক্ষয়িষণু বুলি শ্ৰেণীভুক্ত কৰিবা ? (a) আৰু (b) ত উল্লেখ কৰা বাছন (option) একেই নে ?
8. এটা আদৰ্শ শক্তি উৎসৰ গুণসমূহ কি কি ?
9. সৌৰ চূলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি ?
10. পৰিৱেশৰ ওপৰত শক্তিৰ বৰ্দ্ধিত চাহিদাৰ প্রভাৱ কি কি? শক্তিৰ ব্যয় হাসৰ বাবে তুমি কি কি পদক্ষেপ লোৱাৰ পৰামৰ্শ দিবা ?

Class 10 Science Chapter 14 PDF Note in Assamese

ওপৰত আমি Class 10 Science Chapter 14 Question সমূহ উল্লেখ কৰিছো আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমি তলত দিয়া লিংকৰ জৰিয়তে PDF দিয়াৰ ব্যৱস্থা কৰিছো। আপুনি লিংকত ক্লিক কৰি Class 10 Science Chapter 14 Question Answer in Assamese Medium PDF ডাউনলোড কৰিব পাৰে।

Class 10 Science Chapter 14 PDF Note in Assamese

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

1 thought on “Class 10 Science Chapter 14 PDF Note in Assamese”

Leave a Comment