Class 10 Science Chapter 16 PDF Note in Assamese

আপুনি যদি Assamese Medium ৱেবচাইটৰ এই পৃষ্ঠা পঢ়ি আছে তেন্তে নিশ্চয় আপুনি দশম মান শ্ৰেণীত পঢ়ি থকা শিক্ষাৰ্থী অথবা পঢ়াই থকা শিক্ষক শিক্ষয়িত্ৰী আৰু ইয়াত আপুনি Class 10 Science Chapter 16 Question Answer in Assamese বা Class 10 Science Chapter 16 PDF Note in Assamese বিচাৰিহে আহিছে আৰু আমি আপোনাৰ আশা অনুযায়ী সমাধান দিবলৈ প্ৰয়াস কৰিছো।

আজি আমি ইয়াত আলোচনা কৰিম Class 10 Science Chapter 16 Question Answer আৰু ইয়াৰ পৰাই আপুনি Class 10 Science Chapter 16 PDF Note in Assamese ডাউনলোড কৰিব পাৰিব।

আমি কেৱল এই ৱেবচাইটৰ জৰিয়তে প্ৰশ্ন উত্তৰ যোগান ধৰাই নহয়, আমি Assamese Medium YouTube Channel ৰ যোগেদি এই সকলো অধ্যায়ৰ সম্পূৰ্ণ Video Class দিবলৈ যত্ন কৰিছো। আপুনি বিচাৰিলে লিংকত ক্লিক কৰি আমাৰ Video Class চাব পাৰিব।

Class 10 Science Chapter 16 Assamese Medium

Blue Questions Class 10 Science 16 Assamese Medium

ইয়াত আমি কেৱল Class 10 Science Chapter 16 Question সমূহ উল্লেখ কৰিছো আৰু তাৰ উত্তৰ সমূহৰ সুন্দৰ PDF তলত দিয়া লিংকৰ জৰিয়তে লাভ কৰিব পাৰিব। তেন্তে আহক “প্ৰাকৃতিক পৰিৱেশৰ ব্যৱস্থাপনা” নামৰ অধ্যায়ত কি কি প্ৰশ্ন আছে প্ৰথমে চাই লওঁ।

Class 10 Science Chapter 16 Blue Question Page No. 269

1.পৰিবেশ হিতৈষী হ’বলৈ তােমাৰ কি কি অভ্যাসৰ পৰিবৰ্তন কৰিব পাৰা?
2.ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰাৰ সুবিধা কি হব পাৰে?
3.সম্পদৰ এনেধৰণৰ সুবিধাৰ পৰা দীর্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবােৰ কেনেকৈ পার্থক্য কৰিবা ?
4.সম্পদসমূহৰ সমভাৱে বিতৰণ হ’ব লাগে বুলি কিয় ভাবা? আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি শক্তিয়ে কাম কৰি আছে?

Class 10 Science Chapter 16 Blue Question Page No. 273

1.বন আৰু বন্যপ্রাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে ?
2.বনাঞ্চল সংৰক্ষণ সম্পর্কে মতামত আগবঢ়োৱা।

Class 10 Science Chapter 16 Blue Question Page No. 276

1.তােমালােকৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতি বা ব্যৱস্থাপনাবােৰ বিচাৰি উলিওৱা।
2.পাহাৰীয়া অঞ্চল বা সমতল অঞ্চল বা মালভূমি অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবােৰৰ মাজত তুলনা কৰা।

Class 10 Science Chapter 16 Exercise Question Answer

1.পৰিবেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনত কেনেধৰণৰ পৰিবৰ্তনৰ পৰামৰ্শ আগবঢ়াবা?
2.পৰিবেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে তােমালােকৰ বিদ্যালয়ত কেনেধৰণৰ পৰিবৰ্তনৰ পৰামর্শ দিবা?
3. এই অধ্যায়ত আমি দেখিলাে বন আৰু বন্যপ্রাণীৰ প্ৰধানকৈ চাৰিটা অংশীদাৰ (Stake holders) আছে। এইবােৰৰ ভিতৰত কোনটো অংশীদাৰৰ বনসম্পদৰ ব্যৱস্থাপনাৰ বিষয়ে সিদ্ধান্ত ল’ব পৰা কর্তৃত্ব থাকিব লাগে? তুমি কিয় তেনেকৈ ভাবা?
4. তলৰ সম্পদসমূহৰ ওপৰত এজন সাধাৰণ ব্যক্তি হিচাপে কেনেধৰণৰ ব্যৱস্থাপনাৰ দায়িত্ব ল’বা – (a) বন আৰু বন্যপ্রাণী (b) জলসম্পদ (c) কয়লা আৰু পেট্রলিয়াম
5. তুমি এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবােৰৰ ব্যৱহাৰ কম কৰিবলৈ কি কৰিবা?
7. এই পাঠত উত্থাপন হােৱা সমস্যাৰ ভিত্তিত আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ বহনক্ষম ব্যৱহাৰৰ কাৰণে তােমালােকৰ জীৱন শৈলীৰ কি পৰিবৰ্তন কৰিবা ?

Class 10 Science Chapter 16 PDF Note in Assamese

ওপৰত আমি Class 10 Science Chapter 16 Question সমূহ উল্লেখ কৰিছো আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমি তলত দিয়া লিংকৰ জৰিয়তে PDF দিয়াৰ ব্যৱস্থা কৰিছো। আপুনি লিংকত ক্লিক কৰি Class 10 Science Chapter 16 Question Answer in Assamese Medium PDF ডাউনলোড কৰিব পাৰে।

Class 10 Science Chapter 16 PDF Note in Assamese

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

3 thoughts on “Class 10 Science Chapter 16 PDF Note in Assamese”

Leave a Comment