Class 12 Assamese Medium বুলি কলেই ইয়াত তিনিটা বিভাগ আহে যি আমি সাধাৰণতে Class 12 Arts, Class 12 Science আৰু Class 12 Commerce বুলি কওঁ। আপুনি যদি Class 12 ৰ শিক্ষাৰ্থী তেন্তে নিশ্চয় Arts, Science বা Commerce যিকোনো এটা বিভাগত পঢ়িব লাগিব আৰু তাৰেই বিষয় সমূহ পঢ়িব লাগিব।
তলত দিয়া লিংকৰ জৰিয়তে আমি Assamese Medium ৰ ছাত্ৰ ছাত্ৰীৰ বাবে Class 12 Arts, Class 12 Science আৰু Class 12 Commerce ৰ প্ৰতিটো বিষয়ৰ প্ৰতিটো অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ ওপৰিও PDF Notes দিয়াৰ পূৰ্ণ প্ৰয়াস কৰা হৈছে। আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি লিংকত ক্লিক কৰি পঢ়িব পাৰে আৰু Notes ডাউনলোড কৰিব পাৰে।
ইয়াৰ ওপৰিও আমি Assamese Medium YouTube Channel ৰ যোগেদি প্ৰতিটো বিষয়ৰ Video Class দিয়াৰ ব্যৱস্থা কৰিছো যিয়ে আপোনাক অধিক লভান্বিত কৰিব।
Class 12 Assamese Medium [Arts]
- Class 12 English
- Class 12 Assamese
- Class 12 Political Science
- Class 12 History
- Class 12 Education
- Class 12 Logic & Philosophy
- Class 12 Arabic
- Class 12 Alt English
- Class 12 Economics
- Class 12 Anthropology