Class 10 Assamese Medium

Class 10 Assamese Medium SEBA Course ৰ অন্তৰ্গত ইংৰাজী আৰু অসমীয়া বাধ্যতামূলক হোৱাৰ ওপৰিও সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান, সাধাৰণ গণিত, আৰু ঐচ্ছিক বিষয় হিচাপে হিন্দী, আৰবী, ঐচ্ছিক গণিত ইত্যাদিৰ ওপৰিও বহুত বিষয় আছে।

বাধ্যতামূলক বিষয় বাছনি কৰাৰ ওপৰিও আপুনি HSLC পৰীক্ষাৰ বাবে আপুনি সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান, সাধাৰণ গণিত, আৰু এটা ঐচ্ছিক বিষয় লৈ অধ্যায়ন কৰিব লাগে। এই বিষয় সমূহ যদিও স্কুলত আপোনাৰ শিক্ষাগুৰুৱে ভালদৰে শিকাব বিচাৰে কিন্তু সেয়া হয়তো সম্পূৰ্ণ সম্ভৱ নহয়।

আৰ্থিকভাৱে সবল সকলে ব্যক্তিগত টিউচন লৈ সম্পূৰ্ণ Class 10 Syllabus ৰ বিষয় সমূহ নিয়াৰিকৈ শিকি লব পাৰে। কিন্তু আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰী সকলে কি কৰিব? এবাৰ আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে চিন্তা কৰিছেনে?

ইয়াত আমি Class 10 Assamese Medium SEBA Course ৰ বাবে গোটেই Syllabus ৰ pdf notes আৰু প্ৰয়োজনীয় বহু প্ৰশ্ন উত্তৰ যোগান ধৰা হৈছে। ইয়াৰ ওপৰিও আমি Assamese Medium YouTube Channel ৰ যোগেদি প্ৰতিটো বিষয়ৰ Video Class দিয়াৰ ব্যৱস্থা কৰিছো যিয়ে আপোনাক অধিক লভান্বিত কৰিব।

Class 10 Assamese Medium

Class 10 Assamese Medium বিষয় সমূহ


Class 12 Assamese Medium [Arts]

Class 12 Assamese Medium [Science]

Class 12 Assamese Medium [Commerce]

  • Class 12 Assamese
  • Class 12 English
  • Class 12 Economics
  • Class 12 Accountancy
  • Class 12 Banking
  • Class 12 CA&S
  • Class 12 Business Study
  • Class 12 IED
  • Class 12 Accounting

Class 11 Assamese Medium [Arts]

Class 11 Assamese Medium [Science]

Class 11 Assamese Medium [Commerce]

  • Class 11 Assamese
  • Class 11 English
  • Class 11 Accountancy
  • Class 11 Banking
  • Class 11 Business Study
  • Class 11 CMSt
  • Class 11 Economics:1
  • Class 11 Economics:2

Class 9 Assamese Medium ৰ গোটেই Syllabus


Assam Govt. School Class 8 Assamese Medium

  • Class 8 Assamese
  • Class 8 English
  • Class 8 Mathematics
  • Class 8 General Science
  • Class 8 Social Science
  • Class 8 Hindi
  • Grammar

Assam Jatiya Bidyalay Class 8 Assamese Medium

  • Class 8 Assamese
  • Class 8 English
  • Class 8 Mathematics
  • Class 8 General Science
  • Class 8 Social Science
  • Class 8 Hindi
  • Grammar

Sankar Dev Sishu Niketon Class 8 Assamese Medium

  • Class 8 Assamese
  • Class 8 English
  • Class 8 Mathematics
  • Class 8 General Science
  • Class 8 Social Science
  • Class 8 Hindi
  • Grammar

Assam Govt. School Class 7 Assamese Medium

Assam Jatiya Bidyalay Class 7 Assamese Medium

Sankar Dev Sishu Niketon Class 8 Assamese Medium

  • Class 7 Assamese
  • Class 7 English
  • Class 7 Mathematics
  • Class 7 General Science
  • Class 7 Social Science
  • Grammar

Assam Govt. School Class 6 Assamese Medium

  • Class 6 Assamese
  • Class 6 English
  • Class 6 Mathematics
  • Class 6 General Science
  • Class 6 Social Science
  • Grammar

Assam Jatiya Bidyalay Class 6 Assamese Medium

  • Class 6 Assamese
  • Class 6 English
  • Class 6 Mathematics
  • Class 6 General Science
  • Class 6 Social Science
  • Grammar

Sankar Dev Sishu Niketon Class 6 Assamese Medium

  • Class 6 Assamese
  • Class 6 English
  • Class 6 Mathematics
  • Class 6 General Science
  • Class 6 Social Science
  • Grammar

অনুগ্ৰহ কৰি আপোনালোকে আমৰ আলোচ্য বিষয়সমূহ বন্ধু বান্ধবী তথা পঢ়ুৱৈ সমাজত Share কৰিব। ইয়াৰ উপৰিও Assamese Medium ত প্ৰকাশ পোৱা তথ্য সমূহৰ ওপৰত কিবা প্ৰশ্ন থাকিলে আপুনি Assamese Medium Facebook Page ত Follow কৰি জনাব পাৰে । আমি যথা সম্ভৱ আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ দিবলৈ প্ৰয়াস কৰিম।