Class 10 Assamese Medium SEBA Course ৰ অন্তৰ্গত ইংৰাজী আৰু অসমীয়া বাধ্যতামূলক হোৱাৰ ওপৰিও সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান, সাধাৰণ গণিত, আৰু ঐচ্ছিক বিষয় হিচাপে হিন্দী, আৰবী, ঐচ্ছিক গণিত ইত্যাদিৰ ওপৰিও বহুত বিষয় আছে।
বাধ্যতামূলক বিষয় বাছনি কৰাৰ ওপৰিও আপুনি HSLC পৰীক্ষাৰ বাবে আপুনি সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান, সাধাৰণ গণিত, আৰু এটা ঐচ্ছিক বিষয় লৈ অধ্যায়ন কৰিব লাগে। এই বিষয় সমূহ যদিও স্কুলত আপোনাৰ শিক্ষাগুৰুৱে ভালদৰে শিকাব বিচাৰে কিন্তু সেয়া হয়তো সম্পূৰ্ণ সম্ভৱ নহয়।
আৰ্থিকভাৱে সবল সকলে ব্যক্তিগত টিউচন লৈ সম্পূৰ্ণ Class 10 Syllabus ৰ বিষয় সমূহ নিয়াৰিকৈ শিকি লব পাৰে। কিন্তু আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰী সকলে কি কৰিব? এবাৰ আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে চিন্তা কৰিছেনে?
ইয়াত আমি Class 10 Assamese Medium SEBA Course ৰ বাবে গোটেই Syllabus ৰ pdf notes আৰু প্ৰয়োজনীয় বহু প্ৰশ্ন উত্তৰ যোগান ধৰা হৈছে।
Class 10 Assamese Medium বিষয় সমূহ
- English Class 10
- Assamese Class 10
- Mathematics Class 10
- General Science Class 10
- Social Science Class 10
- Hindi Class 10
- Grammar
অনুগ্ৰহ কৰি আপোনালোকে আমৰ আলোচ্য বিষয়সমূহ বন্ধু বান্ধবী তথা পঢ়ুৱৈ সমাজত Share কৰিব। ইয়াৰ উপৰিও Assamese Medium ত প্ৰকাশ পোৱা তথ্য সমূহৰ ওপৰত কিবা প্ৰশ্ন থাকিলে আপুনি Assamese Medium Facebook Page ত Follow কৰি জনাব পাৰে । আমি যথা সম্ভৱ আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ দিবলৈ প্ৰয়াস কৰিম।