Assamese Grammar বা অসমীয়া ব্যাকৰণ কিমান যে প্ৰয়োজন আমি তেতিয়াই বুজিব পাৰোঁ যেতিয়া অসমীয়া ভাষাত কিবা লিখিবলৈ চেষ্টা কৰো। অসমবাসী তথা অসমীয়া মাধ্যম (Assamese Medium) ৰ এজন ছাত্ৰ বা শিক্ষক হিচাপে Assamese Grammar অতি গুৰুত্বপূৰ্ণ আৰু সেই কাৰণেই আজি আমি Assamese Medium ৱেবচাইটত Assamese Grammar ৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰয়াস কৰিছোঁ।
- Also Read:
Assamese Grammar for HSLC/HS Final Exam 2023
Assamese Grammar কি কি শিকিব লাগে?
Assamese Grammar তথা অসমীয়া ব্যাকৰণত শিকিব লগা বিষয় সীমাহীন যদিও তাৰে কিছু আমি ইয়াত প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিছোঁ। অসমীয়া ব্যাকৰণত সাধাৰনতে সমাস, সন্ধি, বাক্য পৰিৱৰ্তন (সৰল, যৌগিক, জটিল), ণত্ব আৰু ষত্ব বিধি, যতি, খণ্ডবাক্য, জতুৱা ঠাঁচ, বিপৰীত শব্দ, এটা শব্দত প্ৰকাশ, প্ৰত্যয়, ভাব- সম্প্ৰসাৰণ, প্ৰতিবেদন আৰু আবেদন লিখন আদি বিষয় সমূহ শিকিব লাগে।
ওপৰত উল্লেখ কৰা সমূহ শিকিব যদিও অতি গুৰুত্বপূৰ্ণ কিন্তু ইঁহতক আমি শ্ৰেণী হিচাপে শিকি যাব লাগে। Assamese Grammar Class 6 ৰ পৰা Class 12 লৈকে শিকিবলগীয়া হয়। কিন্তু এটা কথা উল্লেখ কৰা অতি প্ৰয়োজন যে অসমীয়া ব্যাকৰণত বিষয় বস্তু প্ৰতিটো শ্ৰেণীতে একেই থাকে।
- সমাস
- সন্ধি
- পদ
- বাক্য পৰিৱৰ্তন (সৰল, যৌগিক, জটিল)
- ণত্ব আৰু ষত্ব বিধি
- বিশেষ্যৰ পৰা বিশেষণ
- বাক্য ৰচনা
- বাক্য ৰচনা কৰা
- যতি
- খণ্ডবাক্য
- জতুৱা ঠাঁচ
- বিপৰীত শব্দ
- বিপৰীত শব্দ [List 1]
- বিপৰীত শব্দ [List 2]
- বিপৰীত শব্দ [Letter Wise]
- এটা শব্দত প্ৰকাশ
- প্ৰত্যয়
- ভাব- সম্প্ৰসাৰণ
- ৰচনা লিখন