সকলো শৈক্ষিক সমাধান বিনামুল্যত
Free PDF Notes
Get It Nowদ্বাদশ শ্ৰেণী (বিজ্ঞান/কলা)
একাদশ শ্ৰেণী (বিজ্ঞান/কলা)
দশম শ্ৰেণীৰ সমাধান
নৱম শ্ৰেণীৰ সমাধান
অষ্টম শ্ৰেণীৰ সমাধান
সপ্তম শ্ৰেণীৰ সমাধান
ষষ্ট শ্ৰেণীৰ সমাধান
Assamese Medium
Assamese Medium – নামেই যাৰ পৰিচয়। সঁচা অৰ্থত আমিয়েই একমাত্ৰ নিৰ্ভৰযোগ্য স্থান যত আপোনালোকৰ বাবে সকলো শৈক্ষিক সমাধান বিনামূল্যত যোগান ধৰোঁ। ইয়াত আমি অসমীয়া মাধ্যম (Assamese Medium) ৰ ছাত্ৰ ছাত্ৰীৰ বাবে Class 12 ৰ পৰা Class 6 লৈকে সকলো বিষয়ৰ যিকোনো সমাধান আগবঢ়োৱা হয়। ইয়াৰ ওপৰিও এই সমাধান সমূহৰ PDF Notes বনাই আপোনালোকৰ WhatsApp ত দিয়াৰ ব্যৱস্থাও আছে।
আপুনি কি কি পাব Assamese Medium ত?
আপুনি যদি Assamese Medium নামৰ এই শিক্ষামূলক ৱেবছাইটত আহিছে তেন্তে নিশ্চয় নিৰাশ হব নিদিওঁ।আমি সাধ্য অনুযায়ী Class 12 Solutions, Class 11 Solutions, Class 10 Solutions, Class 9 Solutions, Class 8 Solutions, Class 7 Solutions লগতে Class 6 Solutions আদি লিংকৰ জৰিয়তে সকলো বিষয়ৰ সমাধান বিনামূল্যত পাব।
আমি কোন?
মই স্বফিউল্লা খান (Shofi Ullah Khan) 2020 চনৰ 20 ফেব্ৰুৱাৰী তাৰিখে Assamese Medium (assamesemedium.com) নামৰ এই শিক্ষামূলক ৱেবছাইট আৰম্ভ কৰোঁ। অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা অৰ্জন কৰা আৰু অসমৰ No #1 Free Assamese Educational Website হোৱাৰ লগে লগে অসমৰ বিভিন্ন আগশাৰীৰ শিক্ষা অনুষ্ঠানৰ শিক্ষক শিক্ষয়ত্ৰী আমাৰ সৈতে সংযোগ স্থাপন কৰি ছাত্ৰ ছাত্ৰীৰ সহায় হোৱাকৈ কাম কৰি আছো। আপুনি বিচাৰিলে লিংকত ক্লিক কৰি আমাৰ সৈতে জঢ়িত সকলো শিক্ষক শিক্ষয়ত্ৰী বিষয়ৰ পঢ়িব পাৰে। View All Faculties