Class 12 Economics Assamese Medium PDF | অৰ্থবিজ্ঞান প্ৰশ্ন উত্তৰ

Class 12 Economics Assamese Medium তথা অসমীয়া মাধ্যমৰ দ্বাদশ শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞান বিষয়ে আজি আলোচনা কৰিবলৈ গৈ আছোঁ। আমি Assamese Medium ৰ এই পৃষ্ঠাত Class 12 Economics ৰ কোনো প্ৰশ্ন উত্তৰ আলোচনা নকৰোঁ। ইয়াত আমি Class 12 Economics Assamese Medium Full Syllabus অৰ্থাৎ দ্বাদশ শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞানৰ সম্পূৰ্ণ সমাধান PDF Notes দিবলৈ আহিছোঁ।

Class 12 অৰ্থনীতি বিজ্ঞান PDF NotesRs. 149/-Buy Now
Class 12 Economics Assamese Medium

Class 12 Economics Assamese Medium Full Syllabus

( ক ) ব্যক্তিবাদী অৰ্থবিজ্ঞান পৰিচয়

  • আৰম্ভণি
  • উপভোক্তাৰ আচৰণৰ তত্ত্ব
  • উৎপাদন আৰু ব্যায়
  • পূৰ্ণ প্ৰতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব
  • বজাৰ ভাৰসাম্য
  • অ-প্ৰতিযোগিতামূলক বজাৰ

( খ ) সমষ্টিবাদী অৰ্থনীতি

  • সূচনা
  • জাতীয় আয় গণনা
  • মুদ্ৰা আৰু বেংক ব্যৱস্থা
  • আয় নিৰ্ধাৰণ
  • চৰকাৰ : কাৰ্যৱলী আৰু পৰিসৰ
  • মুদ্ৰা অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতিবিজ্ঞান

( গ ) ভাৰতীয় অৰ্থনৈতিক উন্নয়ন

  • প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা
  • ভাৰতীয় অর্থব্যৱস্থা (১৯৫০ – ১৯৯০)
  • উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ
  • দৰিদ্ৰতা
  • ভাৰতত মানৱ মূলধন গঠন
  • গ্রাম্য উন্নয়ন
  • নিয়োগ – বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
  • আন্তঃ গাঁথনি
  • পৰিবেশ আৰু বহনক্ষম উন্নয়ন
  • ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা