Bihu Essay in Assamese | অসমৰ জাতীয় উৎসৱ বিহু
বিহু আনন্দীয়া বিহু বিনন্দীয়া বিহুৰ মৌ-মিঠা মাত; বিহুৰ বা-লাগি বিহুৱা ককাইৰ ঐদেওধনি লাগিছে গাত। আৰম্ভণি: সৃষ্টিৰ সফলতাত, কৃতকাৰ্যতাৰ আনন্দত অন্তৰৰ অনন্ত অনুভূতি হিয়া উজাৰি সুললিত, সুশ্রাব্য ভাষাৰে, সুকুমাৰ অংগী-ভংগীৰে প্ৰকাশ কৰাটোৱেই মানুহৰ সহজাত প্রবৃত্তি। নৃত্য, গীত সেই সহজাত সুকুমাৰ প্ৰবৃত্তিৰে মূৰ্ত প্ৰকাশ। বিহুৰ উৎপত্তিৰ উৎসও সেই সহজাত প্রবৃত্তিৰ প্ৰকাশৰেই নিদর্শন। আদিম মানৱে সভ্যতাৰ সোপানত এখোজ
Bihu Essay in Assamese | অসমৰ জাতীয় উৎসৱ বিহু Read More »








