খণ্ডবাক্য | জতুৱা ঠাঁচ | বাক্য ৰচনা

খণ্ডবাক্য বা জতুৱা ঠাঁচ অসমীয়া ব্যাকৰণৰ আন এক গুৰুত্বপূৰ্ণ বিষয়। আমি Assamese Medium ত Class 10 Assamese Grammar ৰ বহুত বিষয় আলোচনা কৰিছোঁ। যদি আপুনি এজন শিক্ষক বা দশম মান শ্ৰেণীৰ ছাত্ৰ তেন্তে ই আপোনাক সহায় কৰিব পাৰে। আপুনি আমি লিখা বিষয় সমূহ পঢ়িবলৈ ওপৰৰ লিংকত ক্লিক কৰক। আজি আমি খণ্ডবাক্য বা জতুৱা ঠাঁচৰ দ্বাৰা … Read more

Assamese Essay On APJ Abdul Kalam | এ.পি.জে আব্দুল কালাম

মহৎ লোকৰ বাণী বা মহৎ লোকৰ জীৱনীয়ে সকলোৰে জীৱনত প্ৰভাৱ পেলাব পাৰে বুলি আমি বিশ্বাসী আৰু সেই বাবেই আজি Assamese Medium ৱেবচাইটৰ জৰিয়তে আপোনালোকৰ বাবে লৈ আহিছোঁ Assamese Essay on APJ Abdul Kalam (এ. পি. জে আব্দুল কালাম) ৰ জীৱনী। আপুনি যদি কোনো পৰীক্ষাৰ বাবে এই Assamese Essay on APJ Abdul Kalam লিখিব বিচাৰে তেন্তে … Read more

ণত্ব বিধি

অসমীয়া ভাষাত দন্ত্য ‘ন’ আৰু মূৰ্দ্ধণ্য ‘ণ’ৰ ব্যৱহাৰৰ কিছুমান বিধি আছে যিবোৰ অনুসৰণ কৰি কোনো শব্দত ‘ন’ হ’বনে ‘ণ’ হ’ব সেয়া থিৰাং কৰা হয়। সেই বিধিসমূহকে ‘ণত্ব বিধি’ (Natba Bidhi ) বুলি কোৱা হয়। অৰ্থাৎ যি বিধি বা নিয়মমতে দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ লৈ ৰূপান্তৰিত হয় তাকে ণত্ব বিধি বোলে। অসমীয়া ভাষাত প্ৰয়োগ হোৱা সংস্কৃত … Read more

ষত্ব বিধি

ষত্ব বিধি (Khatba Bidhi) ‘ণত্ব বিধি’য়ে যিদৰে দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’লৈ ৰূপান্তৰ হোৱাৰ বিধিক বুজায়, সেইদৰে অসমীয়া ভাষাত বহু ক্ষেত্ৰত দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’লৈ ৰূপান্তৰ হয়। এই বিধিসমূহকে ‘ষত্ব বিধি’ বুলি কোৱা হয়। আমি আগতে উল্লেখ কৰিছো যে অসমীয়া ভাষাত দন্ত্য ‘ন’ আৰু মূৰ্দ্ধণ্য ‘ণ’ৰ ব্যৱহাৰৰ কিছুমান বিধি আছে যিবোৰ অনুসৰণ কৰি কোনো শব্দত ‘ন’ হ’বনে ‘ণ’ হ’ব সেয়া … Read more

বর্ণ আৰু ইয়াৰ প্ৰকাৰ 2022 । Classification of letters in Assamese Grammar

Assamese Medium তথা অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে Assamese Grammar আন এক গুৰুত্বপূৰ্ণ বিষয়। ই কেৱল Assamese Medium ৰ ছাত্ৰ ছাত্ৰীয়ে শিকিব লগা বিষয় নহয়, English Medium ৰ ছাত্ৰ ছাত্ৰীৰ বাবেও দশম মানলৈকে অসমীয়া বা Assamese MIL বাধ্যতামূলক আৰু সেই গতিকে Assamese Grammar পঢ়িব লাগিব। আজি আমি ইয়াত আলোচনা কৰিব গৈ আছোঁ বৰ্ণ আৰু ইয়াৰ … Read more