Letter Wise Assamese Opposite Word | বৰ্ণমালা অনুযায়ী বিপৰীত শব্দ

Letter Wise Assamese Opposite Word: হেল্লো, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী সকল, আশা কৰোঁ আপোনালোকে আগন্তুক হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে। সেই হেতুকে আমি Assamese Medium এ আপোনাৰ বাবে লৈ আহিছোঁ Letter Wise Assamese Opposite Word (অ-ক্ষ লৈ বিপৰীত শব্দ) যি HSLC 2023 Exam ৰ বাবে বহুত প্ৰয়োজন আছে।

ইয়াৰ আগতে আমি 900 + Assamese Opposite Word ৰ এটা লিষ্ট প্ৰকাশ কৰিছোঁ। যদি আপুনি সেয়া পঢ়িব খোজে তেন্তে এতিয়াই লিংকত ক্লিক কৰক।

900+ Assamese Opposite Word

আজি আমি আপোনাৰ বাবে লৈ আহিছোঁ Letter Wise Assamese Opposite Word (অ-ক্ষ লৈ বিপৰীত শব্দ) ৰ এটা গুৰুত্বপূৰ্ণ বিষয় যিয়ে আপোনাক বহুত সহায় কৰিব আগন্তুক পৰীক্ষাত।

অ Letter Wise Assamese Opposite Word

অকৃতজ্ঞ ~ কৃতজ্ঞ [HSLC ’11]
অগভীৰ ~ গভীৰ
অগ্ৰগতি ~ পশ্চাৎগতি
অচল ~ সচল
অণু ~ বৃহৎ
অতিবৃষ্টি ~ অনাবৃষ্টি
অধম ~ উত্তম
অধিকাৰ ~ অনাধিকাৰ
অধীন ~ স্বাধীন
অতিবৃষ্টি ~ অনাবৃষ্টি
অনভ্যাস ~ অভ্যাস
অনুকূল ~ প্ৰতিকূল [HSLC ’02]
অনুগ্ৰহ ~ নিগ্ৰহ
অনুচিত ~ উচিত
অনুৰাগ ~ বিৰাগ
অপমান ~ মান
অবৈধ ~ বৈধ
অৰ্বাচীন ~ প্ৰাচীন
অভাৱ ~ উভৈনদী
অভিজ্ঞ ~ অনভিজ্ঞ
অভ্যাস ~ অনভ্যাস
অমৃত ~ বিষ, গৰল [HSLC ’09]
অলপ ~ বেছি
অসতী ~ সতী
অসভ্য ~ সভ্য
অসহায় ~ সহায়
অসাধু ~ সাধু
অসুস্থ ~ সুস্থ
অস্বাভাৱিক ~ স্বাভাৱিক
অহংকাৰ ~ নিৰহংকাৰী
অক্ষম ~ সক্ষম

Letter Wise Assamese Opposite Word

আইনসংগ ~ বে-আইনী
আকৰ্ষণ ~ বিকৰ্ষণ [HSLC ’02]
আকাশ ~ পাতাল [HSLC ’14]
আচামী ~ ফৰিয়াদী
আচাৰ ~ অনাচাৰ
আঢ্যৱন্ত ~ দৰিদ্ৰ
আদৰ ~ অনাদৰ
আদান ~ প্ৰদান
আদি ~ অন্ত, অনাদি
আধুনিক ~ পুৰণি
আনন্দ ~ বিষাদ, নিৰানন্দ [HSLC ’02, ’12]
আন্ধাৰ ~ পোহৰ
আপদ ~ নিৰাপদ
আপোন ~ পৰ
আৰম্ভ ~ শেষ
আৰোহন ~ অৱৰোহন
আৱাহন ~ বিসৰ্জন [HSLC ’00, ’14]
আৰ্ৱিভাৱ ~ তিৰোভাৱ, অন্তৰ্ধান [HSLC ’03]
আশা ~ নিৰাশা [HSLC ’13]
আশীৰ্বাদ ~ অভিশাপ [HSLC ’09]
আস্তিক ~ নাস্তিক
আয় ~ ব্যয়
আয়তী ~ বিধৱা
আঁতৰ ~ ওচৰ

Letter Wise Assamese Opposite Word

ইচ্ছা ~ অনিচ্ছা
ইহলোক ~ পৰলোক [HSLC ’09, ’14]
ইষ্ট ~ অনিষ্ট

Letter Wise Assamese Opposite Word

উচিত ~ অনুচিত
উচ্চ ~ নীচ [HSLC ’03]
উচ্ছৃঙ্খল ~ সুশৃঙ্খল
উজনি ~ নামনি [HSLC ’00]
উজু ~ টান, জটিল
উত্তৰ ~ প্ৰশ্ন
উত্তম ~ নৰম, অধম
উত্তমৰ্ণ ~ অধমৰ্ণ
উত্থান ~ পতন
উদয় ~ অস্ত
উদাৰ ~ সংকীৰ্ণ
উদ্গতি ~ অৱনতি
উদং ~ ভৰ্তি
উন্নতি ~ অৱনতি [HSLC ’06, ’13]
উন্মুক্ত ~ অৱৰুদ্ধ
উপকাৰ ~ অপকাৰ [HSLC ’99]
উপযুক্ত ~ অনুপযুক্ত
উপযোগী ~ অনুপযোগী
উপস্থিত ~ অনুপস্থিত
উৰ্বৰ ~ অনুৰ্বৰ
উৎকৃষ্ট ~ নিকৃষ্ট
উৎসাহ ~ নিৰুৎসাহ

এ Letter Wise Assamese Opposite Word

এতিয়া ~ তেতিয়া

 ঐ Letter Wise Assamese Opposite Word

ঐক্য ~ অনৈক্য

ও Letter Wise Assamese Opposite Word

ওখ ~ চাপৰ [HSLC ’02, ’09]
ওপৰ ~ তল
ওপৰত ~ তলত

ক Letter Wise Assamese Opposite Word

ক’লা ~ বগা
ককাইদেউ ~ বাইদেউ
কঠিন ~ উজু, সহজ
কঠোৰ ~ কোমল
কনিষ্ঠ ~ জ্যেষ্ঠ [HSLC ’08]
কন্দা ~ হহাঁ
কপটীয়া — উদাৰ
কাতৰ ~ অকাতৰ
কুটিল ~ সৰল, উদাৰ
কেঁচা ~ পকা
কৃতকাৰ্য ~ অকৃতকাৰ্য
কৃতজ্ঞ ~ অকৃতজ্ঞ [HSLC ’13]
কৃত্ৰিম ~ স্বাভাৱিক, অকৃত্ৰিম
কৃপণ ~ খৰচী, ধোঁলাখুলীয়া
কৃশ ~ স্থূল
কোমল ~ টান
ক্ৰন্দন ~ হাঁহি

খ  Letter Wise Assamese Opposite Word

খাদ্য ~ অখাদ্য
খালী ~ ভৰ্তি
খোৱা ~ নোখোৱা

গ  Letter Wise Assamese Opposite Word

গধুৰ ~ পাতল
গধূলি ~ পুৱা
গৰম ~ শীত
গৰিমল ~ মিল
গৰিষ্ঠ ~ লঘিষ্ঠ
গহীন ~ পাতল [HSLC ’15]
গুচৰীয়া ~ আচামী
গুণ ~ দোষ
গুপন ~ প্ৰকাশ
গুপ্ত ~ প্ৰকাশ্য
গুৰু ~ শিষ্য
গ্ৰহণ ~ ত্যাগ, বৰ্জন [HSLC ’03]

ঘ Letter Wise Assamese Opposite Word

ঘন ~ পাতল

চ Letter Wise Assamese Opposite Word

চহকী ~ দৰিদ্ৰ
চৰিত্ৰৱন্ত — চৰিত্ৰহীন
চৰিত্ৰহীন ~ চৰিত্ৰৱান
চেতন ~ জড়, অচেতন
চুটি ~ দীঘল
চোৰ ~ সাধু

Letter Wise Assamese Opposite Word

জটিল ~ সৰল
জপা ~ মেলা
জন্ম ~ মৃত্যু [HSLC ’01]
জয় ~ পৰাজয়
জাৰ ~ জহ
জীৱন ~ মৃত্যু, মৰণ
জুটি ~ বিজুটি
জ্যেষ্ঠ ~ কনিষ্ঠ [HSLC ’07]
জয় ~ পৰাজয়
জঁয় ~ সতেজ
জ্ঞাত ~ অজ্ঞাত
জ্ঞান ~ অজ্ঞানড়
জ্ঞানী ~ মূৰ্খ [HSLC ’02]

Letter Wise Assamese Opposite Word

টান ~ উজু, ঢিলা [HSLC ’14]
টেঙৰ ~ সৰল

Letter Wise Assamese Opposite Word

ঠেক ~ বহল

Letter Wise Assamese Opposite Word

ডাঙৰ ~ সৰু

Letter Wise Assamese Opposite Word

ঢিলা ~ কঠিন

Letter Wise Assamese Opposite Word

তপত ~ চেঁচা, ঠাণ্ডা
তল ~ ওপৰ
তাকৰ ~ সৰহ
তিৰস্কাৰ ~ পুৰস্কাৰ
তেজী ~ লেহেম
ত্যাগ ~ গ্ৰহণ
ত্ৰুটী ~ ত্ৰুটীহীন

Letter Wise Assamese Opposite Word

দ’ ~ বাম
দণ্ড ~ মুক্তি
দয়ালু ~ নিৰ্দয়
দাতা ~ গ্ৰহীতা
দিঠক ~ সপোন
দিন ~ ৰাতি
দীঘল ~ চুটি
দুখীয়া ~ ধনী
দুৰ্বল ~ সবল [HSLC ’00]
দুৰ্বলী ~ ক্ষমতাসম্পন্ন
দূৰ ~ ওচৰ
দৃষ্টিহীন ~ দৃষ্টিক্ষম
দেনা ~ পাওনা
দেৱতা ~ দৈত্য, দানৱ
দেৱত্ব ~ পশুত্ব
দেশ ~ বিদেশ
দেশপ্ৰেম ~ দেশদ্ৰোহী
দেশহিতৈষীতা ~ দেশদ্ৰোহীতা
দেশী ~ বিদেশী
দোষ ~ গুণ, নিৰ্দোষ [HSLC ’12]
দ্ৰুত ~ মন্থৰ

Letter Wise Assamese Opposite Word

ধনৱন্ত ~ দৰিদ্ৰ, ধনহীন
ধনী ~ দুখীয়া
ধৰ্ম ~ অধৰ্ম
ধৈৰ্য ~ অধৈৰ্য
ধ্বংস ~ নিৰ্মাণ

Letter Wise Assamese Opposite Word

ন ~ পুৰণি
নতুন ~ পুৰণি
নবীন ~ প্ৰবীন
নম্ৰতা ~ উগ্ৰতা
নিকৃষ্ট ~ উৎকৃষ্ট
নিন্দা ~ প্ৰশংসা, স্তুতি
নিদ্ৰা ~ জাগ্ৰত, অনিদ্ৰা, জাগৰণ
নিৰ্ভুল ~ ভুল [HSLC ’07]
নিম্নোক্ত ~ উপৰোক্ত
নিষ্কৰ্মা ~ কৰ্মী
নিৰস ~ সৰস
নিৰাশা ~ আশা
নিৰানন্দ ~ আনন্দ
নিৰ্মল ~ মলিন
নিলগত ~ ওচৰত
নিশা ~ দিবা
নিষ্ঠুৰ ~ দয়ালু
নিস্তব্ধতা ~ হাহাকাৰ
নিয়ম ~ অনিয়ম
নীতিপৰায়ণ ~ অনীতিপৰায়ণ
নেদেখা ~ দেখা
ন্যায় ~ অন্যায়

Letter Wise Assamese Opposite Word

পণ্ডিত ~ মূৰ্খ
পৰনিৰ্ভৰশীল ~ আত্মনিৰ্ভৰশীল
পৰিমিত ~ অপৰিমিত
পৰিশ্ৰমী ~ এলেহুৱা
পৰোক্ষ ~ প্ৰত্যক্ষ [HSLC ’08, ’10]
পৱিত্ৰ ~ অপৱিত্ৰ
পাপ ~ পুণ্য
পাহাৰ ~ সমতল
পাতল ~ ঘন
পাৰ্থক্য ~ মিল
পুণ্য ~ পাপ
পুৰণি ~ নতুন
পুৰুষ ~ মহিলা
পূব ~ পশ্চিম
পোহৰ ~ আন্ধাৰ
প্ৰচুৰ ~ অলপীয়া, অপ্ৰচুৰ
প্ৰকৃত ~ অপ্ৰকৃত
প্ৰকাণ্ড ~ সৰু, ক্ষুদ্ৰ
প্ৰখ্যাত ~ অখ্যাত
প্ৰতিকূল ~ অনুকূল
প্ৰতিবাদ ~ সমৰ্থন
প্ৰত্যক্ষ ~ পৰোক্ষ
প্ৰবীন ~ নবীন
প্ৰভু ~ ভৃত্য, চাকৰ
প্ৰৱেশ ~ প্ৰস্থান
প্ৰশংসা ~ নিন্দা [HSLC ’06]
প্ৰস্থান ~ আগমন
প্ৰাকৃত ~ বিকৃত
প্ৰাচীন ~ নবীন [HSLC ’03]
প্ৰাচ্য ~ পাশ্চাত্য, প্ৰতীচ্য
প্ৰৌঢ় ~ অপ্ৰৌঢ়
প্ৰয়োজনীয় ~ অপ্ৰয়োজনীয়
প্ৰাচীন ~ আধুনিক

Letter Wise Assamese Opposite Word

বলী ~ নিৰ্বলী
বন্ধুত্ব ~ শত্ৰুতা
বৰ্তমান ~ অবৰ্তমান
বন্ধ ~ মুক্ত
বন্ধন ~ মুক্তি
বাদী ~ বিবাদী
বাহিৰ ~ ভিতৰ
বিখ্যাত ~ অখ্যাত
বিদেশী ~ স্বদেশী
বিদ্বান ~ মূৰ্খ
বিফলতা ~ সফলতা
বিধি ~ অবিধি
বিনয় ~ উগ্ৰ, গৰ্ব, দুৰ্বিনয়
বিৰহ ~ মিলন
বিৰাম ~ অবিৰাম
বিশ্বাস ~ অবিশ্বাস [HSLC ’12]
বিস্তৃত ~ সংক্ষিপ্ত
বুকু ~ পিঠি
বৃহৎ ~ ক্ষুদ্ৰ
বৈচিত্ৰ্য ~ মিল, ঐক্য
বৈধ ~ অবৈধ
বৈসাদৃশ্য ~ সাদৃশ্য

Letter Wise Assamese Opposite Word

ভক্তি ~ অভক্তি
ভদ্ৰ ~ অভদ্ৰ
ভাই ~ ভনী
ভাল ~ বেয়া, মন্দ
ভুল ~ শুদ্ধ
ভূত ~ ভৱিষ্যৎ
ভৈয়াম ~ পাহাৰ
ভোটা ~ জোঙা, চোকা

Letter Wise Assamese Opposite Word

মান ~ অপমান
মিছা ~ সচাঁ
মিঠা ~ তিতা
মিহি ~ খহটা
মিলন ~ বিচ্ছেদ
মুকলি ~ বন্ধ
মুখ্য ~ গৌণ
মূৰ্খ ~ জ্ঞানী
মূল্যহীন ~ অমূল্য
মৃত ~ জীৱিত [HSLC ’06, ’10]
মৌখিক ~ লিখিত

Letter Wise Assamese Opposite Word

যত্ন ~ অযত্ন
যশ ~ অপযশ
যোগ ~ বিয়োগ

Letter Wise Assamese Opposite Word

ৰজনী ~ প্ৰভাত
ৰজা ~ প্ৰজা
ৰূপ ~ কুৰুপ, অৰূপ
ৰূপৱতী ~ কুৎসিত

Letter Wise Assamese Opposite Word

লঘু ~ গুৰু
লাভ ~ লোকচান
লেহেম ~ খৰ

Letter Wise Assamese Opposite Word

শকত ~ খীণ, চেৰেলা
শত্ৰু ~ মিত্ৰ
শয়ন ~ জাগ্ৰত
শান্ত ~ অশান্ত
শান্তি ~ অশান্তি
শিক্ষিত ~ অশিক্ষিত
শীতল ~ গৰম
শুক্ল ~ কৃষ্ণ
শুভ ~ অশুভ
শেষ ~ আৰম্ভ
শোক ~ আনন্দ, হৰ্ষ

Letter Wise Assamese Opposite Word

সজ     — অসজ
সজীৱ ~ নিৰ্জীৱ
সদাচাৰ ~ কদাচাৰ, কুআচাৰ
সদয় ~ নিৰ্দয়
সধৱা ~ বিধৱা
সন্মান ~ অসন্মান, অপমান [HSLC ’15]
সন্তোষ — অসন্তোষ
সন্ধি ~ বিগ্ৰহ, বিসন্ধি
সপক্ষ ~ বিপক্ষ
সপোন ~ দিঠক
সফলতা ~ বিফলতা
সমাপ্তি ~ আৰম্ভণি
সম্পদ ~ অসম্পদ [HSLC ’99]
সম্ভৱ ~ অসম্ভৱ
সৰল ~ জটিল, কুটিল
সৰহ ~ কম
সৰু ~ বৰ
সস্তা ~ মহঙা
সহযোগ ~ অসহযোগ
সহযোগিতা ~ প্ৰতিযোগিতা
সাকাৰ ~ নিৰাকাৰ
সাধু ~ দুষ্ট
সাহসিকতা ~ ভীৰুতা
সুকৃতি ~ দুষ্কৃতি
সুখ  ~ দুখ
সুখী ~ দুখী [HSLC ’06]
সুখ্যাত ~ কুখ্যাত
সুগম ~ দুৰ্গম
সুন্দৰ ~ কুৎসিত, আপচু
সুপুৰুষ ~ কুপুৰুষ
সুবিধা ~ অসুবিধা
সুযোগ ~ দুৰ্যোগ
সুৰ ~ অসুৰ
সৃষ্টি ~ ধ্বংস, প্ৰলয়
সৌভাগ্য ~ দুৰ্ভাগ্য
স্বদেশী ~ বিদেশ
স্বৰ্গ ~ নৰক
স্বাৰ্থপৰ ~ নিস্বাৰ্থ
স্বাৰ্থ ~ নিস্বাৰ্থ, পৰাৰ্থ
স্বাধীন ~ পৰাধীন [HSLC ’00]
স্থাৱৰ ~ অস্থাৱৰ [HSLC ’99]
স্থায়ী ~ অস্থায়ী
স্থিৰ ~ অস্থিৰ, চঞ্চল
সৎ ~ অসৎ
সৎচৰিত্ৰ ~ কুচৰিত্ৰ
সংযোগ ~ বিয়োগ, বিচ্ছিন্ন
সংহতি ~ বিভেদ, বিচ্ছিন্নতা

স্তুতি ~ নিন্দা

Letter Wise Assamese Opposite Word

হৰণ ~ পুৰণ
হৰা ~ জিকা
হৰ্ষ ~ বিষাদ [HSLC’99]
হাঁহি ~ কান্দোন
হিত ~ অহিত
হ্ৰাস ~ বৃদ্ধি

ক্ষ Letter Wise Assamese Opposite Word

ক্ষমা ~ প্ৰতিশোধ
ক্ষয় ~ অক্ষয়, বৃদ্ধি [HSLC ’15]
ক্ষুদ্ৰ ~ বৃহৎ

শেষ বাক্য

হয়, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধবী সকল, এয়াই আছিল আগন্তুক 2023 HSLC Exam ৰ বাবে প্ৰয়োজনীয় কিছু Letter Wise Assamese Opposite Word যিয়ে আপোনাক সহায় কৰিব বুলি আমি আশাবাদী।

আপুনি যদি AssameseMedium.Com ৰ পৰা লাভৱান হৈ আছে, তেন্তে Share কৰক আমাৰ আলোচ্য বিষয়সমূহ আপোনাৰ বন্ধু বান্ধৱী সকলৰ সৈতে। ইয়াৰ উপৰিও আপোনালোকে Assamese Medium Facebook PageLike And Follow কৰি তাৎক্ষণিক যিকোনো প্ৰশ্ন উত্তৰ পাব পাৰে।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment