Class 9 Assamese Medium

Board of Secondary Education Assam ৰ অন্তৰ্গত Class 9 Assamese Medium ৰ সম্পূৰ্ণ Course আজি আমি ইয়াত আলোচনা কৰিব প্ৰয়াস কৰিছোঁ। Assamese Medium Class 9 ত ইংৰাজী আৰু অসমীয়া বাধ্যতামূলক হোৱাৰ ওপৰিও সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান, সাধাৰণ গণিত, আৰু ঐচ্ছিক বিষয় হিচাপে হিন্দী, আৰবী, ঐচ্ছিক গণিত ইত্যাদিৰ ওপৰিও বহুত বিষয় আছে।

বাধ্যতামূলক বিষয় বাছনি কৰাৰ ওপৰিও আপুনি Class 9 ত পৰীক্ষাৰ বাবে আপুনি সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান, সাধাৰণ গণিত, আৰু এটা ঐচ্ছিক বিষয় লৈ অধ্যায়ন কৰিব লাগে। যদিওঁ শিক্ষাগুৰু সকলে প্ৰতিটো বিষয় যথেষ্ট চেষ্টা কৰে কিন্তু প্ৰকৃতপক্ষে সম্ভৱ নহয়।

Class 9 Assamese Medium

আৰ্থিকভাৱে সবল সকলে ব্যক্তিগত টিউচন লৈ সম্পূৰ্ণ Class 9 Syllabus ৰ বিষয় সমূহ নিয়াৰিকৈ শিকি লব পাৰে। কিন্তু আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰী সকলে কি কৰিব? এবাৰ আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে চিন্তা কৰিছেনে?

ইয়াত আমি Class 9 Assamese Medium ৰ বাবে গোটেই Syllabus ৰ PDF Notes আৰু প্ৰয়োজনীয় বহু প্ৰশ্ন উত্তৰ যোগান ধৰা হৈছে। আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি তলৰ তালিকাখনৰ পৰা পঢ়িব পাৰে।

Class 9 Assamese Medium Question Answer – 2024 Final Exam

Class 9 AssamesePDF Text Book
Class 9 EnglishPDF Text Book
Class 9 MathematicsPDF Text Book
Class 9 SciencePDF Text Book
Class 9 SocialPDF Text Book
Class 9 HindiPDF Text Book
Class 9 Adv MathsPDF Text Book
Assamese GrammarPDF Notes
English GrammarPDF Notes

ওপৰত আলোচনা কৰা বিষয়সমূহত যদি আপুনি কিবা অসুবিধা পাইছে তেন্তে আপুনি অনুগ্ৰহ কৰি Assamese Medium Facebook PageFollow কৰি জনাব পাৰে, আমি যথা সময়ত তাৰ সমাধান দিবলৈ প্ৰয়াস কৰিম।