Custom Section

Buy PDF Notes

Assamese Medium

আমি কেইজন মান ব্যক্তিগত শিক্ষাখণ্ডৰ শিক্ষককে মিলি ২০২১ চনত এই Assamese Medium নামৰ অসমীয়া ৱেবছাইট আৰম্ভ কৰিছো আৰু ইয়াৰ জৰিয়তে অসমৰ বহু ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়ত্ৰী উপকৃত হৈছে।

প্ৰথম অৱস্থাত আমি ষষ্ট শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে সকলো বিষয়ৰ সমাধান দিবলৈ প্ৰয়াস কৰিছিলো কিন্তু এসময়ত প্ৰয়োজন অনুভৱ কৰি বৰ্তমান আমি Assamese Medium নামৰ এই শিক্ষামূলক ৱেবচাইটৰ জৰিয়তে ষষ্ট শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী (কলা আৰু বিজ্ঞান) লৈকে সকলো বিষয়ৰ সমাধান দিবলৈ প্ৰয়াস কৰিছো। আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি ওপৰত উল্লেখ কৰা লিংকৰ পৰা যিকোনো বিষয়ৰ সমাধান পাব পাৰিব।

আপুনি যদি আমাৰ শিক্ষাগুৰু সকলৰ সৈতে যোগাযোগ কৰিব বিচাৰে তেন্তে Our Teachers ত ক্লিক কৰি যোগাযোগ কৰিব পাৰিব।

ইয়াৰ ওপৰিও আমি আপোনালোকৰ বাবে Nitid Academy নামৰ এক ইউটিউব চেনেল লৈ আহিছোঁ যত আপুনি যিকোনো বিষয়ৰ Free Video Class চাব পাৰিব।