Class 6 New Maths Book in English PDF Download

New Education Policy 2020 ৰ অধীনত বৰ্তমান অসমত ষষ্ট শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নতুন গণিত (Class 6 New Maths Book in English) দিয়া হৈছে আৰু আপুনি যদি Class 6 New Maths Book in English PDF Download কৰিবলৈ ইয়ালৈ আহিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই। কেৱল তলত দিয়া লিংকত ক্লিক কৰি Class 6 New Maths Book in English PDF Download কৰি লব পাৰে।

Chapters in Class 6 New Maths Book in English

আপুনি যদিও ইয়াত Class 6 New Maths Book in English PDF Download কৰিব আহিছে তথাপিও আমি আপোনাক অতিৰিক্ত কিছু তথ্য দিবলৈ Class 6 New Maths Book in English কিতাপত কি কি অধ্যায় সন্নিবিষ্ট কৰিছে তাৰ কথা উল্লেখ কৰিব বিছাৰিছো।

Class 6 New Maths Book in English
Chapter 1Structure of Number
Chapter 2Types of Number
Chapter 3Basic geometrical Ideas
Chapter 4Whole Number
Chapter 5Integers
Chapter 6Understanding Elementary Shapes
Chapter 7Fraction
Chapter 8Perimeter and Area
Chapter 9Data Handling
Chapter 10Algebra
Chapter 11Decimal Fractions
Chapter 12Symmetry
Chapter 13Ration And Proportion
Chapter 14Practical Geometry

ওপৰত উল্লেখ কৰা অধ্যায়সমূহ Class 6 New Maths Book in English কিতাপত দিয়া আছে। আমি তলত দিয়া লিংকত গোটেই কেইটা অধ্যায়ৰ সৈতে Class 6 New Maths Book in English PDF Download কৰাৰ ব্যৱস্থা কৰিছো। কেৱল আপুনি লিংকত ক্লিক কৰি ডাউনলোড কৰি লওক।

Class 6 New Maths Book in English PDF Download

আপুনি যদি প্ৰথম বাৰ এই Assamese Medium নামৰ অসমীয়া শিক্ষামূলক ৱেবছাইটত আহিছে তেন্তে আপোনালোকক জনাব পাই আমি অতি সুখী যে এই ৱেবচাইটৰ জৰিয়তে আপোনালোকৰ বাবে ষষ্ট শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো বিষয়ৰ প্ৰশ্ন উত্তৰ যোগান ধৰাৰ প্ৰয়াস কৰিছো।

আজিৰ লিখনিৰ জৰিয়তে আমি আপোনাৰ বাবে Class 6 New Maths Book in English PDF Download লিংক আগবঢ়াইছোঁ । পৰৱৰ্তী সময়ত আমি আপোনালোকৰ বাবে Class 6 New Maths Question Answer in English লৈ আহিম ।

ইয়াৰ ওপৰিও আমি Nitid Academy নামৰ YouTube Channel ৰ যোগেদি Assamese Medium নামৰ এই ৱেবছাইটত আলোচনা কৰা প্ৰতিতো বিষয়ত Video Class দিয়া হয়। আপুনি বিচাৰিলে তলত দিয়া লিংকত ক্লিক কৰি FREE Video Class চাব পাৰিব।

Watch FREE Video Class

লগতে আপুনি যিকোনো সমস্যাৰ সমাধান অতি সোনকালে পাবলৈ Assamese Medium নামৰ Facebook Page ক Follow কৰিব পাৰে।

প্ৰত্যুত্তৰ দিয়ক