Class 6 New Science Book in English PDF Download

New Education Policy 2020 ৰ অধীনত বৰ্তমান অসমত ষষ্ট শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নতুন বিজ্ঞান (Class 6 New Science Book in English) দিয়া হৈছে আৰু আপুনি যদি Class 6 New Science Book in English PDF Download কৰিবলৈ ইয়ালৈ আহিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই। কেৱল তলত দিয়া লিংকত ক্লিক কৰি Class 6 New Science Book in English PDF Download কৰি লব পাৰে।

Class 6 New Science Book in English

Chapters in Class 6 New Science Book in English

আপুনি যদিও ইয়াত Class 6 New Science Book in English PDF Download কৰিব আহিছে তথাপিও আমি আপোনাক অতিৰিক্ত কিছু তথ্য দিবলৈ Class 6 New Science Book in English কিতাপত কি কি অধ্যায় সন্নিবিষ্ট কৰিছে তাৰ কথা উল্লেখ কৰিব বিছাৰিছো।

  • Chapter 1: Food: Where Does It Come From?
  • Chapter 2: Compounds Of Food
  • Chapter 3: Fibre To Fabric
  • Chapter 4: Shorting Materials Into Groups
  • Chapter 5: Separation of Substances
  • Chapter 6: Changes Around Us
  • Chapter 7: Getting to Know Plants
  • Chapter 8: Body Movements
  • Chapter 9: The Living Organisms & Their Surroundings
  • Chapter 10: Motion And Measurements of Distance
  • Chapter 11: Light, Shadows And Reflections
  • Chapter 12: Electricity And Circuits
  • Chapter 13: Fun With Magnets
  • Chapter 14: Water
  • Chapter 15: Air Around Us
  • Chapter 16: Garbage In, Garbage Out

ওপৰত উল্লেখ কৰা অধ্যায়সমূহ Class 6 New Science Book in English কিতাপত দিয়া আছে। আমি তলত দিয়া লিংকত গোটেই কেইটা অধ্যায়ৰ সৈতে Class 6 New Science Book in English PDF Download কৰাৰ ব্যৱস্থা কৰিছো। কেৱল আপুনি লিংকত ক্লিক কৰি ডাউনলোড কৰি লওক।

Class 6 New Science Book in English PDF

আপুনি যদি প্ৰথম বাৰ এই Assamese Medium নামৰ অসমীয়া শিক্ষামূলক ৱেবছাইটত আহিছে তেন্তে আপোনালোকক জনাব পাই আমি অতি সুখী যে এই ৱেবচাইটৰ জৰিয়তে আপোনালোকৰ বাবে ষষ্ট শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো বিষয়ৰ প্ৰশ্ন উত্তৰ যোগান ধৰাৰ প্ৰয়াস কৰিছো।

আজিৰ লিখনিৰ জৰিয়তে আমি আপোনাৰ বাবে Class 6 New Science Book in English PDF Download লিংক আগবঢ়াইছোঁ । পৰৱৰ্তী সময়ত আমি আপোনালোকৰ বাবে Class 6 New Science Question Answer in English লৈ আহিম ।

ইয়াৰ ওপৰিও আমি Nitid Academy নামৰ YouTube Channel ৰ যোগেদি Assamese Medium নামৰ এই ৱেবছাইটত আলোচনা কৰা প্ৰতিতো বিষয়ত Video Class দিয়া হয়। আপুনি বিচাৰিলে তলত দিয়া লিংকত ক্লিক কৰি FREE Video Class চাব পাৰিব।

Watch FREE Video Class

লগতে আপুনি যিকোনো সমস্যাৰ সমাধান অতি সোনকালে পাবলৈ Assamese Medium নামৰ Facebook Page ক Follow কৰিব পাৰে।

Leave a Comment