[HS Final Exam 2024] Class 12 Political Science Assamese Medium

Class 12 Arts ৰ এক বিশেষ গুৰুত্বপূৰ্ণ বিষয় হল Political Science তথা ৰাজনৈতিক বিজ্ঞান। আজি আমি Class 12 Political Science Assamese Medium তথা অসমীয়া মাধ্যমৰ দ্বাদশ শ্ৰেণীৰ ৰাজনৈতিক বিজ্ঞানৰ সূচীপত্ৰ (Full Syllabus Class 12 P.Sc Assamese Medium) ৰ বিষয়ে আলোচনা কৰিবৰ প্ৰয়াস কৰিছো।

Assamese Medium ৱেবচাইটত আমি Class 6 – Class 12 লৈকে বিজ্ঞান, কলা আৰু বাণিজ্য শাখাৰ বাবে প্ৰতিটো বিষয়ৰ পাঠ্যভিত্তিক প্ৰশ্ন উত্তৰৰ ওপৰিও কিছু কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ আমি ইয়াত আলোচনা কৰিম।

Class 12 ৰাজনৈতিক বিজ্ঞান PDF NotesRs. 149/-Buy Now
Class 12 Political Science Assamese Medium

আপোনালোকৰ সুবিধাৰ্থে আমি Assamese Medium Class 12 Political Science ৰ সূচীপত্ৰ উল্লেখ কৰিছো। আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি তলত দিয়া লিংকসমূহৰ পৰা Class 12 Political Science Assamese Medium Question Answer জানিব পাৰিব। আপুনি ইচ্ছা কৰিলে Class 12 Political Science Assamese Medium Question Answer PDF ডাউনলোড কৰিব পাৰিব।

Chapter 1শীতল যুদ্ধৰ যুগ প্ৰশ্ন উত্তৰPDF Notes
Chapter 2দ্বি ৰাষ্ট্ৰবাদৰ অৱসান প্ৰশ্ন উত্তৰPDF Notes
Chapter 3আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য প্ৰশ্ন উত্তৰPDF Notes
Chapter 4ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ প্ৰশ্ন উত্তৰPDF Notes
Chapter 5সাম্প্রতিক দক্ষিণ এছিয়া প্ৰশ্ন উত্তৰPDF Notes
Chapter 6আন্তর্জাতিক সংগঠন প্ৰশ্ন উত্তৰPDF Notes
Chapter 7সাম্প্রতিক বিশ্বত নিৰাপত্তা প্ৰশ্ন উত্তৰPDF Notes
Chapter 8পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ প্ৰশ্ন উত্তৰPDF Notes
Chapter 9বিশ্বায়ন প্ৰশ্ন উত্তৰPDF Notes
Chapter 1জাতি গঠনৰ প্ৰত্যাহ্বান প্ৰশ্ন উত্তৰPDF Notes
Chapter 2এক দলীয় প্রাধান্যৰ যুগ প্ৰশ্ন উত্তৰPDF Notes
Chapter 3পৰিকল্পিত বিকাশৰ ৰাজনীতি প্ৰশ্ন উত্তৰPDF Notes
Chapter 4ভাৰতৰ বৈদেশিক সম্বন্ধ প্ৰশ্ন উত্তৰPDF Notes
Chapter 5কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুন-প্রতিষ্ঠা প্ৰশ্ন উত্তৰPDF Notes
Chapter 6গণতন্ত্রৰ সংকট প্ৰশ্ন উত্তৰPDF Notes
Chapter 7গণ আন্দোলনৰ অভ্যুত্থান প্ৰশ্ন উত্তৰPDF Notes
Chapter 8আঞ্চলিক আকাংক্ষাবোৰ প্ৰশ্ন উত্তৰPDF Notes
Chapter 9ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ প্ৰশ্ন উত্তৰPDF Notes

আমি আলোচনা কৰা Class 12 Political Science Assamese Medium ৰ বিষয়ে যদি আপোনাৰ কিবা সুধিব লগা থাকে তেন্তে Comment Section ত জনোৱাৰ ওপৰিও Assamese Medium Facebook PageFollow কৰি আমাৰ সৈতে পোনপতীয়াকৈ যোগাযোগ কৰিব পাৰিব। আমি আপোনাৰ যিকোনো সমস্যাৰ সমাধান যথা সময়ত দিবলৈ প্ৰয়াস কৰিম।