Class 10 English Grammar

Class 10 English Grammar ৰ বহুত কথাকেই Class 9 ত শিকি অহা হৈছে। তথাপি HSLC Final Exam 2024 ৰ বাবে ই এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আমি Assamese Medium ৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰয়োজন হোৱা Class 10 English Grammar ৰ সকলো বিষয়ৰ ওপৰত আলোচনা কৰিব গৈ আছোঁ।

আমি ইয়াত আলোচনা আৰম্ভ কৰাৰ আগতে মূল Syllabus কি কি আছে তাক জনাটো অতি প্ৰয়োজন। গতিকে Class 10 English Grammar Syllabus আমি আগতে উল্লেখ কৰি লব লাগিব।

Class 10 English Grammar

English Grammar ত সাধাৰণতে Determiners, Tense, Voice, Narration, Preposition, Vocabulary আদি বিষয় আছে যদিও আমি Class 10 ৰ বাবে থকা সম্পূৰ্ণ syllabus আমি জানি লোৱা উচিত।

Class 10 English Grammar Syllabus [SEBA Course]

Conclusion

আমি ইয়াত Class 10 English Grammar ৰ সকলো অংশ আলোচনা কৰিছোঁ যদিও Grammar portion of class 9 আলোচনা কৰা নাই কাৰণ আমি Class 9 English Grammar ত এই গোটেই খিনি বিষয় আলোচনা কৰি আহিছোঁ। যদি আপুনি পঢ়া নাই তেন্তে লিংকত ক্লিক কৰি জানি লব পাৰে।

যিহেতু আমি Grammar তথা ব্যাকৰণৰ কথা ইয়াত আলোচনা কৰি আছোঁ সেয়ে আমি এটা কথা বেছিকৈ কব খুজিছোঁ যে আমি Assamese Medium ৰ ছাত্ৰ ছাত্ৰীৰ বাবে Class 10 Assamese Grammar ৰ বিষয়েও আলোচনা কৰোঁ, যদি আপুনি এতিয়াও পঢ়া নাই তেন্তে লিংকত ক্লিক কৰি জানিব পাৰে যে কি কি অসমীয়া ব্যাকৰণ আপোনাৰ পৰীক্ষাৰ বাবে প্ৰয়োজন।

ইয়াৰ উপৰিও যদি আপোনাৰ কিবা অসুবিধা আছে তেন্তে যিকোনো সময়ত আপুনি Assamese Medium Facebook PageFollow কৰি আমাক পোনপটীয়াকৈ জনাব পাৰে। আমি আপোনাৰ সমস্যাৰ সমাধান দিবলৈ প্ৰয়াস কৰিম