Class 10 Science Chapter 7 PDF Note in Assamese

আপুনি যদি Assamese Medium ৱেবচাইটৰ এই পৃষ্ঠা পঢ়ি আছে তেন্তে নিশ্চয় আপুনি দশম মান শ্ৰেণীত পঢ়ি থকা শিক্ষাৰ্থী অথবা পঢ়াই থকা শিক্ষক শিক্ষয়িত্ৰী আৰু ইয়াত আপুনি Class 10 Science Chapter 7 Question Answer in Assamese বা Class 10 Science Chapter 7 PDF Note in Assamese বিচাৰিহে আহিছে। আপোনাৰ আশা অনুযায়ী আমি সমাধান দিবলৈ প্ৰয়াস কৰিছো।

আজি আমি ইয়াত আলোচনা কৰিম Class 10 Science Chapter 7 Question Answer আৰু ইয়াৰ পৰাই আপুনি Class 10 Science Chapter 7 PDF Note in Assamese ডাউনলোড কৰিব পাৰিব।

আমি কেৱল এই ৱেবচাইটৰ জৰিয়তে প্ৰশ্ন উত্তৰ যোগান ধৰাই নহয়, আমি Assamese Medium YouTube Channel ৰ যোগেদি এই সকলো অধ্যায়ৰ সম্পূৰ্ণ Video Class দিবলৈ যত্ন কৰিছো। আপুনি বিচাৰিলে লিংকত ক্লিক কৰি আমাৰ Video Class চাব পাৰিব

Class 10 Science Chapter 7 PDF Note in Assamese

Blue Questions Class 10 Science 7 Assamese Medium

ইয়াত আমি কেৱল Class 10 Science Chapter 7 Question সমূহ উল্লেখ কৰিছো আৰু তাৰ উত্তৰ সমূহৰ সুন্দৰ PDF তলত দিয়া লিংকৰ জৰিয়তে লাভ কৰিব পাৰিব। তেন্তে আহক “নিয়ন্ত্ৰণ আৰু সমন্বয়” নামৰ অধ্যায়ত কি কি প্ৰশ্ন আছে প্ৰথমে চাই লওঁ।

Class 10 Science Chapter 7 Blue Question Page No. 119

১। প্রতীপ ক্রিয়া আৰু খােজকঢ়াৰ মাজত পার্থক্য কি?
২। দুটা নিউৰণৰ মাজৰ সংযােগী পথ বা ছাইনেপছত কি ঘটে?
৩| মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়?
৪। আমি ধূপকাঠিৰ গােন্ধ কেনেকৈ পাওঁ ?
৫। প্রতীপ ক্রিয়াত মগজুৰ ভূমিকা কি?
৬। দুই প্রকাৰৰ প্ৰান্তীয় স্নায়ু কি

Class 10 Science Chapter 7 Blue Question Page No. 122

১। উদ্ভিদৰ সঞ্জীৱনী পদার্থবিলাক কি কি?
২। নিলাজী বনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পােহৰৰ দিশত
৩| উদ্ভিদৰ বৃদ্ধিত অৰিহণা যােগােৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ নাম লিখা।
৪। কোনাে এক আধাৰত চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে কেনেকৈ সহায় কৰে?
৫। জলানুবেগীৰ পৰীক্ষামূলক আহি এটা প্রস্তুত কৰা।

Class 10 Science Chapter 7 Blue Question Page No. 125

১। প্রাণীদেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয়?
২। আয়ডিন পুষ্ট লৱণ খােৱাটো কিয় আৱশ্যক?
৩। মানুহৰ দেহৰ তেজত এড্রিনেলিনৰ নিঃসৰণ ঘটিলে দেহত কেনে প্রতিক্রিয়া হয়?
৪। কিছুমান ডায়েবেটিছ ৰােগীক ইনচুলিনৰ বেজি দিয়া হয় কিয়?

Class 10 Science Chapter 7 Exercise Question

১। তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদার্থ—
২। দুটা নিউৰণৰ খালী ঠাইক কি বুলি কয়—
৩। মগজুৱে কি কাম কৰে
৪। যি সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে-
৫। আমাৰ দেহৰ গ্রাহক অংগৰ কাম কি? গ্রাহক অংগই যথােপযুক্ত কাম নকৰিলে কেনে পৰিস্থিতি হ’ব ভাবাচোন। ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে?
৬। নিউৰণ গঠনৰ এটা চিত্র আঁকা। ইয়াৰ কার্য বর্ণনা
৭। উদ্ভিদৰ দীপ্তিকাল প্রতিক্রিয়া কেনেকৈ সংঘটিত হয়?
৮। স্নায়ুৰত আঘাত হলে কেনে বার্তাত ব্যাঘাত ঘটে?
৯। উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয়?
১০। জীৱদেহৰ নিয়ন্ত্রণ আৰু সমন্বয়ৰ কাৰণে কি প্রয়ােজন?
১১। ঐচ্ছিক ক্রিয়া আৰু প্রতীপ ক্রিয়াৰ মাজত পার্থক্য কেনেকৈ উলিয়াবা?
১২। আমাৰ দেহত স্নায়ুপ্ৰেৰণা কেনেদৰে প্ৰেৰিত হয়?
১৩। স্নায়ুলাই কেনেকৈ পেশীয় চলন নিয়ন্ত্রণ কৰে।
১৪। মানৱদেহত থাইৰক্সিন হ’মনৰ কিয় আৱশ্যক?
১৫। নিলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজত পার্থক্য কি?

Extra Question For HSLC 2023 Exam

১। কোনবিধ হৰমনৰ প্ৰভাৱত গছৰ পাত সৰে?
২। মস্তিষ্কৰ কোনটো অংশই অনৈচ্ছিক কার্য নিয়ন্ত্রণ কৰে?
৩। মানুহৰ দেহৰ ক’ত ইনচুলিন হ’মন উৎপন্ন হয় ?
৪। স্নায়ুকোষবােৰ কিহৰ দ্বাৰা গঠিত?
৫। স্নায়ু প্রবর্ধক কি কি ভাগত ভাগ কৰা হৈছে?
৬। প্রতীপ ক্রিয়া কি?
৭। ফল পকাত সহায় কৰা হ’ৰমনবিধৰ নাম কি?
৮। প্রতীপ ধনু কি?
৯। মস্তিষ্কৰ চেৰিবেলাম অংশই ভালদৰে কাম নকৰিলে কি বিজুতি হয়?

Class 10 Science Chapter 7 PDF Note in Assamese

ওপৰত আমি Class 10 Science Chapter 7 Question সমূহ উল্লেখ কৰিছো আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমি তলত দিয়া লিংকৰ জৰিয়তে PDF দিয়াৰ ব্যৱস্থা কৰিছো। আপুনি লিংকত ক্লিক কৰি Class 10 Science Chapter 7 Question Answer in Assamese Medium PDF ডাউনলোড কৰিব পাৰে।

Class 10 Science Chapter 7 PDF Note in Assamese

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment