Class 10 Science Chapter 6 PDF Note in Assamese

আপুনি যদি Assamese Medium ৱেবচাইটৰ এই পৃষ্ঠা পঢ়ি আছে তেন্তে নিশ্চয় আপুনি দশম মান শ্ৰেণীত পঢ়ি থকা শিক্ষাৰ্থী অথবা পঢ়াই থকা শিক্ষক শিক্ষয়িত্ৰী আৰু ইয়াত আপুনি Class 10 Science Chapter 6 Question Answer in Assamese বা Class 10 Science Chapter 6 PDF Note in Assamese বিচাৰিহে আহিছে। আপোনাৰ আশা অনুযায়ী আমি সমাধান দিবলৈ প্ৰয়াস কৰিছো।

আজি আমি ইয়াত আলোচনা কৰিম Class 10 Science Chapter 6 Question Answer আৰু ইয়াৰ পৰাই আপুনি Class 10 Science Chapter 6 PDF Note in Assamese ডাউনলোড কৰিব পাৰিব।

আমি কেৱল এই ৱেবচাইটৰ জৰিয়তে প্ৰশ্ন উত্তৰ যোগান ধৰাই নহয়, আমি Assamese Medium YouTube Channel ৰ যোগেদি এই সকলো অধ্যায়ৰ সম্পূৰ্ণ Video Class দিবলৈ যত্ন কৰিছো। আপুনি বিচাৰিলে লিংকত ক্লিক কৰি আমাৰ Video Class চাব পাৰিব

Class 10 Science Chapter 6 Assamese Medium

Blue Questions Class 10 Science 6 Assamese Medium

ইয়াত আমি কেৱল Class 10 Science Chapter 6 Question সমূহ উল্লেখ কৰিছো আৰু তাৰ উত্তৰ সমূহৰ সুন্দৰ PDF তলত দিয়া লিংকৰ জৰিয়তে লাভ কৰিব পাৰিব। তেন্তে আহক “জীৱন প্ৰক্ৰিয়া” নামৰ অধ্যায়ত কি কি প্ৰশ্ন আছে প্ৰথমে চাই লওঁ।

Class 10 Science Chapter 6 Blue Question Page No. 95

1) মানুহৰ দৰে বহুকোষী জীৱৰ অক্সিজেনৰ প্ৰয়ােজন পূৰাবলৈ কিয় ব্যাপন প্রক্রিয়া পর্যাপ্ত নহয়?
2) আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত ঠাৱৰ কৰিম?
3) জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়?
4) জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা?

Class 10 Science Chapter 6 Blue Question Page No. 101

1) স্বপােষিত আৰু পৰপােষিত পুষ্টি পার্থক্যসমূহ কি?
2) সালােক সংশ্লেষণৰ বাবে প্রয়ােজন হােৱা প্ৰতিটো কেঁচা সামগ্রী উদ্ভিদে ক’ৰ ক’ৰ পৰা আহৰণ কৰে?
3) আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি [HSLC.’20]
4) পাচক উৎসেচক (Digestive enzyme) ৰ কার্য কি?
5) শোষণ হ’ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয়?

Class 10 Science Chapter 6 Blue Question Page No. 105

1) শ্বসনৰ বাবে অক্সিজেন আহৰণৰ ক্ষেত্ৰত স্থলচৰ জীৱ এটাৰ জলজ জীৱ এটাতকৈ সুবিধা কি? [HSLC.’17|
2) কি কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লক’জ জাৰিত হৈ শক্তি উৎপন্ন হয়?
3) মানুহৰ শৰীৰত অক্সিজেন আৰু কার্বন ডাই অক্সাইড কেনেদৰে পৰিবাহিত হয়?
4) প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে?

Class 10 Science Chapter 6 Blue Question Page No. 110

1) মানুহৰ পৰিবহণ তন্ত্ৰৰ মূখ্য ভাগ কেইটা কি কি? ইয়াৰ কাৰ্যসমূহ কি কি ?
2) পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন ?
3) উচ্চখাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি ? ?
4) উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয়?
5) উদ্ভিদৰ দেহত খাদ্যৰ সংক্ৰমণ কেনেকৈ হয়?

Class 10 Science Chapter 6 Blue Question Page No. 112

1) নেফ্রনৰ গঠন আৰু কার্য বর্ণনা কৰা।
2) 2) উদ্ভিদে কি কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে।
3) কেনেকৈ মূত্ৰ উৎপাদন পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি?

Class 10 Science Chapter 6 Exercise Question in Assamese

1. মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ- ক) পৰিপুষ্টি খ) শ্বসন গ) ৰেচন ঘ) পৰিবহন
2. উদ্ভিদৰ দেহত জাইলেমৰ কাম হ’ল- ক) পানীৰ পৰিবহন খ) খাদ্যৰ পৰিবহন গ) এমিন’ এচিডৰ পৰিবহন ঘ) অক্সিজেনৰ পৰিবহন
3. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়- ক) কাৰ্বন-ডাই-অক্সাইড আৰু পানী খ) পত্ৰহৰিত গ) সূৰ্যৰ পোহৰ ঘ) ওপৰৰ আটাইকেইটা
4. পাইৰুভেট অণু ভাঙি কাৰ্বন-ডাই-অক্সাইড, পানী আৰু শক্তি উত্পন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়- ক) চাইট’প্লাজমত খ) মাইট’ন্ডিয়াত গ) ক্ল’ৰপ্লাষ্টত ঘ) কোষকেন্দ্ৰত
5. আমাৰ দেহত কেনকৈ চৰ্বীসমূহ পাচন হয় ? এই প্ৰক্ৰিয়াটো ক’ত সংঘটিত হয় ?
6. পাচনত লালটিৰ ভূমিকা কি?
7. স্বপোষীত পৰিপুষ্টিত কাৰণে কি কি কাৰকৰ প্ৰয়োজন? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি?
8. সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি কি ? সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা।
9. প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে?
10. আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ’লে কি হ’ব?
11. মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা। ইয়াৰ প্ৰয়োজন কি?
12. জাইলেম আৰু ফ্লোৱেম দ্ৰৱ্যৰ পৰিবহনৰ পাৰ্থক্যবোৰ কি কি?
13. হাওঁফাওঁৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা।

Class 10 Science Chapter 6 PDF Note in Assamese

ওপৰত আমি Class 10 Science Chapter 6 Question সমূহ উল্লেখ কৰিছো আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমি তলত দিয়া লিংকৰ জৰিয়তে PDF দিয়াৰ ব্যৱস্থা কৰিছো। আপুনি লিংকত ক্লিক কৰি Class 10 Science Chapter 6 Question Answer in Assamese Medium PDF ডাউনলোড কৰিব পাৰে।

Class 10 Science Chapter 6 PDF Note in Assamese

1 thought on “Class 10 Science Chapter 6 PDF Note in Assamese”

Leave a Comment