Class 10 Science Chapter 5 PDF Note in Assamese

আপুনি যদি Assamese Medium ৱেবচাইটৰ এই পৃষ্ঠা পঢ়ি আছে তেন্তে নিশ্চয় আপুনি দশম মান শ্ৰেণীত পঢ়ি থকা শিক্ষাৰ্থী অথবা পঢ়াই থকা শিক্ষক শিক্ষয়িত্ৰী আৰু ইয়াত আপুনি Class 10 Science Chapter 5 Question Answer in Assamese বা Class 10 Science Chapter 5 PDF Note in Assamese বিচাৰিহে আহিছে।

আপোনাৰ আশা অনুযায়ী আমি সমাধান দিবলৈ প্ৰয়াস কৰিছো। আজি আমি ইয়াত আলোচনা কৰিম Class 10 Science Chapter 5 Question Answer আৰু ইয়াৰ পৰাই আপুনি Class 10 Science Chapter 5 PDF Note in Assamese ডাউনলোড কৰিব পাৰিব।

Class 10 Science Chapter 5 PDF Note in Assamese

আমি কেৱল এই ৱেবচাইটৰ জৰিয়তে প্ৰশ্ন উত্তৰ যোগান ধৰাই নহয়, আমি Assamese Medium YouTube Channel ৰ যোগেদি এই সকলো অধ্যায়ৰ সম্পূৰ্ণ Video Class দিবলৈ যত্ন কৰিছো। আপুনি বিচাৰিলে লিংকত ক্লিক কৰি আমাৰ Video Class চাব পাৰিব

Blue Questions Class 10 Science 5 Assamese Medium

ইয়াত আমি কেৱল Class 10 Science Chapter 5 Question সমূহ উল্লেখ কৰিছো আৰু তাৰ উত্তৰ সমূহৰ সুন্দৰ PDF তলত দিয়া লিংকৰ জৰিয়তে লাভ কৰিব পাৰিব। তেন্তে আহক “মৌলৰ পৰ্যাবৃত্ত তালিকা” নামৰ অধ্যায়ত কি কি প্ৰশ্ন আছে প্ৰথমে চাই লওঁ।

Class 10 Science Chapter 4 Blue Question Page No. 81

1. নিউলেণ্ডছ অষ্টকৰ স্তম্ভবােৰত ড’বাৰেইনাৰৰ ট্রায়াড় আছিলনে? তুলনা কৰা আৰু বিচাৰি উলিওৱা।
2. ড’বাৰেইনাৰৰ শ্রেণী বিভাজনৰ সীমাবদ্ধতাবােৰ কি কি আছিল?
3. নিউলেণ্ডৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা কি কি আছিল?

Class 10 Science Chapter 4 Blue Question Page No. 85

1. মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নির্ণয় কৰা- K, C, Al, Si, Ba
2. গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কৃত হােৱাৰ পূর্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল? (যিকোনাে দুটা)
3. মেগুেলিভে তেওঁৰ পর্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবােৰ কি কি আছিল ?
4. সম্রান্ত গেছবােৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে? – H.S.L.C-18

Class 10 Science Chapter 4 Blue Question Page No. 90

1. আধুনিক পর্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাত থকা আসোঁৱাহবােৰ কিদৰে দূৰ কৰিছিল?
2. মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্রিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা। তােমাৰ এই বাছনিৰ ভিত্তি কি?
3. নাম লিখা।
(a) বহিৰতম কক্ষত এটাকৈ ইলেকট্রন থকা তিনিটা মৌলৰ।।
(b) বহিৰতম কক্ষত দুটাকৈ ইলেকট্রন থকা দুটা মৌলৰ।
(c) পৰিপূৰ্ণ বহিৰতম কক্ষ থকা তিনিটা মৌলৰ।
4.(a) লিথিয়াম, ছ’ডিয়াম, পটেছিয়াম- এই আটাইকেইটা ধাতু। ইহঁতে পানীৰ সৈতে বিক্রিয়া কৰি হাইড্রজেন মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে?
(b) হিলিয়াম এটা নিষ্ক্রিয় গেছ আৰু নিয়ন এটা প্রায় নিষ্ক্রিয় গেছ। ইহঁতৰ পৰমাণুবােৰৰ মাজত কি কি মিল থকা দেখা যায় ?
5. আধুনিক পর্যাবৃত্ত তালিকাত থকা প্রথম দহােটা মৌলৰ ভিতৰত কোনকেইটা ধাতু?
6. পর্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধর্মী হব বুলি অনুমান কৰিবা? Ga, Ge, As, Se, Be

Class 10 Science Chapter 5 Exercise Question in Assamese

1. এটা পৰমাণুৰ ইলেকট্রনীয় বিন্যাস হ’ল 2.8
(a) এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি ?
(b) তলৰ মৌলবােৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব ? (বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবােৰ দিয়া হৈছে)
N (7) F (9) P (15) Ar (18) – H.S.L.C.-17

2. মৌল Xয়ে XCI2 সংকেতৰ ক্ল’ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গােটা পদার্থ। মৌল X. তলৰ কোনটোৰ সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা। সবাতােকৈ বেছি?

3. কোনটো মৌলৰ আছে- (a) ইলেকট্রনপূর্ণ দুটা কক্ষ ? (b) 2,8,2 ইলেকট্রনীয় বিন্যাস? (c) যােক কক্ষত চাৰিটা ইলেকট্রনৰে সৈতে মুঠ তিনিটা কক্ষ? (d) দ্বিতীয় কক্ষত তিনিটা ইলেকট্রনৰে সৈতে মুঠ তিনিটা। (e) দ্বিতীয় কক্ষত প্রথম কক্ষৰ দুগুণ ইলেকট্রন ?

4. (a) পর্যাবৃত্ত তালিকাত ব’ৰণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবােৰৰ কি কি সাধাৰণ ধর্ম আছে? (b) পর্যাবৃত্ত তালিকাত ফ্লৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবােৰৰ কি কি সাধাৰণ ধর্ম আছে?

5. এটা পৰমাণুৰ ইলেকট্রনীয় বিন্যাস 2.8.7 (a) এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি? (b) তলৰ মৌলবােৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? (বন্ধনিৰ ভিতৰত পাৰমাণৱিক সংখ্যাবােৰ দিয়া হৈছে)। N(7) F(9) P(15) Ar(18)

6. পর্যাবৃত্ত তালিকাত তিনিটা মৌল A, B আৰু Cৰ স্থানসমূহ তলত দেখুওৱা হৈছে—
16 বর্গ 17 বর্গ
– –
– A
– –
B C
মৌল A ধাতু নে অধাতু?
(b) Cমৌলটো Aতকৈ বেছি সক্রিয় নে কম সক্রিয়
(c) C মৌলটো আকাৰত Bতকৈ ডাঙৰনে সৰু?
(d) মৌল Aএ কেনে ধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব?

7. নাইট্রজেন (পাৰমাণৱিক সংখ্যা 7) আৰু ফছফৰাছ (পাৰমাণৱিকত সংখ্যা 15) পর্যাবৃত্ত তালিকাৰ বর্গ 15ত থাকে। এই মৌল দুটাৰ ইলেকট্রনীয় বিন্যাস লিখা। সিহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ’ব আৰু কিয়? (H.S.L.C-15/18)

8. পৰমাণু এটাৰ ইলেকট্রনীয় বিন্যাস আধুনিক পর্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে।

9. আধুনিক পর্যাবৃত্ত তালিকাত কেলছিয়াম (পাৰমাণৱিক সংখ্যা 20) 12,19,21 আৰু 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰ দ্বাৰা পৰিৱেষ্টিত হৈ আছে। এইকেইটাৰ কাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধর্মসমূহ কেলছিয়ামৰ সৈতে মিলে?

10. মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকা আৰু আধুনিক পর্যাবৃত্ত তালিকাৰ মৌলৰ শ্রেণীবিভাজনৰ তুলনা কৰা।

Class 10 Science Chapter 5 PDF Note in Assamese

ওপৰত আমি Class 10 Science Chapter 5 Question সমূহ উল্লেখ কৰিছো আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমি তলত দিয়া লিংকৰ জৰিয়তে PDF দিয়াৰ ব্যৱস্থা কৰিছো। আপুনি লিংকত ক্লিক কৰি Class 10 Science Chapter 5 Question Answer in Assamese Medium PDF ডাউনলোড কৰিব পাৰে।

Class 10 Science Chapter 5 PDF Note in Assamese

Leave a Comment