Class 10 Science Chapter 4 PDF Note in Assamese

আপুনি যদি Assamese Medium ৱেবচাইটৰ এই পৃষ্ঠা পঢ়ি আছে তেন্তে নিশ্চয় আপুনি দশম মান শ্ৰেণীত পঢ়ি থকা শিক্ষাৰ্থী অথবা পঢ়াই থকা শিক্ষক শিক্ষয়িত্ৰী আৰু ইয়াত আপুনি Class 10 Science Chapter 4 Question Answer in Assamese বা Class 10 Science Chapter 4 PDF Note in Assamese বিচাৰিহে আহিছে।

আপোনাৰ আশা অনুযায়ী আমি সমাধান দিবলৈ প্ৰয়াস কৰিছো। আজি আমি ইয়াত আলোচনা কৰিম Class 10 Science Chapter 4 Question Answer আৰু ইয়াৰ পৰাই আপুনি Class 10 Science Chapter 4 PDF Note in Assamese ডাউনলোড কৰিব পাৰিব।

আমি কেৱল এই ৱেবচাইটৰ জৰিয়তে প্ৰশ্ন উত্তৰ যোগান ধৰাই নহয়, আমি Nitid Academy YouTube Channel ৰ যোগেদি এই সকলো অধ্যায়ৰ সম্পূৰ্ণ Video Class দিবলৈ যত্ন কৰিছো। আপুনি বিচাৰিলে লিংকত ক্লিক কৰি আমাৰ Video Class চাব পাৰিব

Class 10 Science Chapter 4 PDF Note in Assamese

Blue Questions Class 10 Science 4 Assamese Medium

ইয়াত আমি কেৱল Class 10 Science Chapter 4 Question সমূহ উল্লেখ কৰিছো আৰু তাৰ উত্তৰ সমূহৰ সুন্দৰ PDF তলত দিয়া লিংকৰ জৰিয়তে লাভ কৰিব পাৰিব। তেন্তে আহক “কাৰ্বন আৰু ইয়াৰ যৌগ” নামৰ অধ্যায়ত কি কি প্ৰশ্ন আছে প্ৰথমে চাই লওঁ।

Class 10 Science Chapter 4 Blue Question Page No. 61

1. কার্বন ডাই-অক্সাইড (C02) ৰ ইলেক্ট্রন বিন্দু গঠন কি হ’ব?
2. আঠটা ছালফাৰ পৰমাণুৰে গঠিত এটা ছালফাৰ অনুৰ ইলেক্ট্ৰন বিন্দু গঠন কি হব।

Class 10 Science Chapter 4 Blue Question Page No. 68

1. পেন্টেনৰ বাবে কেইটা গঠন সমযােগী আঁকিব পাৰিব?
2. কার্বনৰ কোন দুটা ধৰ্মৰবাবে আমিআমাৰ চাৰিওফালে অজস্র কার্বন-যৌগ দেখা পাওঁ ?
3. চাইক্লপেণ্টেনৰ সংকেত আৰু ইলেক্ট্ৰনীয় বিন্দু গঠন কি হব লিখা?
4. তলৰ যৌগবোৰ ৰ গঠন আঁকি দেখুওৱা – i) ইথন’য়িক এচিড ii) ব্ৰ’ম’পেণ্টেন iii) বিউটান’ন iv) হেক্সানেল
5. তলৰ যৌগবোৰৰ নাম লিখা (See Diagram)

Class 10 Science Chapter 4 Blue Question Page No. 71

1. ইথানলক ইথানয়িক এছিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া?
2. লােহা জোৰা দিয়া সময়ত (welding) অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয়?

Class 10 Science Chapter 4 Blue Question Page No. 74

1. পৰীক্ষাৰ সহায়ত এলকহল আৰু কার্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুৱাব পাৰি?
2. জাৰক দ্রব্য কি ?

Class 10 Science Chapter 4 Blue Question Page No. 76

1. অপমার্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় ক’ব পাৰিবানে?
2. কাপােৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন কৰে। সাধাৰণতে চাবােন ঘঁহিকাপােৰখন শিল এচলাত থুকুছে বা ভৰিৰে গচকে, ব্রাছ কৰে নাইবা কাপােৰ ধােৱা যন্ত্রত (Washing Machine) ভৰাই জোকাৰি দিয়ে। কাপােৰ পৰিষ্কাৰকৰিবলৈ কিয় জোকাৰিব লাগে ?

Class 10 Science Chapter 4 Exercise

1. ইথেন (C2H6) অণু এটাত ——(a) 6টা সহযােজী বান্ধনি আছে (b) 7টা সহযােজী বান্ধনি আছে (c) ৪টা সহযােজী বান্ধনি আছে (d) 9 টা সহযােজী বান্ধনি আছে
2. চাৰিটা কার্বনৰ যৌগ বিউটান’নত থকা কার্যকৰী মূলক হ’ল —— (a) কার্বক্সিলিক এছিড (b) এলডিহাইড (c) কিটন (d) এলকহল
3. ৰন্ধনৰ সময়ত ব্যৱহাৰ কৰা বৰ্তনৰ তলফালে কলা পৰে কিয়নো — a) ইন্ধনৰ ভালদৰে নিসিজিলে। b) ইন্ধনৰ সম্পূৰ্ণ দহন নহলে। c) ইন্ধন সিক্ত হলে। d) ইন্ধনৰ সম্পূৰ্ণ দহন হলে
4. CH3CI ৰ উদাহৰণ লৈ সহযােজী বান্ধনিৰ স্বৰূপ (Nature) বাখ্যা কৰা।
5. তলত দিয়া বিলাকৰ ইলেক্ট্ৰন বিন্দু গঠন লিখা: a) ইথানয়িক এছিড b) H2S c) প্রপান’ন d) F2
6. সমগণীয় শ্রেণী কি? উদাহৰণদি বুজাই লিখা।
7. ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এছিডৰ পার্থক্য লিখা।
8. পানীত চাবােন দিলে কিয় ফেন উঠে? বেলেগ দ্ৰাৱক যেনে-ইথানলত ফেন উঠিবনে?
9. প্রায় সকলাে ক্ষেত্রতে কার্বন আৰু ইয়াৰ যৌগসমূহক ইন্ধন হিচাপে ব্যৱহাৰ হয় কিয় ?
10. কঠিন পানীত চাবােন ব্যৱহাৰ কৰিলে গেদ (Scum) কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰা।
11. নীলা আৰু ৰঙা লিটমাছ কাগজেৰে চাবােন পৰীক্ষা কৰিলে কি দেখিবা?
12. হাইড্ৰজেনেচন কাক বোলে? ইয়াৰ উদ্দোগিক প্ৰয়োগ কি?
13. তলৰ কোনবিলাক হাইড্র’কার্বনে যােগাত্মাক বিক্রিয়া দেখুৱায় – C2H6, C3H8, C3H6, C2H2 আৰু CH4?
14. মাখন (butter) আৰু খােৱাতেলৰ (Cooking oil) মাজত পার্থক্য দেখুৱাব পৰা এটা পৰীক্ষা বর্ণনা কৰা।
15. চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া বৰ্ণনা কৰা।

Class 10 Science Chapter 4 PDF Note in Assamese

ওপৰত আমি Class 10 Science Chapter 4 Question সমূহ উল্লেখ কৰিছো আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমি তলত দিয়া লিংকৰ জৰিয়তে PDF দিয়াৰ ব্যৱস্থা কৰিছো। আপুনি লিংকত ক্লিক কৰি Class 10 Science Chapter 4 Question Answer in Assamese Medium PDF ডাউনলোড কৰিব পাৰে।

Class 10 Science Chapter 4 PDF Notes in Assamese

Leave a Comment