Class 10 Science MCQ Chapter 4 in Assamese

আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো Assamese Medium ৱেবচাইটৰ আন এক গুৰুত্বপূৰ্ণ আলোচনাত। আজি আমি Class 10 Science MCQ Chapter 4 in Assamese আপোনালোকৰ বাবে লৈ আহিছোঁ যিয়ে আপোনাক আগন্তুক HSLC Final Exam 2023 ত সহায় কৰিব।

ইয়াৰ আগতে আমি Class 10 Science MCQ for HSLC 2023 কিছু আলোচনা কৰিছো। আপোনাৰ প্ৰয়োজন হলে লিংকত ক্লিক কৰি পঢ়িব পাৰে। তেন্তে আজি আহক আমি Class 10 Science MCQ Chapter 4 in Assamese আলোচনা কৰোঁ।

Watch FREE Video Classes

Class 10 Science MCQ Chapter 4 in Assamese

Class 10 Science MCQ Chapter 4 in Assamese | কার্বন আৰু তাৰ যোগ

1. চাৰিটা কাৰ্বনৰ যৌগ বিউটান’নত থকা কাৰ্য্যকৰী মূলক হ’ল-
(a) কার্বক্সিলিক এছিড
(b) এলড্‌হিাইড্
(c) কিট’ন
(d) এলক’হল
উত্তৰ: (c) কিট’ন

2. ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) ক’লা পৰে কিয়?
(a) খাদ্য ভালদৰে নিসিজিল
(b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়
(c) ইন্ধনটো সিক্ত
(d) ইন্ধনটো সম্পূৰ্ণকৈ দহন হয়
উত্তৰ : (b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয

3. কার্বন পৰমাণুৰ যোজ্যতা সদায়েই –
(a) এক
(b) দুই
(c) তিনি
(d) চাৰি
উত্তৰ: (d) চাৰি

4. মিথেনে সূৰ্যৰ বিক্ষিপ্ত পোহৰত ক্ল’ৰিণেৰে বিক্ৰিয়া কৰি মিথেনৰ —— উৎপন্ন কৰে।
(a) ক্ল’ৰ যৌগ
(b) হাইড্ৰ’ যৌগ
(c) অক্সাইড যৌগ
(d) ওপৰৰ এটাও নহয
উত্তৰ: (a) ক্ল’ৰ যৌগ

5. সমগনীয় শ্রেণী এটাৰ সকলোবোৰ যৌগই এক ধৰণৰ –—–দেখুৱায়।
(a) ৰাসায়নিক সংহতি
(b) ৰাসায়নিক বিক্ৰিয়া
(c) ৰাসায়নিক ধৰ্ম
(d) ওপৰৰ এটাও নহয
উত্তৰ : (c) ৰাসায়নিক ধর্ম

6. সংপৃক্ত হাইড্ৰ’কাৰ্বনবোৰক——-বুলিও কোৱা হয়।
(a) এলকেন
(b) এলকাইন
(c) এলকিন
(d) এলিন
উত্তৰ: (a) এলকেন

7. মুক্ত শৃংখল কার্বন যৌগবোৰক –— যৌগ বুলিও কোৱা হয় ৷
(a) চক্রীয় এলিফেটিক
(b) অচক্রীয় এলিফেটিক
(c) অচক্রীয় এলোফেটিক
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (b) অচক্রীয় এলিফেটিক

8. তলৰ কোনটো চক্রীয় যৌগ –
(a) C8H12
(c) C2H12
(b) C4H12
(d) C2H5
উত্তৰ : (c) C6 H12

9. সহযোগী বান্ধনীৰ গঠন হয়
(a) ইলেকট্ৰনৰ বিতৰণৰ দ্বাৰা
(b) ইলেকট্ৰনৰ ত্যাগৰ দ্বাৰা
(c) ইলেকট্ৰনৰ ভাগ-বতৰাৰ দ্বাৰা
(d) ওপৰৰ এটাও নহয
উত্তৰ: (c) ইলেকট্ৰনৰ ভাগবতৰাৰ দ্বাৰা

10. শস্যজাতীয় তেলৰ পৰা নিকেল অনুঘটকৰ উপস্থিতিত বনস্পতি ঘি প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো হ’ল –
(a) হাইড্রজেনেচন
(b) অক্সিজেনেচন
(c) কার্বনেচন
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (a) হাইড্ৰজেনেচন

11. ৰন্ধন তেলে ব্ৰ’মাইন পানীৰ ৰং-
(a) নীলা কৰে
(b) ক’লা কৰে
(c) ৰঙা কৰে
(d) হালধীয়া কৰে
উত্তৰ: (c) ৰঙা কৰে

12. বিউটেনে কি শৃংখল দেখুৱায়
(a) বন্ধ শৃংখল
(b) মুক্ত শৃংখল
(c) সৰল শৃংখল
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (b) মুক্ত শৃংখল

13. প্ৰ’পেনৰ অণু এটাত…….(HSLC ’15)
(a) 10 সহযোজী বান্ধনি থাকে
(b) 9 সহযোজী বান্ধনি থাকে হৈছে
(c) 8 সহযোজী বান্ধনি থাকে
(d) 11 সহযোজী বান্ধনি থাকে
উত্তৰ : (a) 10 সহযোজী বান্ধনি থাকে

14. সংপৃক্ত হাইড্ৰ’কাৰ্বনত থকা বান্ধনিবোৰ হৈছে—
(a) এক আৰু দ্বি-বান্ধনি
(b) কেৱল দ্বি-বান্ধনি
(c) কেৱল এক বান্ধনি
(d) এক আৰু ত্ৰি-বান্ধনি
উত্তৰ: (c) কেৱল এক বান্ধনি

15. এলকিনবোৰৰ সাধাৰণ আণৱিক সংকেত
(a) CnH2n-2
(b) CnH2n
(c) CnH2n+2
(d) CnH2n-3
উত্তৰ : (b) CnH2n

16. সমগণীয় শ্ৰেণী এটাৰ প্ৰতিটো অনুক্ৰমনীয় যৌগ ইয়াৰ সন্নিহিত যৌগৰ পৰা এটা—
(a) -CH2 মূলক
(b) -CH3 মূলক
(c) CH4 মূলক
(d) -CH মূলকৰ দ্বাৰা পৃথক হৈ থাকে
উত্তৰ : (a) CH2 মূলক

17. মিথেনৰ C-H বান্ধনিবোৰ দিশাভিমুখী হৈ থাকে—
(a) এটা ঘনক
(b) এটা সামান্তৰিক
(c) এটা চতুর্ফলক
(d) এটা আয়তক্ষেত্ৰৰ কোণ চাৰিটাৰ ফালে
উত্তৰ: (c) এটা চতুৰ্ফলক

18. কাৰ্বনৰ ইলেক্টনীয় বিন্যাস হৈছে—
(a) 2.8
(c) 2.4
(b) 2.1
(d) 2.7
উত্তৰ: (c) 2.4

19. এলকেনে অংশগ্ৰহণ কৰা বিক্ৰিয়াটো হৈছে—
(a) বহুযোগীকৰণ বিক্রিয়া
(b) যোগাত্মক বিক্রিয়া
(c) প্রতিস্থাপন বিক্রিয়া
(d) জাৰণ বিজাৰণ বিক্রিয়া
উত্তৰঃ (c) প্রতিস্থাপন বিক্রিয়া

20. ইথেন (C2H) অণু এটাত
(a) 6 সহযোজী বান্ধনি আছে
(b) 7 সহযোজী বান্ধনি আছে
(c) 8 সহযোজী বান্ধনি আছে
(d) 9 সহযোজী বান্ধনি আছে
উত্তৰ: (b) 7 সহযোজী বান্ধনি আছে

21. বন্ধ শৃংখল দেখুৱায়
(a) ছাইক্ল’হেক্সেন
(c) বিউটেন
(b) হাইক্ল’মিথেন
(d) পেন্টেন
উত্তৰ: (a) ছাইক’হেক্সেন

22. জৈৱ যৌগবোৰ বান্ধ খাই থকা বলবিধ হ’ল
(a) আয়নিক
(b) সহযোগী
(c) ভান ডাৰৱাল
(d) ওপৰৰ এটাও নহয
উত্তৰঃ (c) ভানডাৰৱাল

23. নেথেলিনৰ গলনাংক হ’ল-
(a) 393K
(b) 383K
(c) 353K
(d) 363K
উত্তৰ : (c) 353K

24. বেনজিনৰ উতলাংক হ’ল
(a) 393K
(c) 353K
(b) 383K
(d) 363K
উত্তৰ : (c) 353K

25. জৈৱ যৌগবোৰক উত্তপ্ত কৰিলে কেনে পৰিৱৰ্তন হয়–
(a) কম আনৱিক ভৰৰ
(b) উচ্চ আনৱিক ভৰৰ
(c) কম পাৰমাণৱিক ভৰৰ
(d) উচ্চ পাৰমাণৱিক ভৰৰ
উত্তৰ : (a) কম আনৱিক ভৰৰ

Leave a Comment