Class 10 Science Chapter 8 MCQ in Assamese

আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো Assamese Medium ৱেবচাইটৰ আন এক গুৰুত্বপূৰ্ণ আলোচনাত। আজি আমি Class 10 Science Chapter 8 MCQ in Assamese আপোনালোকৰ বাবে লৈ আহিছোঁ যিয়ে আপোনাক আগন্তুক HSLC Final Exam 2023 ত সহায় কৰিব।

ইয়াৰ আগতে আমি Class 10 Science Chapter 7 MCQ in Assamese আলোচনা কৰিছো। আপোনাৰ প্ৰয়োজন হলে লিংকত ক্লিক কৰি পঢ়িব পাৰে। তেন্তে আজি আহক আমি Class 10 Science Chapter 8 MCQ in Assamese আলোচনা কৰোঁ।

Class 10 Science Chapter 8 MCQ in Assamese

Class 10 Science Chapter 8 MCQ in Assamese অধ্যায়ঃ ৮ – জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?

1. তলত দিয়া কোনটো প্ৰাণীৰ প্ৰজননত মুকুলোদ্‌গম হোৱা দেখা যায় ৷
(i) ৰন্ধ্ৰী প্ৰাণী
(ii) কেঁচু
(iii) শামুক
(iv) তেজপিয়া
উত্তৰ : (i) ৰন্ধ্ৰী প্ৰাণী

2. তলত দিয়া কোনটোৱে শুক্রাণু আৰু ডিম্বাণুৰ মিলনক বুজায় ?
(i) মুকুলোদ্‌গম
(ii) ভাঙোন
(iii) বিভাজন
(iv) নিষেচন
উত্তৰ : (iv) নিষেচন

3. তলত দিয়া কোনটো প্ৰাণীৰ ক্ষেত্ৰত অনিষেচক প্রজনন দেখিবলৈ পোৱা নাযায
(i) মৌ মাখি
(iii) তৰা মাছ
(ii) বৰল
(iv) এফিদ
উত্তৰ : (iii) তৰা মাছ

4. মানুহৰ কোনটো তন্ত্ৰৰ লগত প্ৰষ্টেট গ্ৰন্থি সংযুক্ত হৈ থাকে ?
(i) পুংজনন ত‍
(ii) স্ত্রীজনন ত‍
(iii) ৰেচন ত‍
(iv) পাচন তন্ত্র
উত্তৰ : (i) পুংজনন তন্ত্র

5. টেষ্ট ষ্টাৰণ হৰমন নিঃসৰণ কৰা কোষবোৰৰ নাম
(i) জনন কোষ
(ii) লেইডিগ
(iii) ছাৰ্ট’লি কোষ
(iv) শুক্রকোষ
উত্তৰ : (iv) শুক্রকোষ

6. কোনবিধ প্ৰজনন প্ৰক্ৰিয়াত জিনৰ বিনিময় হয় ?
(a) যৌন প্রজনন
(b) অযৌন প্রজনন
(c) মুকুলক
(d) ওপৰৰ এটাও নহয়
উত্তৰ: (a) যৌন প্ৰজনন

7. এবিধ স্ত্রী যৌন হৰম’নৰ নাম লিখা ।
(a) অক্সিন
(b) থাইৰক্সিন
(c) ইষ্ট্ৰ’জেন
(d) পিটুইটেৰি
উত্তৰ: (c) ইষ্ট্ৰ’জেন

8. অযৌন প্ৰজননৰ মুকুলোদ্দগম সংঘটিত হয়
(ক) এমিবাত
(খ) ইষ্ট
(গ) প্লাজম’ডিয়ামত
(ঘ) লাইছমেনিয়াত
উত্তৰ : (খ) ইষ্ট

9. তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয় ?
(ক) ডিম্বাশয়
(খ) জৰায়ু
(গ) শুক্রবাহী নলী
(ঘ)ফেল’পিয়ান নলী
উত্তৰ : (গ) শুক্রবাহী নলী

10. পৰাগধানীত পোৱা হয় –
(ক) বেটুপাত
(খ) ডিম্বক
(গ) স্ত্রীকেশৰ
(ঘ) পৰাগ ৰেণু
উত্তৰ: (গ) পৰাগ ৰেণু

11.যোজন কোষত ক্ৰম’জমৰ সংখ্যা—
(iv) n
(ii) 2n
(iii) 3n
(iv) 4n
উত্তৰ : (ii) 2n

12. টেষ্টষ্টাৰণ হৰম’ন নিঃসৰণ কৰা কোষটোৰ নাম —-
(i) জনন কোষ
(ii) ছাৰ্ট’লি কোষ
(iii) লেইডিগ
(iv) শুক্রকোষ
উত্তৰ : (iv) শুক্রকোষ

13. ডিম্বাশয়ৰ গ্ৰেফিয়ান থলীৰ কোষবোৰৰ পৰা
ক্ষৰণ হোৱা হৰমণবিধ হ’ল
(a) ৰিলেক্সিন
(b) প্রলাক্টিন
(c) ইষ্ট্ৰজেন
(d) পিটুইটেৰি
উত্তৰ: (c) ইষ্ট্ৰজেন

14. কৰ্পাছ লুটিয়ামৰ পৰা ক্ষৰণ হোৱা হৰমনবিধ হ’ল –
(a) ৰিলেক্সিন
(b) প্রলাক্টিন
(c) ইষ্ট্ৰজেন
(d) পিটুইটেৰি
উত্তৰ: (a) ৰিলেক্সিন

15. দুগ্ধ নিঃসৰণত সহায় কৰা হৰমনবিধ হ’ল –
(a) ৰিলেক্সিন
(b) প্রলাক্টিন
(c) ইষ্ট্ৰজেন
(d) পিটুইটেৰি
উত্তৰ: (b) প্রলাক্টিন

16. জৰায়ুৰ স্থিতাৱস্থা বজাই ৰখা হৰমন বিধ হ’ল
(a) ৰিলেক্সিন
(b) প্ৰ’জেষ্টাৰণ
(c) ইষ্ট্ৰজেন
(d) পিটুইটেৰি
উত্তৰ : (b) প্ৰ’জেষ্টাৰণ

17. অণ্ডকোষ থলীৰ পৰা ডিম্বক্ষৰণ উদ্দীপক হিচাপে কাম কৰা হৰমনবিধ হ’ল হ’ল
(a) লিউটেনাইজিং হৰমন
(b) প্ৰ’জেষ্টাৰণ
(c) ইষ্ট্ৰজেন
(d) পিটুইটেৰি
উত্তৰ : (a) লিউটেনাইজিং হৰমন

18. সৰ্পিল শেলাইয়ে বংশ বৃদ্ধি কৰা প্ৰক্ৰিয়াটো –
(a) বিভংগন
(b) মুকুলোদ্‌গম
(c) পুনৰ জীৱন
(d) আংগিক বিস্তাৰণ
উত্তৰ : (a) বিভংগন

19.প্লেনেৰিয়াই বংশ বৃদ্ধি কৰা প্ৰক্ৰিয়াটো হ’ল –
(a) বিভংগন
(b) মুকুলোদ্‌গম
(c) পুনৰ জীৱন
(d) আংগিক বিস্তাৰণ
উত্তৰ : (c) পুনৰ জীৱন

20. তলৰ কোনবিধ ভৱিষ্যতৰ শিপা
(a) ভ্রুণমূল
(b) ভ্রুণপত্ৰ
(c) জন্মকাণ্ড
(d) বীজপত্র
উত্তৰ : (a) ভ্রুণমূল

21. কলাজ্বৰ বেমাৰ সৃষ্টিকাৰি অনুজীৱবিধৰ নাম হ’ল
(a) হাইড্রা
(b) প্লেনেৰিয়া
(c) লেইচমেনিয়া
(d) স্পাইৰ গাইৰা
উত্তৰ: (c) লেইচমেনিয়া

22. তলৰ কোনবিধ প্রজনন একপিতৃক প্রজনন
(b) অযৌন প্রজনন
(a) যৌন প্রজনন
(c) বিভংগন প্রজনন
(d) ওপৰৰ এটাও নহ
উত্তৰ : (b) অযৌন প্ৰজনন

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

2 thoughts on “Class 10 Science Chapter 8 MCQ in Assamese”

Leave a Comment