Class 10 Science Chapter 9 PDF Note in Assamese

আপুনি যদি Assamese Medium ৱেবচাইটৰ এই পৃষ্ঠা পঢ়ি আছে তেন্তে নিশ্চয় আপুনি দশম মান শ্ৰেণীত পঢ়ি থকা শিক্ষাৰ্থী অথবা পঢ়াই থকা শিক্ষক শিক্ষয়িত্ৰী আৰু ইয়াত আপুনি Class 10 Science Chapter 9 Question Answer in Assamese বা Class 10 Science Chapter 9 PDF Note in Assamese বিচাৰিহে আহিছে আৰু আমি আপোনাৰ আশা অনুযায়ী সমাধান দিবলৈ প্ৰয়াস কৰিছো।

আজি আমি ইয়াত আলোচনা কৰিম Class 10 Science Chapter 9 Question Answer আৰু ইয়াৰ পৰাই আপুনি Class 10 Science Chapter 9 PDF Note in Assamese ডাউনলোড কৰিব পাৰিব।

Class 10 Science Chapter 9 PDF Note in Assamese

আমি কেৱল এই ৱেবচাইটৰ জৰিয়তে প্ৰশ্ন উত্তৰ যোগান ধৰাই নহয়, আমি Assamese Medium YouTube Channel ৰ যোগেদি এই সকলো অধ্যায়ৰ সম্পূৰ্ণ Video Class দিবলৈ যত্ন কৰিছো। আপুনি বিচাৰিলে লিংকত ক্লিক কৰি আমাৰ Video Class চাব পাৰিব।

Blue Questions Class 10 Science 9 Assamese Medium

ইয়াত আমি কেৱল Class 10 Science Chapter 9 Question সমূহ উল্লেখ কৰিছো আৰু তাৰ উত্তৰ সমূহৰ সুন্দৰ PDF তলত দিয়া লিংকৰ জৰিয়তে লাভ কৰিব পাৰিব। তেন্তে আহক “জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে?” নামৰ অধ্যায়ত কি কি প্ৰশ্ন আছে প্ৰথমে চাই লওঁ।

Class 10 Science Chapter 9 Blue Question Page No. 143

1) যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ “A” চাৰিত্ৰিক বৈশিষ্টৰ পৰিমান 10% আৰু সেই একে জনসংখ্যাৰ মাজত “B” চাৰিত্ৰিক বৈশিষ্টৰ পৰিমান 60% হয় তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট আগতীয়াকৈ উৎপত্তি হৈছিল ?
2) এটা প্ৰজাতিত সৃষ্টিত হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাকে কেনেকৈ জীৱক বৰ্তাই ৰাখে ?

Class 10 Science Chapter 9 Blue Question Page No. 147

1) মেণ্ডলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাবে প্ৰবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাবী আৰু কোনটো অপ্ৰভাবী তাক কেনেকৈ নিৰ্ণয় কৰিছিল?
2) মেণ্ডলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাবে প্ৰবাহিত চৰিত্ৰবিলাকৰ স্বতন্ত্ৰভাবে প্ৰবাহিত হয় বুলি কেনেকৈ নিৰ্ণয় কৰিছিল ?
3) মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় ?

Class 10 Science Chapter 9 Blue Question Page No. 150

1) কি কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাবে বাঢ়ি যায় ?
2)জীৱৰ জীৱন কালত আৰ্জিত চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ কিয় বংসানুক্ৰমিক প্ৰবাহ নঘটে ?
3)বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো কিয় চিন্তিত বিষয় বুলি ভাবা ?

Class 10 Science Chapter 9 Blue Question Page No. 151

1)নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায়?
2)স্ব–পৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্হাটো প্ৰধান কাৰক হ’ব পাৰে নে? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে?
3)অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্হাটো প্ৰধান কাৰক হ’ব পাৰে নে? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে?

Class 10 Science Chapter 9 Blue Question Page No. 156

1)দুটা প্ৰজাতিৰ মাজত বিবৰ্তন সম্পৰ্ক স্হাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্ৰিক বৈশিষ্ট এটাৰ উদাহৰণ দিয়া ৷
2)পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্হ অংগ বুলি ক’ব পাৰোনে? কিয় পাৰি বা কিয় নোৱাৰি ?
3.জীৱাশ্ম সমূহ কি? বিবৰ্তন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি কয় ?

Class 10 Science Chapter 9 Blue Question Page No. 158

1)বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰু অবয়ব ভিন্ন যদিও একেটা প্ৰজাতিত অন্তৰ্ভূক্ত কিয়?
2)বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত কোন প্ৰাতিৰ জীৱৰ দেহৰ গঠন বিবৰ্তনৰ দিশত অতি উচ্চস্তৰৰ? কিয় উচ্চ স্তৰৰ?

Class 10 Science Chapter 9 Exercise Question

Class 10 Science Chapter 9 Assamese Medium ৰ অনুশীলনী প্ৰশ্ন উত্তৰৰ কিছু কিছু আমি এৰাই আহিছোঁ কাৰণ আগতে এনেবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈছে। অনুশীলনী প্ৰশ্ন উত্তৰ Class 10 Science Chapter 9 Assamese Medium ৰ যদি আপোনাৰ কিবা অসুবিধা আছে তেন্তে আপুনি Comment Section ত জনাব, আমি উত্তৰ দিবলৈ প্ৰয়াস কৰিম।

4)এটা অধ্যয়নৰ পৰা দেখা গ’ল যে পাতল বৰণৰ চকুৰ ল’ৰা–ছোৱালীৰ মাক দেউতাকৰ চকুৰ বৰণও পাতল ৰঙৰ হয়৷ ইয়াৰ ভিত্তিত চকুৰ পাতল ৰঙটো প্ৰভাৱী নে অপ্ৰভাৱী চৰিত্ৰ সেইবিষয়ে মতামত দিব পাৰিবা নে? যদি পাৰি কিয় আৰু যদি নোৱাৰি কিয়?
5)বিবৰ্তন আৰু শ্ৰেণীবিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰে পৰস্পৰৰ লগত সংযোগ হৈ আছে?
6) উদাহৰণসহ সমসংস্হ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা৷
7) বিবৰ্তন প্ৰক্ৰিয়াত জীৱাশ্মৰ গুৰুত্ব সম্বন্ধে ব্যাখ্যা কৰা৷
8) অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা? ই বিবৰ্তনত কেনেদৰে প্ৰভাৱ পেলায়?
9) কেনেকৈ পিতৃপুৰুষ আৰু মাতৃ পুৰুষ সমান জিনীয় অৱদান অপত্যজনুলৈ হস্তান্তৰ কৰে?
10) ‘কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তুলে৷’ এই উক্তিৰ সৈতে একমত নে? যদি হয় কিয় যদি নহয় কিয়?

Class 10 Science Chapter 9 PDF Note in Assamese

ওপৰত আমি Class 10 Science Chapter 9 Question সমূহ উল্লেখ কৰিছো আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমি তলত দিয়া লিংকৰ জৰিয়তে PDF দিয়াৰ ব্যৱস্থা কৰিছো। আপুনি লিংকত ক্লিক কৰি Class 10 Science Chapter 9 Question Answer in Assamese Medium PDF ডাউনলোড কৰিব পাৰে।

Class 10 Science Chapter 9 PDF Note in Assamese

Leave a Comment