Class 10 Science Chapter 11 PDF Note in Assamese

আপুনি যদি Assamese Medium ৱেবচাইটৰ এই পৃষ্ঠা পঢ়ি আছে তেন্তে নিশ্চয় আপুনি দশম মান শ্ৰেণীত পঢ়ি থকা শিক্ষাৰ্থী অথবা পঢ়াই থকা শিক্ষক শিক্ষয়িত্ৰী আৰু ইয়াত আপুনি Class 10 Science Chapter 11 Question Answer in Assamese বা Class 10 Science Chapter 11 PDF Note in Assamese বিচাৰিহে আহিছে আৰু আমি আপোনাৰ আশা অনুযায়ী সমাধান দিবলৈ প্ৰয়াস কৰিছো।

Class 10 Science Chapter 11 PDF Note in Assamese

আজি আমি ইয়াত আলোচনা কৰিম Class 10 Science Chapter 11 Question Answer আৰু ইয়াৰ পৰাই আপুনি Class 10 Science Chapter 11 PDF Note in Assamese ডাউনলোড কৰিব পাৰিব।

আমি কেৱল এই ৱেবচাইটৰ জৰিয়তে প্ৰশ্ন উত্তৰ যোগান ধৰাই নহয়, আমি Assamese Medium YouTube Channel ৰ যোগেদি এই সকলো অধ্যায়ৰ সম্পূৰ্ণ Video Class দিবলৈ যত্ন কৰিছো। আপুনি বিচাৰিলে লিংকত ক্লিক কৰি আমাৰ Video Class চাব পাৰিব

Blue Questions Class 10 Science 11 Assamese Medium

ইয়াত আমি কেৱল Class 10 Science Chapter 11 Question সমূহ উল্লেখ কৰিছো আৰু তাৰ উত্তৰ সমূহৰ সুন্দৰ PDF তলত দিয়া লিংকৰ জৰিয়তে লাভ কৰিব পাৰিব। তেন্তে আহক “মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী” নামৰ অধ্যায়ত কি কি প্ৰশ্ন আছে প্ৰথমে চাই লওঁ।

Class 10 Science Chapter 11 Blue Question Page No. 190

১। চকুৰ উপযােজন ক্ষমতা কি?
২। মায়’পিয়াগ্রস্ত বিকাৰ থকা মানুহ এজনে 1.2m তকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়। যথােচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেন্‌ছ ব্যৱহাৰ কৰিব লাগিব?
৩। স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰ বিন্দু আৰু নিকটবিন্দু কি?
৪। দৃষ্টিৰ বাবে আমাক এটাৰ পৰিৱর্তে দুটা চকুৰ প্রয়ােজন কিয়?
৫। ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে ব’ৰ্ডখন চোৱাত অসুবিধা পায়। ল’ৰাজনে ভােগা বিকাৰটো কি হ’ব পাৰে? ইয়াৰ সংশােধন কেনেকৈ কৰিব পাৰি?

Class 10 Science Chapter 11 Exercise Question

১। মানুহৰ চকুৱে চকুৰ লেন্‌ছৰ ফ’কাছ দৈর্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্ত্ৰ ফ’কাছ কৰিব পাৰে। হয়াৰ কাৰণ হ’ল – (a) প্ৰেছবায়পিয়া। (b) উপযােজন ক্ষমতা (c) নিকট দৃষ্টিগ্রতা (d) দূৰ দৃষ্টিগ্রস্ততা।
২। মানুহৰ চকুৱে বস্তু এটা প্রতিবিম্ব গঠন কৰাৰ স্থান — (a) কর্ণিয়া (b) চকুৰ পতা (c) চকুৰ মণি (d) অক্ষিপট
৩। নিয়মীয় দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা নুন্যতম দূৰত্ব — (a) 25 m (b) 2.5 cm (c) 25 cm (d) 2.5 m
৪। চকুৰ কি অংগৰ বাবে চকুৰ লেছৰ ফ’কাছ দৈর্ঘ্যৰ পৰিৱৰ্তন হয়- (a) চকুৰ মণি (b) অক্ষিপট (c) চিলিয়াৰী (d) চকুৰ পতা
৫। এজন মানুহৰ দূৰ দৃষ্টিগ্রস্ততা সংশােধনৰ বাবে -5.5 ডায়’প্টাৰ ক্ষমতাৰ লেন্‌ছৰ আৱশ্যক। তেওঁৰ নিকট দৃষ্টি গ্ৰস্ততাৰ সংশােধনৰ বাবে আৱশ্যকীয় লেন্‌ছৰ ক্ষমতা -1.5 ডায়’প্টাৰ হ’লে— (i) দূৰ দৃষ্টিগ্রস্ততা (ii) নিকট দৃষ্টিগ্রস্ততাৰ সংশােধনৰ বাবে আৱশ্যক হােৱা লেন্‌ছৰ ফ’কাছ দৈর্ঘ্য কিমান?
৬। নিকট দৃষ্টিগ্রস্ত মানুহ এজনৰ দূৰবিন্দু চকুৰ সন্মুখত 80cm দূৰত্বত। এই বিকাৰৰ সংশােধনৰ বাবে প্রয়ােজন হােৱা লেন্‌ছ প্রকৃতি কি আৰু ক্ষমতা কিমান?
৭। দুৰ দৃষ্টিগ্রস্ততা সংশােধন দেখুৱাই ৰশ্মিচিত্র অংকন কৰা। দূৰ দৃষ্টিগ্র চকু এটাৰ বাবে নিকটবিন্দু 1m। এই বিকাৰৰ সংশােধনৰ বাবে প্রয়ােজন হােৱা লেন্‌ছৰ ক্ষমতা কিমান? ধৰি লােৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 25cm.
৮। সাধাৰণ চকুৰে এটা 25cmতকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয়?
৯। চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্রতিবিম্বৰ দূৰত্বৰ কি হয় ?
১০। তৰাই তিৰবিৰাই কিয়?
১১। গ্রহই তিৰবিৰাই নাথাকে কিয়?
১২। ৰাতিপুৱা সূর্যক ৰঙচুৱা দেখি কিয় ?
১৩। মহাকাশচাৰী এজনে আকাশৰ ৰং নীলা দেখাৰ পৰিৱৰ্তে কলা দেখে কিয়?

Class 10 Science Chapter 11 PDF Note in Assamese

ওপৰত আমি Class 10 Science Chapter 11 Question সমূহ উল্লেখ কৰিছো আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমি তলত দিয়া লিংকৰ জৰিয়তে PDF দিয়াৰ ব্যৱস্থা কৰিছো। আপুনি লিংকত ক্লিক কৰি Class 10 Science Chapter 11 Question Answer in Assamese Medium PDF ডাউনলোড কৰিব পাৰে।

Class 10 Science Chapter 11 PDF Note in Assamese

Leave a Comment