ৰাসায়নিক সমীকৰণ এটা কিদৰে সমতুল্য কৰা হয়?

ৰাসায়নিক সমীকৰণ এটা সমতুল্য কৰা প্ৰক্ৰিয়াক অনুমান আৰু প্ৰচেষ্টা পদ্ধতি (Hit And Trail Method in Chemistry Class 10 Assamese Medium) বোলে। এই প্ৰক্ৰিয়াত সাধাৰণতে কোনো নিৰ্দিষ্ট নিয়ম নাই যদিও কেইটামান নিৰ্দিষ্ট কথা মনত ৰাখিলে যিকোনো ৰাসায়নিক সমীকৰণ সমতুল্য কৰিব পৰা যাব।

সমতুল্য কৰা
সমতুল্য কৰা
  1. ৰাসায়নিক বিক্ৰিয়াটোত ভাগ লোৱা প্ৰতিটো পৰমাণুৰ মুঠ সংখ্যা গণনা কৰি সবাতকৈ বেছি পৰমাণু থকা যৌগটো চিনাক্ত কৰিব লাগে।
  2. সেই চিনাক্ত কৰা যৌগটোৰ বিপৰীতে আনটো যৌগৰ যিমান সংখ্যক পৰমাণু কম বা বেছি আছে তাক এটা পূৰ্ণ সংখ্যাৰে পূৰণ কৰি মিলন লাগে।
  3. এই প্ৰক্ৰিয়াত কেতিয়াবা আংশিক ভাৱে পূৰ্ণ হব পাৰে, কোনো পৰমাণুৰ সংখ্যা বঢ়িবও পাৰে।
  4. তাৰ পৰৱৰ্তী পৰ্যায়ত একেখিনি কাম কৰিয়েই সমীকৰণ এটা সমতুল্য কৰিব পাৰে।

সৰ্বশেষত দেখা গল যে

Fe + H2O —–> Fe3O4 + H2

3Fe + 4H2O ——> Fe3O4 + 4H2

প্ৰশ্ন: ৰাসায়নিক সমীকৰণ এটা কিয় সমতুল্য কৰিব লাগে?

উত্তৰ: আচল অৰ্থত ভৰৰ নিত্যতা সূত্ৰ অনুসৰি ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰীয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ বা পৰমাণুৰ সংখ্যা সমান হয় তাৰ বাবেই ৰাসায়নিক সমীকৰণ এটা সমতুল্য কৰা হয়।

প্ৰশ্ন: সমতুল্য কৰা-

শেষবাক্য: আজি আমি আলোচনা কৰিলোঁ Class 10 Science Assamese Medium ৰ “ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ” ৰ এটা বিষয় “ৰাসায়নিক সমীকৰণ কিদৰে সমতুল্য কৰা হয়“। ইয়াৰ উপৰিও এই বিষয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ সৈতে বিভিন্ন প্ৰকাৰৰ উদাহৰণ আলোচনা কৰা হল। আশা কৰোঁ আপুনি নিশ্চয় বুজিব পৰিছে।

আপোনাৰ যদি কিবা এতিয়াও অসোৱাহ আছে তেন্তে Comment Section ত জনাবলৈ নাপাহৰিব।

ইয়াৰ উপৰিও যদি আপুনি কোনো প্ৰশ্নৰ উত্তৰ অতি সোনকালে পাব বিচাৰে তেন্তে আপুনি Assamese Medium Facebook PageFollow কৰি মেচেজ কৰিব পাৰে।

Disclaimer: ৰাসায়নিক সংকেত সমূহত অনিচ্ছাকৃত ভুল থাকিব পাৰে, আপোনালোকে অনুগ্ৰহ কৰি জনাব বা পাৰিলে আপুনি শুধৰাই লব বুলি আশা থাকিল।

Leave a Comment