মৰমৰ ছাত্ৰ ছাত্ৰী সকল স্বাগতম জনাইছোঁ Assamese Medium লৈ। এতিয়া আমাৰ আলোচ্য বিষয় হল দশম মান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ Chemical Reaction And Equation তথা ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ আৰু কিছু কথা।
দৰাচলতে ৰাসায়নিক বিক্ৰিয়া (Chemical Reaction Class 10 Science) হল কোনো পদাৰ্থৰ ৰাসয়নিক বৈশিষ্টৰ পৰিৱৰ্তন আৰু ৰাসায়নিক সমীকৰণ হল – বিক্ৰিয়া এটাক সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰা। কিন্তু ৰাসায়নিক ধৰ্ম (Chemical Properties) কি? এই কথাটো বুজাৰ আগতে মনত পেলাই দিব খোজোঁ আন এটা শব্দ যিটো হল (Physical Properties) ভৌতিক ধৰ্ম।
কোনো পদাৰ্থত সংঘটিত হোৱা ৰাসায়নিক পৰিৱৰ্তন সমূহ সহজ আৰু সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰাকে ৰাসায়নিক সমীকৰণ (Chemical Equation Class 10 Science) বোলে। উদাহৰণ স্বৰূপে- মেগনেছিয়াম ফিটা এডাল অক্সিজেনৰ উপস্থিত দহন কৰিলে মেগনেচিয়াম অক্সাইড লৈ পৰিৱৰ্তন হয়। এই বৰ্ণনাত্মক বাক্যটো সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিব পাৰি। যেনে –
মেগনেছিয়াম + অক্সিজেন —-> মেগনেছিয়াম অক্সাইড
Chemical Reaction And Equation Full Chapter Concept
আমি ইয়াত Class 10 Science Chapter 1 ৰ Chemical Reaction And Equation ৰ সম্পূৰ্ণ ধাৰণা আৰু প্ৰশ্ন উত্তৰ কেইটা মান ভাগত আলোচনা কৰিছোঁ। তলৰ লিংকৰ পৰা আপুনি আপোনাৰ প্ৰয়োজন মতে তাৰ পৰা পঢ়িব পাৰে।
- ৰসায়ন বিজ্ঞান ধাৰণা
- ৰাসায়নিক বিক্ৰিয়া
- ৰাসায়নিক সমীকৰণ
- সমতুল্য কিদৰে কৰা হয় ?
- বিভিন্ন প্ৰকাৰৰ বিক্ৰিয়া
Pingback: Class 10 Science Chapter 9 Assamese Medium| Question Answer
Pingback: Class 10 Science Chapter 11 Assamese Medium | Updated
Pingback: Class 10 Science Chapter 4 Assamese Medium | কাৰ্বন আৰু তাৰ যৌগ