Class 10 Science Chapter 8 PDF Note in Assamese

আপুনি যদি Assamese Medium ৱেবচাইটৰ এই পৃষ্ঠা পঢ়ি আছে তেন্তে নিশ্চয় আপুনি দশম মান শ্ৰেণীত পঢ়ি থকা শিক্ষাৰ্থী অথবা পঢ়াই থকা শিক্ষক শিক্ষয়িত্ৰী আৰু ইয়াত আপুনি Class 10 Science Chapter 8 Question Answer in Assamese বা Class 10 Science Chapter 8 PDF Note in Assamese বিচাৰিহে আহিছে আৰু আমি আপোনাৰ আশা অনুযায়ী সমাধান দিবলৈ প্ৰয়াস কৰিছো।

আজি আমি ইয়াত আলোচনা কৰিম Class 10 Science Chapter 8 Question Answer আৰু ইয়াৰ পৰাই আপুনি Class 10 Science Chapter 8 PDF Note in Assamese ডাউনলোড কৰিব পাৰিব।

আমি কেৱল এই ৱেবচাইটৰ জৰিয়তে প্ৰশ্ন উত্তৰ যোগান ধৰাই নহয়, আমি Assamese Medium YouTube Channel ৰ যোগেদি এই সকলো অধ্যায়ৰ সম্পূৰ্ণ Video Class দিবলৈ যত্ন কৰিছো। আপুনি বিচাৰিলে লিংকত ক্লিক কৰি আমাৰ Video Class চাব পাৰিব

Class 10 Science Chapter 8 PDF Note in Assamese

Blue Questions Class 10 Science 8 Assamese Medium

ইয়াত আমি কেৱল Class 10 Science Chapter 8 Question সমূহ উল্লেখ কৰিছো আৰু তাৰ উত্তৰ সমূহৰ সুন্দৰ PDF তলত দিয়া লিংকৰ জৰিয়তে লাভ কৰিব পাৰিব। তেন্তে আহক “জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে?” নামৰ অধ্যায়ত কি কি প্ৰশ্ন আছে প্ৰথমে চাই লওঁ

পাঠভিত্তিক প্রশ্নোত্তৰ

Q.1. প্রজনন প্রক্রিয়াত DNA প্রতিলিপিৰ আৱশ্যকতা কি?
Q.2. প্ৰজাতিৰ কাৰণে ভিন্নতা প্রয়োজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কিয়?

পাঠভিত্তিক প্রশ্নোত্তৰ

Q.1. দ্বিখণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজৰ প্ৰভেদ কি কি?
Q.2. যদি কোনো জীবই ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰে তেতিয়া ই কেনেদৰে লাভান্বিত হ’ব?
Q.3. উচ্চ খাপৰ জীৱই কিয় পুনৰ্জীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণ দর্শাব পাৰিবানে?
Q.4. বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে কিয় আংগিক বিস্তাৰণ প্ৰয়োগ কৰা হয়?
Q.5. প্রজনন প্রক্রিয়াৰ এটা অংশ হিচাবে ডি.এন.এ. (DNA) প্রতিলিপিকৰণ কিয় প্রয়োজন?

পাঠভিত্তিক প্রশ্নোত্তৰ

Q.1. নিষেচন আৰু পৰাগযোগৰ পাৰ্থক্য কেনেধৰণৰ?
Q.2. শুক্রাশয় আৰু প্ৰষ্টেট গ্ৰন্থিৰ ভূমিকা কি?
Q.3. কৈশোৰ কালত ছোৱালীৰ দেহত কেনেধৰণৰ পৰিবৰ্তন দেখা যায় ?
Q.4. মাতৃদেহত ভ্ৰূণকোষে কেনেকৈ পুষ্টি লাভ কৰে?
Q.5. যদি মহিলা এগৰাকীয়ে কপাৰ-টি (Copper-T) ব্যৱহাৰ কৰে, তেতিয়া ই যৌন ৰোগ সঞ্চাৰণ প্ৰতিৰোধী হ’বনে?

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নোত্তৰ

Q.1. অযৌন প্ৰজননৰ মুকুলোদ্‌গম সংঘটিত হয়— (ক) এমিবাত (খ) ঈষ্টত (গ) প্লাজম’ডিয়ামত (ঘ) লেইচ্‌মেনিয়াত।
Q.2. তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয়? (ক) ডিম্বাশয় (খ) জৰায়ু (গ) শুক্ৰবাহী নলী (ঘ) ফেলোপিয়ান নলী।
Q.3. পৰাগধানীত পোৱা হয়— (ক) বেটুপাত (খ) ডিম্বক (গ) স্ত্রীকেশৰ (ঘ) পৰাগ ৰেণু।
Q.4. অযৌন প্রজনন প্রক্রিয়াতকৈ যৌন প্রজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ কি কি?
Q.5. মানুহৰ শুক্রাশয় কেইটাই কি কি কাম কৰে?
Q.6. স্নাতুস্রাৱ বা ঋতুস্রাব কিয় হয়?
Q.7. দীর্ঘচ্ছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা।
Q.8. বিভিন্ন প্ৰকাৰৰ গৰ্ভনিৰোধ পদ্ধতিসমূহ কি কি?
Q.9. এককোষী আৰু বহুকোষী জীৱৰ বিভিন্ন প্ৰকাৰৰ অযৌন আৰু যৌন প্রজনন প্ৰক্ৰিয়াৰ কৌশলসমূহ কেনেধৰণৰ?
Q.10. প্রজনন প্রক্রিয়াই কোনো প্ৰজাতিৰ জীৱৰ আবাদীৰ স্থিতি কেনেকৈ ৰক্ষাত সহায় কৰে?
Q.11. গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি?

Class 10 Science Chapter 8 PDF Note in Assamese

ওপৰত আমি Class 10 Science Chapter 8 Question সমূহ উল্লেখ কৰিছো আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমি তলত দিয়া লিংকৰ জৰিয়তে PDF দিয়াৰ ব্যৱস্থা কৰিছো। আপুনি লিংকত ক্লিক কৰি Class 10 Science Chapter 8 Question Answer in Assamese Medium PDF ডাউনলোড কৰিব পাৰে।

Class 10 Science Chapter 8 PDF Note in Assamese

1 thought on “Class 10 Science Chapter 8 PDF Note in Assamese”

Leave a Comment