Class 10 Science Chapter 2 PDF Note in Assamese

আপুনি যদি Assamese Medium ৱেবচাইটৰ এই পৃষ্ঠা পঢ়ি আছে তেন্তে নিশ্চয় আপুনি দশম মান শ্ৰেণীত পঢ়ি থকা শিক্ষাৰ্থী অথবা পঢ়াই থকা শিক্ষক শিক্ষয়িত্ৰী আৰু ইয়াত আপুনি Class 10 Science Chapter 2 Question Answer Assamese Medium বা Class 10 Science Chapter 2 PDF Note in Assamese বিচাৰিহে আহিছে।

আপোনাৰ আশা অনুযায়ী আমি সমাধান দিবলৈ প্ৰয়াস কৰিছো। আজি আমি ইয়াত আলোচনা কৰিম Class 10 Science Chapter 2 Question Answer আৰু ইয়াৰ পৰাই আপুনি Class 10 Science Chapter 2 PDF Note in Assamese ডাউনলোড কৰিব পাৰিব।

আমি কেৱল এই ৱেবচাইটৰ জৰিয়তে প্ৰশ্ন উত্তৰ যোগান ধৰাই নহয়, আমি Assamese Medium YouTube Channel ৰ যোগেদি এই সকলো অধ্যায়ৰ সম্পূৰ্ণ Video Class দিবলৈ যত্ন কৰিছো। আপুনি বিচাৰিলে লিংকত ক্লিক কৰি আমাৰ Video Class চাব পাৰিব

Class 10 Science Chapter 2 PDF Note in Assamese

Blue Questions Class 10 Science 2 Assamese Medium

ইয়াত আমি কেৱল Class 10 Science Chapter 2 Question সমূহ উল্লেখ কৰিছো আৰু তাৰ উত্তৰ সমূহৰ সুন্দৰ PDF তলত দিয়া লিংকৰ জৰিয়তে লাভ কৰিব পাৰিব। তেন্তে আহক “এচিড ক্ষাৰক আৰু লৱণ” নামৰ অধ্যায়ত কি কি প্ৰশ্ন আছে প্ৰথমে চাই লওঁ।

Blue Question Class 10 Science Chapter 2 Page No 22

১) দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়?
২) এচিড ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে কি গেছ উৎপন্ন হয় এটা উদাহৰণৰ সৈতে আলোচনা কৰা। এই গেছৰ উপস্থিতি কিদৰে পৰীক্ষা কৰা হয়?

Blue Question Class 10 Science Chapter 2 Page No 25

১) জলীয় দ্ৰৱত HCl, HNO3 ইত্যাদি কিয় আম্লিক ধৰ্ম দেখুৱাই কিন্তু C6H12O6 আৰু এলকহল আদি নেদেখুৱাই কিয়?
২) এচিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিৱহণ কৰে?
৩) শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়?
৪) এচিড লঘূ কৰোতে এচিড পানীত যোগ কৰিব লাগে কিন্তু পানী এচিদত যোগ কিয় নকৰে?
৫) এচিডৰ দ্ৰৱ এটা লঘূ কৰোতে হাইড্ৰনিয়াম আয়ণৰ গাঢ়তা কিদৰে পৰিৱৰ্তন হয়?
৬) ছডিয়াম হাইড্র-অক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱভূত কৰিলে হাইড্র-অক্সাইড আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হব?

Blue Question Class 10 Science Chapter 2 Page No 28

১) তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে। দ্ৰৱ A ৰ pH ৰ মান 6 আৰু দ্ৰৱ B ৰ pH ৰ মান 8 । কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি। কোনটো আম্লিক কোনটো ক্ষাৰকীয়?
২) দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H+ আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ থাকে?
৩) মাটিত কি অৱস্থাত পোৰা চূণ বা চক প্ৰয়োগ কৰিব লাগে?

Blue Question Class 10 Science Chapter 2 Page No 33

১) যৌগ CaOCl2 ৰ সাধাৰণ নামটো কি?
২) ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰি ব্লিছিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম কি?
৩) কঠিন পানী কোমল কৰা যৌগটোৰ নাম কি?
৪) ছডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি ঘটে? বিক্ৰিয়াৰ সমীকৰণটো লিখা?
৫) প্লাষ্টাৰ অৱ পেৰিছ আৰু পানীৰ মাজত বিক্ৰিয়া দেখুৱাবলৈ এটা সমীকৰণ লিখা?

Class 10 Science Chapter 2 PDF Note in Assamese

ওপৰত আমি Class 10 Science Chapter 2 Question সমূহ উল্লেখ কৰিছো আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমি তলত দিয়া লিংকৰ জৰিয়তে PDF দিয়াৰ ব্যৱস্থা কৰিছো। আপুনি লিংকত ক্লিক কৰি Class 10 Science Chapter 2 Question Answer Assamese Medium PDF ডাউনলোড কৰিব পাৰে।

Class 10 Science Chapter 2 PDF Note in Assamese

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

3 thoughts on “Class 10 Science Chapter 2 PDF Note in Assamese”

Leave a Comment