Class 10 Science Chapter 10 PDF Note in Assamese

আপুনি যদি Assamese Medium ৱেবচাইটৰ এই পৃষ্ঠা পঢ়ি আছে তেন্তে নিশ্চয় আপুনি দশম মান শ্ৰেণীত পঢ়ি থকা শিক্ষাৰ্থী অথবা পঢ়াই থকা শিক্ষক শিক্ষয়িত্ৰী আৰু ইয়াত আপুনি Class 10 Science Chapter 10 Question Answer in Assamese বা Class 10 Science Chapter 10 PDF Note in Assamese বিচাৰিহে আহিছে আৰু আমি আপোনাৰ আশা অনুযায়ী সমাধান দিবলৈ প্ৰয়াস কৰিছো।

আজি আমি ইয়াত আলোচনা কৰিম Class 10 Science Chapter 10 Question Answer আৰু ইয়াৰ পৰাই আপুনি Class 10 Science Chapter 10 PDF Note in Assamese ডাউনলোড কৰিব পাৰিব।

আমি কেৱল এই ৱেবচাইটৰ জৰিয়তে প্ৰশ্ন উত্তৰ যোগান ধৰাই নহয়, আমি Assamese Medium YouTube Channel ৰ যোগেদি এই সকলো অধ্যায়ৰ সম্পূৰ্ণ Video Class দিবলৈ যত্ন কৰিছো। আপুনি বিচাৰিলে লিংকত ক্লিক কৰি আমাৰ Video Class চাব পাৰিব

Class 10 Science Chapter 10 PDF Note in Assamese

Blue Questions Class 10 Science 10 Assamese Medium

ইয়াত আমি কেৱল Class 10 Science Chapter 10 Question সমূহ উল্লেখ কৰিছো আৰু তাৰ উত্তৰ সমূহৰ সুন্দৰ PDF তলত দিয়া লিংকৰ জৰিয়তে লাভ কৰিব পাৰিব। তেন্তে আহক “জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে?” নামৰ অধ্যায়ত কি কি প্ৰশ্ন আছে প্ৰথমে চাই লওঁ।

Class 10 Science Chapter 10 Blue Question Page No. 168

১। অৱতল দাপােণৰ মুখ্য ফ’কাছৰ সংজ্ঞা দিয়া।
২। গােলাকাৰ দাপােণ এখনৰ ভাঁজ ব্যাসার্ধ 20 ছে.মি। ইয়াৰ ফ’কাছ দৈর্ঘ্য কিমান?
৩ | এখন দাপােণৰ নাম কোৱা, যিখনে থিয় আৰু বিৱর্ধিত প্রতিবিম্ব গঠন কৰে?
৪ | গাড়ীৰ পিছলৈ চোৱা দাপােণ হিচাপে উত্তল দাপােণ কিয় পছন্দ কৰা হয়?

Class 10 Science Chapter 10 Blue Question Page No. 171

১। 32cm ভাঁজ ব্যাসার্ধৰ উত্তল দাপোণ এখনৰ ফ’কাছ দৈর্ঘ্য নির্ণয় কৰা।
২। অৱতল দাপােণ এখনে ইয়াৰ সন্মুখত 10cm দূৰত্বত ৰখা বস্তু এটাৰ তিনিগুণে বিৱধিত সৎপ্রতিবিম্ব গঠন কৰে। প্রতিবিম্বটোৰ অৱস্থান কি?

Class 10 Science Chapter 10 Blue Question Page No. 176

১। পােহৰ বায়ুৰ পৰা 1.5ৰ প্রতিসৰণাংকৰ কাচত প্ৰৱেশ কৰিছে। কাচত পােহৰৰ দ্রুতি কিমান হ’ব? শূন্যত পােহৰৰ দ্ৰুতি 3×108 মিঃ প্রতি ছেকেণ্ড।
২। পােহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্রৱেশ কৰিছে। পােহৰৰ ৰশ্মিলৰ উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেঁকা হব? কিয়?
৩। পােহৰ বায়ুৰ পৰা 1.5 প্রতিসৰণাংকৰ সঁচৰ মাধ্যমলৈ প্রৱেশ কৰিছে। কাচত পােহৰৰ দ্রুতি কিমান হ’ব? শূন্যত পােহৰৰ দ্রুতি 3 × 108 প্রতি চেকেণ্ড।
৪। সর্বোচ্চ আৰু সর্বনিম্ন আলােকী ঘনত্বৰ মাধ্যম দুটা কি?
৫। তােমাক কেৰাচিন, টাৰপেটাইন আৰু পানী দিয়া হৈছে। এই মাধ্যম কেইটাৰ কোনটোত পােহৰৰ দ্রুতি সর্বোচ্চ?

Class 10 Science Chapter 10 Blue Question Page No. 184

১। লেন্‌ছ এখনৰ 1 ডায়প্টাৰৰ সংজ্ঞা দিয়া।
২। উত্তল লেন্স এখনে বেজি এটাৰ সৎ আৰু ওলােটা প্রতিবিম্ব। তাৰ পৰা 50 ছে.মি. দূৰত্বত গঠন কৰে। যদি প্রতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়, তেন্তে লক্ষ্যবস্তুটো উত্তল লেন্‌ছৰ সন্মুখত ক’ত ৰখা হৈছিল? ইয়াৰ ক্ষমতা নির্ণয় কৰা।
৩। 2 মি. ফকাছ দৈর্ঘ্যৰ অৱতল লেন্‌ছ এখনৰ ক্ষমতা নির্ণয় কৰা।

Class 10 Science Chapter 10 Exercise Question

১। তলত দিয়া কোনটো পদার্থ লেনছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নােৱাৰি? (a) পানী (b) কাচ (c) প্লাষ্টিক (d) মৃত্তিকা
২। অৱতল দাপােণ এখনে গঠন কৰা প্রতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পােৱা গ’ল। লক্ষ্যবস্তুৰ অৱস্থান কত হ’ব লাগিব ? (a) মুখ ফ’কাছ আৰু ভাজ ব্যাসার্ধৰ মাজত (b) ভাজ কেন্দ্ৰত (c) ভাঁজ কেন্দ্ৰৰ বাহিৰত (d) দাপােণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত
৩। লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্রতিবিম্ব পাবলৈ হলে লক্ষ্যবস্তুটো উত্তল লেন্‌ছৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব ? (a) লেন্‌ছৰ মুখ্য ফ’কাছত (b) ফ’কাচ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত (c) অসীমত। (d) লেন্‌ছৰ আলােক কেন্দ্ৰ আৰু মুখ্য ফ’কাছ মাজত
৪ | এখন গােলাকাৰ দাপােণ আৰু এখন ক্ষীণ গােলাকাৰ লেন্‌ছ প্রত্যেকৰে ফ’কাছ দৈর্ঘ্য -15cm । দাপােণ আৰু লেন্‌ছৰ প্ৰকৃতি কেনেকুৱা হ’ব পাৰে? (a) দুয়ােখন উত্তল (b) দুয়ােখন অরতুল। (c) দাপােণখন অৱতল আৰু লেছখন উত্তাল (d) দাপােণখন উত্তল আৰু লেইখন অতল।
৫। দাপােণ এখনৰ পৰা যিমানে দূৰত্ব থিয় নােহােৱা লাগে প্রতিবিম্বটো সদায় থিয় হয়। দাপােণখন কেনেকুৱা হ’ব পাৰে? (a) সমতল (b) অৱতল। (c) উত্তল (d) হয় সমতল নাইবা উত্তল
৬। অভিধানত থকা সৰু সৰু আখৰবােৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্‌ছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা? (a) 50 cm ফ’কাছ দৈর্ঘ্যৰ উত্তল লেন্‌ছ। (b) 5 cm ফ’কাছ দৈর্ঘ্য অৱতল লেন্‌ছ। (c) 5 cm ফ’কাছ দৈর্ঘ্যৰ উত্তল লেন্‌ছ। (d) 5cm ফ’কাছ দৈর্ঘ্য অৱতল লেন্‌ছ।
৭। 50 ছেমি ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপােণ এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্রতিবিম্ব পাব বিচাৰিছে। দাপােণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হােৱা উচিত? প্রতিবিম্বৰ প্রকৃতি কি হ’ব? প্রতিবিম্বটো। লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু। এই ক্ষেত্ৰত প্রতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মি চিত্র আঁকা।
৮। তলত দিয়া পৰিস্থিতিসমূহত ব্যৱহাৰ কৰা দাপােণৰ প্ৰকাৰ লিখা (a) গাড়ীৰ হেডলাইট (b) গাড়ীৰ পিছলৈ চোৱা দাপােণ (c) সৌৰ ভাতী
৯। উত্তল লেন্‌ছ এখনৰ অর্ধাংশ ক’লা কাগজেৰে ঢাকি দিয়া হ’ল। এই লেন্থখনে বস্তু এটাৰ সম্পূর্ণ প্রতিবিম্ব গঠন কৰিবনে? তােমাৰ উত্তৰ পৰীক্ষাৰ যােগেদি প্রমাণ কৰা। তােমাৰ পৰ্যবেক্ষণসমূহ ব্যাখ্যা কৰা।
১০। 5cm দৈৰ্ঘ্যৰ বস্তু এটা 10 cm ফ’কাচ দৈৰ্ঘ্যৰ অভিসাৰী লেছ এখনৰ পৰা 25cm দূৰত্বত ৰখা হ’ল। ইয়াৰ ৰশ্মিচিত্র আঁকা আৰু গঠিত প্রতিবিম্বৰ অৱস্থান আকাৰ আৰু প্রকৃতি নির্ণয় কৰা।
১১। 15cm ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্স এখনে তাৰ পৰা 10cm দূৰত্বত প্রতিবিম্ব এটা গঠন কৰে। লক্ষ্যবস্তুটো লেন্সৰ পৰা কিমান দূৰত্বত আছে।
১২। 15cm ফ’কাচ দৈৰ্ঘ্যৰ উত্তল দাপােণএখনৰ পৰা 10cm দূৰত্বত বস্তু এটা ৰখা হল। প্রতিবিম্বৰ অবস্থান আৰু প্রকৃতি নির্ণয় কৰা।
১৩। সমতল দাপােণে +1 বিবর্ধন দিয়ে। ইয়াৰ অর্থ কি?
১৪। 30cm ভাজ ব্যাসার্ধৰ উত্তল দাপােণ এখনৰ সমুখত 20cm দূৰত্বত 5 cm দৈৰ্ঘ্য এটা বস্তু ৰখা হ’ল। প্রতিবিম্বৰ অৱস্থান, প্রকৃতি আৰু আকাৰ নির্ণয় কৰা।
১৫। 18 cm ফ’কাছ দৈর্ঘ্যৰ অৱতল দাপােণ এখনৰ সন্মুখত 27cm দূৰত্বত 7cm আকাৰৰ বস্তু এটা ৰখা হৈছে। দাপৌণখনৰ পৰা কিমান দূৰত্বত পর্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন কৰা প্রতিবিম্ব এটা পােৱা যাব? প্রতিবিম্বৰ আকাৰ আৰু প্রকৃতি নির্ণয় কৰা।
১৬। -2.0D ক্ষমতাৰ লেএখনৰ ফ’কাছ দৈর্ঘ্য কিমান? লেন্সৰ প্রকৃতি কেনেকুৱা?
১৭। ডাক্তৰ এজনে বিধান দিয়া সংশােধনীমূলক লেন্‌ছৰ ক্ষমতা +1.5 D৷ লেনছখনৰ ফ’কাছ দৈর্ঘ্য নির্ণয় কৰা। এই লেন্‌ছখন অভিসাৰী নে অপসাৰী?

Class 10 Science Chapter 10 PDF Note in Assamese

ওপৰত আমি Class 10 Science Chapter 10 Question সমূহ উল্লেখ কৰিছো আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমি তলত দিয়া লিংকৰ জৰিয়তে PDF দিয়াৰ ব্যৱস্থা কৰিছো। আপুনি লিংকত ক্লিক কৰি Class 10 Science Chapter 10 Question Answer in Assamese Medium PDF ডাউনলোড কৰিব পাৰে।

Class 10 Science Chapter 10 PDF Note in Assamese

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment