Assamese Quotes on Teachers Day | শিক্ষক দিৱসৰ শুভেচ্ছা | ৫ চেপ্টেম্বৰ ২০২৪

Assamese Quotes on Teachers Day

আমি সকলোৱে জ্ঞাত যে ৫ চেপ্টেম্বৰৰ দিনা শিক্ষক দিৱস পালন কৰা হয়। এই দিনটোতে সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষাগুৰু সকলোক শ্ৰদ্ধাৰে সুঁৱৰি শুভেচ্ছা জনায়।

বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীয়ে WhatsApp ৰ জৰিয়তে শিক্ষাগুৰু সকলোলৈ বাৰ্তা প্ৰেৰণ কৰে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কিছু Assamese Quotes on Teachers Day আপোনাৰ বাবে লৈ আহিছোঁ। আশা কৰোঁ ইয়ে আপোনাক বহুত সহায় কৰিব।

তেন্তে আহক একো পলম নকৰাকৈ আজি শিক্ষক দিৱসৰ শুভেচ্ছা কিছু উল্লেখ কৰোঁ।

Assamese Quotes on Teachers Day | শিক্ষক দিৱসৰ শুভেচ্ছা

সমুহ শিক্ষাগুৰুকে, শিক্ষক দিৱস’ৰ
আন্তৰিক শুভেচ্ছা ও শ্রদ্ধা
জ্ঞাপন কৰিলোঁ।

Teachers day celebration 2024

শুভ শিক্ষক দিৱস।
শিক্ষক দিৱসৰ এই প্রকিতি মেৰি শ্ৰদ্ধাৰ
শিক্ষাগুৰু সকললৈ সশ্রদ্ধ প্রণমি যাচিলোঁ।

গুৰু ব্ৰক্ষ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ
গুৰু সাক্ষাৎ পৰমব্রক্ষ্ম তস্মৈশ্রী
গুৰুৱে নম।
শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা
জ্ঞাপন কৰিলোঁ ।

শিক্ষক হৈছে মমবাতিৰ দৰে যিয়ে
জ্বলি আনক পোহৰাই।
শিক্ষক দিৱসৰ শুভেচ্ছা জনালো।

এজন শিক্ষকৰ প্রচেষ্টা আৰু
চৰিত্রৰ উপৰত কোনো দেশৰ ভবিষ্যত
নির্ভৰ কৰে।
শিক্ষক দিৱসৰ শুভেচ্ছা জনালো।

শিক্ষা সকলোতকৈ শক্তিশালী অস্র,
যাক ব্যৱহাৰ কৰি গোটেই পৃথিৱী
সলনি কৰিব পাৰি।
শিক্ষক দিৱসৰ শুভেচ্ছা জনালো।

এজন শ্রেষ্ঠ শিক্ষক
আমাৰ সমগ্র প্রশ্নৰ উত্তৰ নিদিব,
কিন্তু আমাৰ মনত প্রশ্ন বিচৰি
উলোৱাৰ জুই লগাব।
শিক্ষক দিৱসৰ শুভেচ্ছা জনালো।

যিখন দেশত
আপোনালোৰ দৰে শিক্ষক আছে,
সেই দেশৰ ল’ৰা ছোৱালীৰ
ভবিষ্যত উজ্জ্বল হ’বই।
শিক্ষক দিৱসৰ শুভেচ্ছা জনালো।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Free PDF Notes

Get Now

ADVERTISEMENT

1 thought on “Assamese Quotes on Teachers Day | শিক্ষক দিৱসৰ শুভেচ্ছা | ৫ চেপ্টেম্বৰ ২০২৪”

Leave a Comment

error: লাজ নালাগে কপি কৰিব