[Best FREE & Paid] Assamese Matrimonial Site 2023

আপুনি বাৰু নিজৰ, কোনোবা লগৰ বা ঘৰৰ কোনোবাই বিবাহৰ প্ৰস্তুতি লৈ আছে নেকি? আপুনি দৰা বা কইনা বিচাৰি হাবাথুৰি খায় আছে নেকি? তেন্তে চিন্তাৰ কোনো কাৰণ নাই, আজি আমি আপোনালোকৰ বাবে কিছু Assamese Matrimonial Site আৰু তাৰেই কিছু নজনা কথা লৈ আহিছোঁ। আহক, আজি আমি Assamese Matrimonial Site ৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ।

অসমত বৰ্তমান সময়লৈকে সামাজিক বিবাহ বৰ্তি আছে যদিও বহু ক্ষেত্ৰ ই বৰ কষ্টকৰ হৈ পৰে। তেতিয়াই মানুহে Assamese Matrimonial Site বিচাৰি থাকে যাৰ জৰিয়তে অতি সহজেই নিজৰ প্ৰফাইলৰ লগত মিলাকৈ দৰা বা কইনা বিচাৰি পোৱা অতি সহজ হৈ পৰে।

Assamese Matrimonial Site

কিন্তু আপুনি জনেনে বৰ্তমান সময়ত বহু তেনেকুৱা Assamese Matrimonial Site ওলাইছে যিয়ে মানুহক ঠগিবলৈ আৰম্ভ কৰিছে আৰু তাৰ বাবেই আজি আমি আপোনালোকৰ বাবে Best & Free Assamese Matrimonial Site 2023 ৰ এক লিষ্ট লৈ আহিছোঁ।

Best Paid & FREE Assamese Matrimonial Site 2023

বৰ্তমান সময়ত আপুনি হয়তো বহু বৰ Shaadi.Com, BharatMatrimony, Jeevansathi.com আদি Matrimonial Site ৰ নাম বা Advertising কেতিয়াবা দেখা পাইছে। এই সকলোবোৰ প্ৰথম অৱস্থাত সম্পূৰ্ণ FREE আছিল যদিওঁ বৰ্তমান কিছু Paid Service দিবলৈ আৰম্ভ কৰিছে।

Assamese Matrimonial Site – Shaadi.Com

1. Shaadi.Com : ১৯৯৬ চনত আৰম্ভ হোৱা এই ইণ্টাৰনেট কোম্পানী বৰ্তমান সময়ত বিশ্বৰ অন্যতম জনপ্ৰিয় Matrimonial Site যি এজন ভাৰতীয়ই আৰম্ভ কৰিছে। বৰ্তমান সময়ত এই ৱেবচাইটত অতি কমেও ৩০ মিলিয়ন মানুহ সংযোগ স্থাপন কৰি আছে।

Assamese Matrimonial Site - Shaadi.Com

Assamese Matrimonial Site – Jeevansathi.Com

2. Jeevansathi.Com : Shaadi.Com ৰ নিচিনা আন এক অন্যতম Assamese Matrimonial Site আমি কব পাৰোঁ Jeevansathi.Com যিয়ে এই সময়ত বহুতৰে মনৰ আশা পূৰণ কৰিব পাৰিছে।

Assamese Matrimonial Site – BharatMatrimony.Com

3. BharatMatrimony.Com : কবলৈ গলে যদিও বহুত Assamese Matrimonial Site কিন্তু আজিৰ আলোচনাত আমি আপোনালোকৰ বাবেই এই কেইটাই উপস্থাপন কৰিছো। Shaadi.Com আৰু Jeevansathi.Com ৰ দৰেই BharatMatrimony আন এক জনপ্ৰিয় Assamese Matrimonial Site যাৰ বৰ্তমান সময়ত আৰু বেছি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈ আছে।

BharatMatrimony য়েই একমাত্ৰ Matrimonial Site যাৰ অসমৰ বাবে এক বেলেগ ৱেবচাইট আছে যি হৈছে AssameseMatrimony.Com

INDIA: 0-8144-99-88-77
UAE: +971 525060879

For payment related queries
Call +91 7538895777

Assamese Matrimonial Site - BharatMatrimony.Com

ওপৰত উল্লেখ কৰা প্ৰতিটো Matrimonial Site ক Category হিচাপে Assamese Martimonial Site হিচাপে ব্যৱহাৰ কৰিব পাৰি ।

Assamese Matrimonial Site – Vivaah.Com

4. Vivaah.Com : Totally Free Assamese Martimonial Site যদি আপুনি বিচাৰি আছে তেন্তে Vivaah.Com ৰ কথা এবাৰ মনত পেলাই চাব পাৰে। বৰ্তমানলৈকে এই ৱেবচাইট আপোনাক সম্পূৰ্ণ FREE Service দিবলৈ প্ৰয়াস কৰি আছে। তেন্তে আজিয়ে আহক আৰু আপোনাৰ পছন্দ অনুযায়ী Register কৰি আপোনাৰ জীৱন সংগী/সংগিনী বিচাৰি উলিওৱাক।

Assamese Matrimonial Site - Vivaah.Com

শেষ বাক্য

আপুনি যদি বিচাৰি আছে Assamese Martimonial Site তেন্তে এই ক্ষুদ্ৰ তথ্যই আপোনাক নিশ্চয় সহায় কৰিব। আপুনি সামাজিক ভাৱে দৰা বা কইনা বিচাৰি থাকক কিন্তু এবাৰ নিশ্চয় চেষ্টা এবাৰ কৰি চাব পাৰে এই Assamese Martimonial Site বিলাকৰ জৰিয়তে।

Disaimer: আমি কেৱল ইণ্টাৰনেটত পোৱা তথ্য অনুযায়ী এই কথাখিনি আপোনাৰ সন্মুখত দাঙি ধৰাৰ প্ৰয়াস কৰিছো। ইয়াত আমাৰ মন – পছন্দ অনুসৰি কোনো তথ্য সংযোগ কৰা নাই। ইয়াক বিশ্বাস কৰা বা নকৰা সম্পূৰ্ণ আপোনাৰ ওপৰত নিৰ্ভৰশীল।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment