ADVERTISEMENT

Class 10 Adv Maths Sets Introduction | সংহতিৰ ধাৰণা

মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধৱী সকল, আকৌ এবাৰ স্বাগতম জনাইছো Assamese Medium ৰ আন এক গুৰুত্বপূৰ্ণ আলোচনালৈ। আজি আমি ইয়াত আলোচনা কৰিবলৈ গৈ আছোঁ Class 10 Adv Maths Sets Introduction তথা দশম মান শ্ৰেণীৰ উচ্চ গণিতৰ প্ৰথম অধ্যায় “সংহতি” ৰ কিছু কিছু প্ৰয়োজনীয় কথা।

আজিৰ আলোচনাত আমি বুজাবলৈ প্ৰয়াস কৰিছো তলত উল্লেখ কৰা বিষয় সমূহ-

  1. সংহতি (Sets)
  2. সংহতিৰ প্ৰকাৰ (Types of Sets)
  3. ৰিক্ত সংহতি/খালী সংহতি (Null Set/Empty Set)
  4. উপ সংহতি (Sub Set)
  5. অধি সংহতি ( Super Set)
  6. প্ৰকৃত উপ সংহতি (Proper Sub Set)
  7. একক সংহতি (Singleton Set)
  8. ঘাত সংহতি (Power Set)
  9. সসীম সংহতি (Finite Set)
  10. অসীম সংহতি (Infinite Set)
  11. সর্বিক সংহতি (Universal Set)
  12. সমান সংহতি (Equal Set)
  13. সংহতিৰ মিলন (Union of Sets)
  14. সংহতিৰ ছেদন (Intersection of Sets)
  15. সংহতিৰ অন্তৰ (Difference of Sets)
  16. পূৰক সংহতি ( Complement of a Sets)

Class 10 Adv Maths Introduction in Assamese PDF Notes

ওপৰত উল্লেখ কৰা বিষয় সমূহ আচলতে ভিডিও ক্লাছ হলে বুজাত সুবিধা হয় আৰু তাৰে প্ৰতি লক্ষ্য ৰাখি আমি ‘Assamese Medium‘ নামৰ ইউটিউব চেনেলত Video Class প্ৰকাশ কৰিছো, আপুনি যদি চাব খোজে লিংকত ক্লিক কৰি চাব পাৰে।

ADVERTISEMENT
ADVERTISEMENT
ADVERTISEMENT
ADVERTISEMENT

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment

ADVERTISEMENT