Class 10 Mathematics

Class 10 Mathematics একেবাৰে সহজ যদিহে আপুনি Class 9 Mathematics ৰ ধাৰণা খিনি সম্পূৰ্ণ ৰূপে লৈছে। যদি আপুনি এতিয়াও গণিত বিষয়ক বহুত টান বুলি ভৱা নেকি? তেন্তে মই এটা কথা কব লাগিব যে আপোনাৰ গণিতৰ প্ৰাথমিক ধাৰণা কম আছে।

গণিত বুজিবলৈ বেছি একো শিকিব লগা নাই, কেৱল মাত্ৰ 0-9, যোগ, বিয়োগ, পূৰণ আৰু হৰণৰ বুজিলেই যথেষ্ট। আপুনি এজন Class 10 Mathematics পঢ়িব অহা ছাত্ৰ হৈ এই খিনি কথা নজনা বুলিও কব নোৱাৰে।

Class 10 Mathematics PDF Solution 2024 HSLC Exam

আপুনি যদি ওপৰত উল্লেখ কৰা কথা খিনি জনা তেন্তে অতি সহজেই Class 10 Mathematics মুঠ 15 ত Chapter বুজিব পাৰিব। সেই আশা ৰাখি আমি Class 10 গণিতৰ সকলো অধ্যায়ৰ যিমান অনুশীলনী আছে তাৰ প্ৰতিটো প্ৰশ্নৰ সমাধানৰ Assamese Medium ৰ ছাত্ৰ ছাত্ৰীৰ বাবে আমি যোগান ধৰিম।

Class 10 Mathematics

ইয়াত আমি প্ৰথম অধ্যায়ৰ পৰা শেষ অধ্যায়লৈ আলোচনা কৰিম। Class 10 Maths Assamese Medium PDF Solution ৰ বাবে আপুনি তলৰ লিংকত যাব পাৰে।

Class 10 Mathematics Chapter 1 Solution PDF in Assamese

Class 10 Mathematics Chapter 2 Solution PDF in Assamese

Class 10 Mathematics Chapter 3 Solution PDF in Assamese

Class 10 Mathematics Chapter 4 Solution PDF in Assamese

Class 10 Mathematics Chapter 5 Solution PDF in Assamese

Class 10 Mathematics Chapter 6 Solution PDF in Assamese

Class 10 Mathematics Chapter 7 Solution PDF in Assamese

Class 10 Mathematics Chapter 8 Solution PDF in Assamese

Class 10 Mathematics Chapter 9 Solution PDF in Assamese

Class 10 Mathematics Chapter 10 Solution PDF in Assamese

Class 10 Mathematics Chapter 11 Solution PDF in Assamese

Class 10 Mathematics Chapter 12 Solution PDF in Assamese

Class 10 Mathematics Chapter 13 Solution PDF in Assamese

Class 10 Mathematics Chapter 14 Solution PDF in Assamese

Class 10 Mathematics Chapter 15 Solution PDF in Assamese


ওপৰত উল্লেখ কৰা প্ৰতিটো অধ্যায়ৰ সম্পূৰ্ণ সাৰাংশ, শব্দ-অৰ্থ, পাঠ্য পুথিৰ প্ৰশ্ন উত্তৰ আৰু অতিৰিক্ত প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিছোঁ। আপোনাৰ প্ৰয়োজন অনুসৰি পঢ়িব পাৰে।

শেষ বাক্য Class 10 Mathematics

Class 10 Mathematics ত মুঠ 15 ত অধ্যায় আছে আৰু প্ৰতিটো অধ্যায়ৰ কিছু অনুশীলনী আছে। প্ৰতিটো অনুশীলনী সম্পূৰ্ণ সমাধান আমি অতি সহজেই ডাউনলোড কৰিব পৰাকৈ PDF ফাইল হিচাপে প্ৰকাশ কৰিছোঁ। আপুনি আপোনাৰ প্ৰয়োজন মতে তাৰ পৰা ডাউনলোড কৰিব পাৰে আৰু HSLC Exam ৰ বাবে নিজকে প্ৰস্তুত কৰিব পাৰে।

ইয়াৰ উপৰিও Assamese Medium Facebook PageFollow কৰি আপোনাৰ অসুবিধা জনাব পাৰে যাৰ সমাধান আমি সদায় দিবলৈ প্ৰয়াস কৰিম।