Class 10 Mathematics একেবাৰে সহজ যদিহে আপুনি Class 9 Mathematics ৰ ধাৰণা খিনি সম্পূৰ্ণ ৰূপে লৈছে। যদি আপুনি এতিয়াও গণিত বিষয়ক বহুত টান বুলি ভৱা নেকি? তেন্তে মই এটা কথা কব লাগিব যে আপোনাৰ গণিতৰ প্ৰাথমিক ধাৰণা কম আছে।
গণিত বুজিবলৈ বেছি একো শিকিব লগা নাই, কেৱল মাত্ৰ 0-9, যোগ, বিয়োগ, পূৰণ আৰু হৰণৰ বুজিলেই যথেষ্ট। আপুনি এজন Class 10 Mathematics পঢ়িব অহা ছাত্ৰ হৈ এই খিনি কথা নজনা বুলিও কব নোৱাৰে।
আপুনি যদি ওপৰত উল্লেখ কৰা কথা খিনি জনা তেন্তে অতি সহজেই Class 10 Mathematics মুঠ 15 ত Chapter বুজিব পাৰিব। সেই আশা ৰাখি আমি Class 10 গণিতৰ সকলো অধ্যায়ৰ যিমান অনুশীলনী আছে তাৰ প্ৰতিটো প্ৰশ্নৰ সমাধানৰ Assamese Medium ৰ ছাত্ৰ ছাত্ৰীৰ বাবে আমি যোগান ধৰিম।
ইয়াত আমি প্ৰথম অধ্যায়ৰ পৰা শেষ অধ্যায়লৈ আলোচনা কৰিম। প্ৰতিটো অধ্যায়ৰ PDF Notes for Class 10 Mathematics ৰ বাবে আপুনি তলৰ লিংকত যাব পাৰে।
Class 10 Mathematics All Chapters
- Class 10 Mathematics Chapter 1 Assamese Medium: বাস্তৱ সংখ্যা
- Class 10 Mathematics Chapter 2 Assamese Medium: বহুপদ
- Class 10 Mathematics Chapter 3 Assamese Medium: দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ
- Class 10 Mathematics Chapter 4 Assamese Medium: দ্বিঘাত সমীকৰণ
- Class 10 Mathematics Chapter 5 Assamese Medium: সমান্তৰ প্ৰগতি
- Class 10 Mathematics Chapter 6 Assamese Medium: ত্ৰিভুজ
- Class 10 Mathematics Chapter 7 Assamese Medium: স্থানাংক জ্যামিতি
- Class 10 Mathematics Chapter 8 Assamese Medium: ত্ৰিকোণমিতিৰ পৰিচয়
- Class 10 Mathematics Chapter 9 Assamese Medium: ত্ৰিকোণমিতিৰ কিছু প্ৰয়োগ
- Class 10 Mathematics Chapter 10 Assamese Medium: বৃত্ত
- Class 10 Mathematics Chapter 11 Assamese Medium: অংকন
- Class 10 Mathematics Chapter 12 Assamese Medium: বৃত্ত সমন্ধীয় কালি
- Class 10 Mathematics Chapter 13 Assamese Medium: পৃষ্টকালি আৰু আয়তন
- Class 10 Mathematics Chapter 14 Assamese Medium: পৰিসংখ্যা
- Class 10 Mathematics Chapter 15 Assamese Medium: সম্বাৱিতা
শেষ বাক্য Class 10 Mathematics
Class 10 Mathematics ত মুঠ 15 ত অধ্যায় আছে আৰু প্ৰতিটো অধ্যায়ৰ কিছু অনুশীলনী আছে। প্ৰতিটো অনুশীলনী সম্পূৰ্ণ সমাধান আমি অতি সহজেই ডাউনলোড কৰিব পৰাকৈ PDF ফাইল হিচাপে প্ৰকাশ কৰিছোঁ। আপুনি আপোনাৰ প্ৰয়োজন মতে তাৰ পৰা ডাউনলোড কৰিব পাৰে আৰু HSLC Exam ৰ বাবে নিজকে প্ৰস্তুত কৰিব পাৰে।
ইয়াৰ উপৰিও Assamese Medium Facebook Page ক Follow কৰি আপোনাৰ অসুবিধা জনাব পাৰে যাৰ সমাধান আমি সদায় দিবলৈ প্ৰয়াস কৰিম।