Class 10 Mathematics Chapter 7 SEBA Course

Class 10 Mathematics Chapter 7 ৰ সম্পূৰ্ণ অনুশীলনীৰ সমাধান লৈ আমি আকৌ এবাৰ আহিছোঁ Assamese Medium লৈ। আশা কৰো আপোনালোকৰ প্ৰয়োজনত আমি অলপ হলেও সহায়ৰ হাত আগবঢ়াব পাৰোঁ।

মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধবী সকল। আমি এতিয়া আলোচনা কৰিব গৈ আছোঁ Class 10 Mathematics Chapter 7 তথা “স্থানাংক জ্যামিতি” অসমীয়া মাধ্যমৰ দশম মান শ্ৰেণীৰ সপ্তম অধ্যায়।

Class 10 Mathematics Chapter 7 ত অতি প্ৰয়োজনীয় সূত্ৰ হিচাপে আহিব দূৰত্বৰ সূত্ৰ, বিভাজনৰ সূত্ৰ আৰু ত্ৰিভুজৰ কালিৰ সূত্ৰ। যদি আপুনি এই সূত্ৰ সমূহ জানি এই অধ্যায়ৰ অনুশীলনীৰ সমাধান কৰিব চেষ্টা কৰি আছে তেন্তে একে বাৰেই সহজ হৈ পৰিব।

ইয়াত আমি কোনো সূত্ৰৰ কথা আলোচনা নকৰি কেৱল Class 10 Mathematics Chapter 7 ৰ অনুশীলনীৰ প্ৰতিটো প্ৰশ্নৰ সমাধান দিবলৈ চেষ্টা কৰিছোঁ। আমি Class 10 Maths Ex 7.1 pdf, Class 10 Maths Ex 7.2 pdf, Class 10 Maths Ex 7.3 pdf, Class 10 Maths Ex 7.4 pdf ইয়াত ডাউনলোড কৰাৰ বাবে আৰু প্ৰতিটো অনুশীলনীৰ প্ৰথম প্ৰশ্নৰ সমাধানৰ আৰ্হি হিচাপে প্ৰকাশ কৰিছো। আপুনি ইচ্ছা কৰিলে ডাউনলোড কৰিব পাৰে।


Exercise 7.1 Class 10 Mathematics

Class 10 Mathematics Chapter 7

Exercise 7.1 Class 10 Mathematics PDF


Exercise 7.2 Class 10 Mathematics

Exercise 7.2 Class 10 Mathematics PDF


Exercise 7.3 Class 10 Mathematics

Exercise 7.3 Class 10 Mathematics PDF


Exercise 7.3 Class 10 Mathematics

Exercise 7.3 Class 10 Mathematics PDF


শেষবাক্য

আজি আমি আকৌ Class 10 Mathematics ৰ আন এটা অধ্যায় “স্থানাংক জ্যামিতি” ৰ সম্পূৰ্ণ সমাধান আলোচনা কৰিছোঁ। আশা কৰো আপোনালোকে ইয়াক শিকিবলৈ যত্ন কৰিছে আৰু আন আন ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ বাবে এই আলোচ্য বিষয়সমূহ আপোনাৰ বন্ধু বান্ধবীৰ সৈতে ভাগ-বতৰা কৰিব।

2 thoughts on “Class 10 Mathematics Chapter 7 SEBA Course”

  1. Pingback: Class 10 Mathematics Chapter 8 | ত্ৰিকোণমিতিৰ পৰিচয়

  2. Pingback: Class 10 Maths Chapter 1 Assamese Medium | বাস্তৱ সংখ্যা

Leave a Comment

Your email address will not be published.