Mohot Lukor Bani

Mohot Lukor Bani বিচাৰি আপুনি ইয়ালৈ আহিছে নেকি? যদি সেয়া হয় তেন্তে আপোনাক আমি জনাবলৈ পাই সুখী যে আমি Assamese Medium ৱেবচাইটৰ জৰিয়তে Mohot Lukor Bani Assamese আপোনালোকৰ বাবে লৈ আহিছোঁ।

ইয়াৰ আগতে আমি মহৎ লোকৰ বাণী বহু কেইটা প্ৰকাশ কৰিছো, যদি আপুনি সেইবোৰ পঢ়িব খোজে, নিজকে উৎসাহিত কৰিব খোজে তেন্তে এই Mahat Lokar Bani য়ে নিশ্চয় কৰিব।

Mohot Lukor Bani

তেন্তে আহক, সময় নষ্ট নকৰাকৈ আজি আমি কিছু গুৰুত্বপূৰ্ণ Mohot Lukor Bani আপোনালোকৰ সৈতে আলোচনা কৰোঁ।

Mohot Lukor Bani in Assamese (মহৎ লোকৰ বাণী)

  1. প্ৰত্যেক ধৰ্মই আমাক কয় কৰ্ম, বিশ্বাস , অৰ্চনা – এই তিনিটা মানুহৰ প্ৰধান লাগতিয়াল বস্তু — ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ
  2. আমি কেৱল যুক্তিৰ সহায়েৰে সত্যত উপনীত হʼব নোৱাৰোঁ, সত্যত উপনীত হʼবলৈ হৃদয়ৰো সহায় লাগে — ব্লেইছ পাছকেল
  3. কৃতকাৰ্যতাই মানুহক বিনয়ী, সহিষ্ণু আৰু মৰমিয়াল কৰি তোলে। ব্যৰ্থতাই মানুহক নিষ্ঠুৰ আৰু তিক্ততাপূৰ্ণ কৰে — ছমাৰছেট মম
  4. তুমি জীৱনক ভাল পোৱানে? যদি জীৱনক ভাল পোৱা সময়ৰ অপচয় নকৰিবা ; কাৰণ সময়ৰ সমষ্টিয়েই জীৱন — বেঞ্জামিন ফ্ৰেংকলিন
  5. কিতাপে বিশ্ব ব্ৰহ্মাণ্ডক ইয়াৰ আত্মা প্ৰদান কৰে, মনক ডেউকা প্ৰদান কৰে, কল্পনাক উৰাৰ সক্ষমতা আৰু সকলোকে জীৱনময় কৰি তোলে — প্লেট’
  6. কেতিয়াবা তুমি আনৰ চকুতহে নিজক পৰিষ্কাৰকৈ দেখা পাব পাৰা। সেইবাবে আমাৰ জীৱনত সমালোচক সকলৰ এটা ভূমিকা থাকে। তেওঁলোকৰ চকুতহে আমাৰ ভুল শুদ্ধ ধৰা পৰে — এলেন ডিজেনাৰ্ছ
  7. ব্যৰ্থতাৰ বহুতো কাৰণৰ ভিতৰত এটা অতি সাধাৰণ কাৰণ হ’ল মানুহে সমসাময়িকভাবে পৰাজয়ৰ সন্মুখীন হ’লেই মানুহে কামটো কৰিবলৈ এৰি দিয়ে। কম বেছি পৰিমাণৰ সকলো মানুহে এইটো কৰে — নেপোলিয়ন হিল
  8. যি মানুহে আন মানুহৰ বিষয়ে বেছি কথা জানে তেওঁ এজন বিদ্বান। যি মানুহে আনক শাসন কৰে তেওঁ ক্ষমতাশালী ; কিন্তু যিজন মানুহে নিজক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰিছে তেওঁ হ’ল আটাইতকৈ শক্তিশালী মানুহ — লাও জু
  9. সাহসেই হৈছে প্ৰথম আৰু প্ৰধান মানৱীয় যোগ্যতা। কাৰণ ইয়াৰ পৰাই আন সকলো যোগ্যতা আৰু সম্ভাৱনাৰ সৃষ্টি হয় — উইনষ্টাইন চাৰ্চিল
  10. ক্ষুদ্ৰতম কামটো কৰিবৰ সময়তো সেই কামটোতে ঢালি দিবা তোমাৰ সমস্ত হৃদয়, মন, বুদ্ধি আৰু আত্মা। কৃতকাৰ্যতাৰ সেইটোৱে হ’ল গোপন ৰহস্য — স্বামী বিবেকানন্দ
  11. কৰ্মই উপাসনা হাঁহিয়েই জীৱন । – বিষ্ণুপ্ৰসাদ ৰাভা
  12. ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক । – ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
  13. স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু – মহাত্মা গান্ধী
  14. শিক্ষাৰ উদ্দেশ্য হ’ল মানুহক মানুহ ৰূপে গঢ়ি তোলা, মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন। – ৰাজা ৰামমোহন ৰায়
  15. কিতাপ নথকা ঘৰ, খিৰিকী নথকা কোঠালিৰ দৰে। – এইচ. মেনন
  16. আনে কি কৰিছে ভবাতকৈ নিজে কি কৰিছোঁ ভৱাহে বেছি দৰকাৰ। – ৰাজা ৰামমোহন ৰায়
  17. অন্য মানুহে খাবলৈহে জীয়াই থাকে, আনহাতে মই জীয়াই থাকিবলৈহে খাওঁ। – চক্ৰেটিছ
  18. আমি গোটোৱা সকলোবোৰ সম্পত্তিৰ ভিতৰত জ্ঞান মাথো অবিনাশী। – চক্ৰেটিছ
  19. খং নকৰিবা, নিজৰ সৰ্বনাশ হ’ব, অহংকাৰ নকৰিবা, পতন হ’ব, কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ’বা, ফাঁকি নিদিবা, ফাঁকত পৰিবা। – স্বামী বিবেকানন্দ
  20. ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, মানুহক নুজুখিবা। – ৰবীন্দ্ৰনাথ ঠাকুৰ
  21. সচেতনতা আৰু জাগৰণৰ মাজত পাৰ্থক্য হ’ল- সচেতনতা হ’ল ইন্ধন, জাগৰণ এক প্ৰকাৰ অগনি ; যি অগনিয়ে দুষ্কৃতিক পুৰি ন সৃষ্টিৰ ন গজালি গজাত সহায় কৰে — ভূপেন হাজৰিকা
  22. যদি তুমি কিবা বস্তু পছন্দ নকৰা তেতিয়াহ’লে সেই বস্তুটো সলাই পেলোৱা। আৰু যদিহে তাক সলাই পেলাব পৰা নাযায় তেন্তে নিজৰ দৃষ্টিভংগীক সলাই পেলাবলৈ যত্ন কৰা — মায়া এঞ্জেল’
  23. আমাৰ জীৱনলৈ কিছুমান মানুহ আশীৰ্বাদ হৈ আহে আৰু কিছুমান মানুহ আহে শিক্ষা হৈ — মাদাৰ টেৰেছা
  24. শান্তি বলপূৰ্বকভাবে প্ৰতিষ্ঠিত কৰিব নোৱাৰি, ইয়াক কেৱল পাৰস্পৰিক বুজাপৰাৰ মাজেৰেহে পাব পাৰি — এলবাৰ্ট আইনষ্টাইন
  25. ইতিবাচক দৃষ্টিভংগীয়ে মানুহৰ সপোন সাকাৰ কৰি তোলাত আটাইতকৈ বেছি ভূমিকা গ্ৰহণ কৰে। কাৰণ ইতিবাচক চিন্তাৰ পৰাই ইতিবাচক শক্তিৰ জন্ম হয় — ডেভিড বেইলী
  26. বিশ্বাস হৈছে এনে এটা শক্তি যি এটা বস্তুক নিজৰ লগত সকলো পৰিস্থিতিৰ মাজতো ধৰি ৰখাত সহায় কৰে। বিশ্বাসেই মানুহৰ জীৱনৰ গতিপথক সলনি কৰিব পাৰে — চি এছ লিৱিছ
  27. কৰ্মই উপাসনা হাঁহিয়েই জীৱন — বিষ্ণুপ্ৰসাদ ৰাভা
  28. ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক — ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
  29. স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু — মহাত্মা গান্ধী
  30. শিক্ষাৰ উদ্দেশ্য হ’ল মানুহক মানুহ ৰূপে গঢ়ি তোলা, মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন — ৰাজা ৰামমোহন ৰায়
  31. কিতাপ নথকা ঘৰ, খিৰিকী নথকা কোঠালিৰ দৰে — এইচ. মেনন
  32. সময়েই হ’ল মানুহৰ আটাইতকৈ মূল্যবান সম্পদ, কাৰণ সময় এবাৰ গ’লে কেতিয়াও ঘূৰি নাহে। – টমাচ্ আলভা এডিচন
  33. কৃতকাৰ্য হ’বলৈ হলে তোমাৰ ভীষণ অধ্যাৱসায় আৰু প্ৰৱল ইচ্ছা শক্তি থাকিব লাগিব। – স্বামী বিবেকানন্দ
  34. যেতিয়ালৈকে মানৱ আত্মাক শক্তিশালী কৰিব নোৱাৰি তেতিয়ালৈকে শিক্ষা সম্পূৰ্ণ নহয়। – মহাত্মা গান্ধী
  35. পৰিশ্ৰমেই হ’ল মানুহৰ একমাত্ৰ পৰিত্ৰাণ। যি মানুহে নিজে বাছি লোৱা কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব পাৰে সেই মানুহৰ মনলৈ আত্মবিশ্বাস আপোনা-আপুনি আহে। – হোমেন বৰগোহাঞি
  36. আমাক এনে শিক্ষাৰ প্ৰয়োজন যাৰ দ্বাৰা আমাৰ সৎ চৰিত্ৰ গঠন হয় আৰু যাৰ দ্বাৰা মানসিক বল বৃদ্ধি হয়, যাৰ দ্বাৰা বুদ্ধিমত্তা প্ৰসাৰিত হ’ব আৰু যাৰ সহায়ত আমি নিজৰ ভৰিত নিজে থিয় দি আত্মনির্ভৰশীল হ’ব পাৰো। – স্বামী বিবেকানন্দ
  37. এখন ভাল কিতাপ নষ্ট কৰা আৰু এজন ভাল মানুহক হত্যা কৰা একে কথা। – মিল্টন
  38. জীৱনটোও এক প্ৰকাৰৰ পৰ্বত আৰোহণ। অসীম দুখ-কষ্ট আৰু দুৰ্লংঘ বাধা আছে বাবেই সি ৰোমাঞ্চকৰ। – হোমেন বৰগোহাঞি
  39. কমাত্ৰ পৰিশ্ৰমী লোকেহে বিজয়ী হ’ব পাৰে। – হোমাৰ
  40. এলাহ মানুহৰ বাবে অভিশাপ। এলাহে ব্যক্তিৰ আৰু জাতিৰ অন্তঃসত্তা নাইকিয়া কৰে আৰু লোহাত মামৰে ধৰাৰ দৰে ব্যক্তি আৰু জাতিৰো ক্ষতি কৰে। – ছেমুৱেল স্মাইলছ
  41. মানুহৰ প্ৰকৃত পৰিচয় জন্ম লৈ নহয়, কৰ্মলৈহে। – মহাবীৰ
  42. এজন মানুহৰ যিমানেই প্ৰতিভা নাথাকক কিয় যদি তেওঁ পৰিশ্ৰম নকৰে তেন্তে তেওঁৰ সেই সুপ্ত প্ৰতিভাই কেতিয়াও ভাল ফলাফল নিদিয়ে। – টমাছ আলভা এডিছন
  43. কৰ্মই উপাসনা হাঁহিয়েই জীৱন । – বিষ্ণুপ্ৰসাদ ৰাভা
  44. ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক । – ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
  45. স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু – মহাত্মা গান্ধী
  46. শিক্ষাৰ উদ্দেশ্য হ’ল মানুহক মানুহ ৰূপে গঢ়ি তোলা, মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন। – ৰাজা ৰামমোহন ৰায়
  47. কিতাপ নথকা ঘৰ, খিৰিকী নথকা কোঠালিৰ দৰে। – এইচ. মেনন
  48. আনে কি কৰিছে ভবাতকৈ নিজে কি কৰিছোঁ ভৱাহে বেছি দৰকাৰ। – ৰাজা ৰামমোহন ৰায়
  49. অন্য মানুহে খাবলৈহে জীয়াই থাকে, আনহাতে মই জীয়াই থাকিবলৈহে খাওঁ। – চক্ৰেটিছ
  50. আমি গোটোৱা সকলোবোৰ সম্পত্তিৰ ভিতৰত জ্ঞান মাথো অবিনাশী। – চক্ৰেটিছ
  51. খং নকৰিবা, নিজৰ সৰ্বনাশ হ’ব, অহংকাৰ নকৰিবা, পতন হ’ব, কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ’বা, ফাঁকি নিদিবা, ফাঁকত পৰিবা। – স্বামী বিবেকানন্দ
  52. ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, মানুহক নুজুখিবা। – ৰবীন্দ্ৰনাথ ঠাকুৰ
  53. কম কথা কোৱা বেছি কাম কৰা মানুহে সফলতা লাভ কৰিব পাৰে। – ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ
  54. এটা বন্দুকৰ গুলিতকৈ এবটল চিয়াঁহীৰ মূল্য বেছি। – মাদাৰ টেৰেছা
  55. আমি যাক সৃষ্টি কৰিব নোৱাৰো তাক ধ্বংস কৰাৰ অধিকাৰো আমাৰ নাই। – গুৰু নানক
  56. গৃহ হ’ল শিক্ষাৰ আৰম্ভণি বিন্দু । – ৰোচেন ক্ৰেজ
  57. মানুহ হোৱা আৰু আনকো মানুহ কৰিবলৈ চেষ্টা কৰা। – স্বামী বিবেকানন্দ
  58. তোমাৰ লক্ষ্য স্থান ক’ত ? সেইটো যদি ঠিক কৰিব নোৱাৰা, তেন্তে কোন পথে খোজ দিবা কেনেকৈ জানিবা ৷ তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব ৷ – লিটন
  59. শিক্ষাই জীৱন, জীৱনেই শিক্ষা ৷ – লজ
  60. নিজক সদায় আনন্দত ৰাখিবা ৷ আনন্দময়, উৎসাহী আৰু শক্তিমানৰ কাৰণেহে জগতখন, দুৰ্বল, নিৰুৎসাহী মানুহৰ বাবে নহয় ৷ – ওমাৰ্চন
  61. যি মানুহৰ ধৈৰ্য শক্তি আছে, তেওঁৰ অসাধ্য একোৱে নাই ৷ – বেঞ্জামিন ফ্ৰেংকলিন
  62. আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা ৷ নিজে শুদ্ধ আৰু পবিত্ৰ হ’ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা ৷ – চক্ৰেটিচ
  63. মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে ৷ – জৱাহৰলাল নেহৰু
  64. আমি যি জানো সি অতি সামান্য ৷ আমি যি নাজানো তাৰ সীমা নাই ৷ – পাৰলেচ
  65. কোনোৱে তোমাক সহায় কৰিব নোৱাৰে ৷ নিজেই নিজৰ সহায় লোৱা ৷ – বুদ্ধদেৱ
  66. এলেহুৱা মানুহৰ শৰীৰ পেলাই থোৱা চাবিৰ নিচিনা ৷ ব্যৱহাৰ নকৰা চাবিত যেনেকৈ মামৰে ধৰে, কামত নলগোৱা শৰীৰতো সেইদৰে ৰোগ হয় ৷ ব্যৱহাৰ কৰা চাবি যেনে চকচকীয়া , শ্ৰম কৰা শৰীৰো তেনে কটকটীয়া ৷ তুমি যদি সৰহদিন জীয়াই থাকিবলৈ মন কৰা তেন্তে বহি সময় নষ্ট নকৰিবা ৷ – ৰিচাৰ্ড
  67. সময়েই ধন ৷ – বেঞ্জামিন ফ্ৰেঙ্কলিন ৷
  68. খং নকৰিবা নিজৰে সৰ্বনাশ হ’ব ৷ অহংকাৰ নকৰিবা পতন হ’ব, কাকো ঘৃণা নকৰিবা , নিজেও ঘৃণিত হ’বা , ফাঁকি নিদিবা , ফাঁকত পৰিবা ৷ – বিবেকানন্দ ৷
  69. আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ’ব তুমি নাজানা ৷ – হজৰত মহম্মদ ৷
  70. পৰিস্থিতি যিমানেই ভয়লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত ৷ – পিয়েৰ টেলহাৰ্ড
  71. সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা, যদি তুমি সচাঁকৈয়ে সফল হ’ব বিচাৰিছা তেন্তে ক্ষন্তেক জিৰণি লোৱা আৰু ভাবা- তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা ৷ দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে ৷ – ডেভিদ ফ্ৰষ্ট ৷
  72. এগৰাকী সফল আৰু এগৰাকী অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ’ল সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভূলৰ পৰাই সদায়েই শিক্ষা লৈ আগবাঢ়ে – ডেল কাৰ্নেগী ৷
  73. উশাহ লৈ থকা মানেইতো জীয়াই থকা নহয় ৷ – মেথিউ
  74. প্ৰেম হৈছে এনে এক জীৱনপুষ্প যি প্ৰস্ফুটিত হয় অভাৱনীয়, অপৰিকল্পিতভাৱে, কোনোৱে নজনাকৈয়ে, প্ৰকৃতিৰ সকলো নিয়ম উলংঘা কৰি ৷ – ডি এইছ লৰেঞ্চ
  75. কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে ৷ – বেইলী
  76. যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভূল কৰা নাই ইয়াৰ অৰ্থ হ’ল যে তেওঁ শিকিবলৈ কোনো চেষ্টা কৰা নাই ৷ – এৰিষ্ট’টল ৷
  77. নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা ৷ – বেঞ্জামিন ফ্ৰেংকলিন ৷
  78. এজন মানুহে গোটেই দিনটো যি চিন্তা কৰে তেওঁ সেয়াই ৷ সচাঁকৈয়ে ! তাতকৈ অন্য ধৰণৰ হোৱাটো বাৰু তেওঁৰ বাবে কেনেকৈ সম্ভৱ ? – এমাৰ্চন ৷
  79. নীৰৱতা হ’ল জীৱনৰ এক অমূল্য বস্তু, যাৰ ভিতৰত বহু বস্তুৱে জন্মলাভ কৰে — থমাছ কাৰ্লাইল ৷
  80. মানুহৰ মন সদায় একে ঠাইতেই থাকে ৷ কিন্তু এই মন বোলা অতি শক্তিশালী বস্তুটোৱে স্বৰ্গক নৰক আৰু নৰকক স্বৰ্গ কৰি তোলে ৷ – কবি জন মিল্টন ৷
  81. স্বীকাৰ কৰাত মোৰ লজ্জা নাই যে অন্য কোনো দৰিদ্ৰ লোকৰ সন্তানৰ দ’ৰেই মোৰ শৈশৱ আৰু কৈশোৰৰ সময়ছোৱা পাৰ হৈছে ৷ কেতিয়াবা মই মজদুৰৰ কাম কৰিছো, কেতিয়াবা কাঠফলা কাম, কেতিয়াবা আকৌ মালবাহী নাৱৰ নাৱৰীয়াৰ কাম ৷ অতীত যিয়েই নহওক লাগি থকাৰ শক্তি থাকিলে মানুহৰ ভৱিষ্যত সুন্দৰ হৈ উঠে ৷ – আব্ৰাহাম লিংকন ৷
  82. জীৱনৰ অন্য নাম সংগ্ৰাম ৷ সংগ্ৰাম অবিহনে জীৱন জীৱনেই হ’ব নোৱাৰে ৷ সংগ্ৰাম বা সংঘাতৰ স’তে যুঁজি যুঁজি মানুহে যি সাহস , মনোবল তথা প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে ৷ – নেপোলেয়ঁ বোনাপাৰ্ট ৷
  83. প্ৰতিকূলতাই কোনো কোনো মানুহক প্ৰায় ভাঙি দিয়ে , আকৌ এচাম মানুহ আছে , যিসকলে প্ৰতিকূলতাই ভাঙি পেলোৱাটো জীৱনৰ প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰে ৷ – উইলিয়াম এ’ৱাৰ্ড ৷
  84. মানুহৰ জন্ম হয় সফল হ’বলৈকে , ব্যৰ্থ হ’বলৈ নহয় ৷ আত্ম-বিশ্বাসেই মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সোপান ৷ – প্ৰখ্যাত দাৰ্শনিক হেনৰি ডেভিদ থৰো ৷
  85. প্ৰতিকূলতাৰ বিৰুদ্ধে গৈ সম্পন্ন কৰা কামখিনি সচাঁই বৰ মধুৰ ৷ – উইলিয়াম শ্বেইক্সপীয়েৰ ৷
  86. তুমি যদি প্ৰকৃততেই নিজৰ চৰিত্ৰ গঢ়ি জীৱনত সফলতা লাভ কৰিব বিচাৰিছা , তেন্তে দুটা কথাৰ বিচাৰ তুমি সদায়েই কৰিবা ৷ সেয়া হ’ল কোনবোৰ কাম তোমাৰ সাধ্যৰ ভিতৰত আৰু কোনবোৰ তোমাৰ সাধ্যৰ অতীত ৷ – ফ্ৰান্সিছ থমছন ৷
  87. মই মাথোঁ জ্ঞানৰ অনুৰাগী ৷ জ্ঞানৰ বৃত্তিধাৰী মই নহয় ৷ সচাঁ কথাত মই মাত্ৰ জ্ঞানৰ আত্মবিনোদক অনুশীলনকাৰীহে ৷ যেতিয়া মানুহে সন্দেহ কৰিবলৈ শিকে , বিশেষকৈ নিজৰ মনৰ মাজত প্ৰতিপালিত বিশ্বাসক আৰু নিৰ্বিচাৰ ধৰ্মমত আৰু স্বত:সিদ্ধ বিষয়ত , তেতিয়াই দৰ্শনে পাতনি মেলে ৷ – গ্ৰীচৰ মহান দাৰ্শনিক ছক্ৰেটিছ ৷
  88. সেইজনেই প্ৰকৃত সাহসী যিজনে নিজৰ ব্যৰ্থতাৰ কথা অকপটে স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে ৷ – অভিনয় শিল্পী মৰিচ চেভালিয়া৷
  89. জীৱনটো হৈছে এক উত্তৰবিহীন সাঁথৰ ৷ – এমাৰছন ৷
  90. প্ৰতিদিনে জীৱনটো উপভোগ কৰা, তেতিয়াহে ইয়াৰ আচল সোৱাদ পাবা ৷ – মাৰ্গাৰেট বুনেন৷
  91. জীৱনত আগুৱাই যাব বিচাৰিছা যদি বাস্তৱৰ সন্মুখীন হ’বলৈ শিকা ৷ – জুলিয়েট বেষ্টিয়েনা ৷

আপুনি যদি শিক্ষাৰ্থী অথবা শিক্ষক তেন্তে Mohot Lukor Bani আপোনাৰ বাবে এক ঔষদ যিয়ে আপোনাক যিকোনো কামত সহায় কৰিব। আপুনি নিজে পঢ়ক আৰু পাৰিলে Mohot Lukor Bani আনৰ সৈতে Share কৰক।

Leave a Comment