আপুনি বাৰু Class 10 Maths Exercise 4.2 PDF in Assamese বিচাৰি ইয়ালৈ আহিছে নেকি বা আপুনি এইবাৰ HSLC Final Exam দিব নেকি তেন্তে এই লিখনিয়ে আপোনাক বিভিন্ন প্ৰকাৰৰ সহায় কৰিব বুলি আমি আশাবাদী।
- Also Read:
আজিৰ আলোচনাত আমি Class 10 Maths Exercise 4.2 PDF in Assamese দিবলৈ প্ৰয়াস কৰিছো যত Assamese Medium Class 10 Maths Exercise 4.2 ৰ প্ৰতিটো প্ৰশ্নৰ সমাধান পাব।
Class 10 Maths Exercise 4.2 PDF in Assamese ত কি কি প্ৰশ্ন আছে ?
আমি যদি ভালদৰে লক্ষ্য কৰোঁ তেন্তে পাম যে Class 10 Maths Exercise 4.2 ত মুঠ 6 টা প্ৰশ্ন আছে । ইয়াত আমি পোনে পোনে প্ৰশ্ন কেইটা তলত উল্লেখ কৰিছো আৰু তাৰ সমাধান হিচাপে আমি Class 10 Maths Exercise 4.2 PDF in Assamese তলৰ লিংকত যোগান ধৰিব প্ৰয়াস কৰিছো।
Class 10 Maths Exercise 4.2 in Assamese
1. উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা।
(i) x2 – 3x – 10 = 0
(ii) 2×2 + x – 6 = 0
(iii) √2×2 + 7x + 5√2 = 0
(iv) 2×2 – x + 1/8 = 0
(v) 100×2 – 20x + 1 = 0
(vi) 2×2 – 7x + 6 = 0
(vii) x2 – 10x – 96 = 0
(viii) √3×2 + 10x +7√3 = 0
(ix) x2 + 2√2x + 2 = 0
(x) 14x + 5 – 3×2 = 0
2. উদাহৰণ 1 ত দিয়া সমস্যা দুটা সমাধান কৰা।
(i) জন আৰু জয়ন্তী দুয়োৰে 45 টা মাৰ্বল আছে। তেওঁলোকৰ প্ৰত্যেকে 5 টাকৈ মাৰ্বল হেৰালে এতিয়া তেওঁলোকৰ হাতত থকা মাৰ্বলৰ সংখ্যাৰ গুণফল 124। আমি উলিয়াব লাগে, আৰম্ভণিতে তেওঁলোকৰ কেইটাকৈ মাৰ্বল আছিল।
(ii) এটা কুটীৰ শিল্পই এদিনত এটা নিৰ্দিষ্ট সংখ্যক পুতলা তৈয়াৰ কৰে। দেখা গ’ল প্ৰতিটো পুতলা উৎপাদনৰ খৰছ 55 বিয়োগ এদিনত উৎপাদিত পুতলাৰ সংখ্যা। এটা বিশেষ দিনত সমুদায় উৎপাদনৰ খৰছ 750। আমি নিৰ্ণয় কৰিব লাগে সিদিনাখন উৎপাদন হোৱা পুতলাৰ সংখ্যা কিমান?
3. দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182।
4. দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365।
5. এটা সমকোণী ত্ৰিভূজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 চে.মি. কম। যদি অতিভূজটো 13 চে.মি. অইন বাহু দুটা উলিওৱা।
6. এটা কুটীৰ শিল্পই দৈনিক এটা নিৰ্দিষ্ট সংখ্যাক মাটিৰ বাচন তৈয়াৰ কৰে। এদিন দেখা গ’ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰছ সিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি। যদি সিদিনাৰ উৎপাদনৰ মুঠ ব্যয় 90 টকা, উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হ’ব উলিওৱা।
Class 10 Maths Exercise 4.2 PDF in Assamese
আপুনি যদি Class 10 Maths Exercise 4.2 PDF Assamese Medium ৰ পৰা পঢ়িব বিচাৰে তেন্তে তলত দিয়া লিংকত ক্লিক কৰক।
Class 10 Maths Exercise 4.2 PDF in Assamese