আপুনি বাৰু Class 10 Maths Exercise 1.4 Assamese Medium PDF বিচাৰি ইয়ালৈ আহিছে নেকি বা আপুনি এইবাৰ HSLC Final Exam দিব নেকি তেন্তে এই লিখনিয়ে আপোনাক বিভিন্ন প্ৰকাৰৰ সহায় কৰিব বুলি আমি আশাবাদী।
- Also Read:
আজিৰ আলোচনাত আমি Class 10 Maths Exercise 1.4 Assamese Medium PDF Note দিবলৈ প্ৰয়াস কৰিছো যত Assamese Medium Class 10 Maths Exercise 1.3 ৰ প্ৰতিটো প্ৰশ্নৰ সমাধান পাব।
Class 10 Maths Exercise 1.4 ত কি কি প্ৰশ্ন আছে ?
আমি যদি ভালদৰে লক্ষ্য কৰোঁ তেন্তে পাম যে Class 10 Maths Exercise 1.4 Assamese Medium ত মুঠ 3 টা প্ৰশ্ন আছে । ইয়াত আমি পোনে পোনে প্ৰশ্ন কেইটা তলত উল্লেখ কৰিছো আৰু তাৰ সমাধান হিচাপে আমি Class 10 Maths Exercise 1.4 Assamese Medium PDF Note তলৰ লিংকত যোগান ধৰিব প্ৰয়াস কৰিছো।
Class 10 Maths Exercise 1.4 Question Assamese Medium
১) দীৰ্ঘ হৰণ নকৰাককৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত (সাবধি) নাইবা কোনবোৰৰ পৌন:পুনিক দশমিক বিস্তৃতি থাকিৱ বৰ্ণনা কৰা: (i) 13/3125 (ii) 17/8 (iii) 64/455 (iv) 15/1600 (v) 29/343 (vi) 23/23.52 (vii) 129/(22.57.75) (viii) 6/15 (ix) 35/50 (x) 77/210
২) ওপৰৰ প্ৰশ্ন -1 অত যিবোৰ ’ৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে সেইবোৰৰ দশমিক বিস্তৃতিবোৰ লিখি দেখুওৱা ।
৩) তলৰ বাস্তৱ সংখ্যাবোৰৰ ইয়াত দেখুওৱা ধৰণে দশমিক বিস্তৃতি আছে। প্ৰতিটোৰে ক্ষেত্ৰত ই এটা পৰিমেয় হয়নে নহয় সিদ্ধান্ত কৰা। যদি ই পৰিমেয় আৰু ই p/q আৰ্হিৰ, তেন্তে ইয়াৰ q ৰ মৌলিক উৎপাদকীকৰণ বিষয়ে কি ক’ৱ পাৰিবা। (i) 43.123456789 (ii) 0.120120012000120000………. (iii) 43.123456789123456789123456789…..
Class 10 Maths Exercise 1.4 Assamese Medium PDF
আপুনি যদি Class 10 Maths Exercise 1.4 Assamese Medium PDF ৰ পৰা পঢ়িব বিচাৰে তেন্তে তলত দিয়া লিংকত ক্লিক কৰক।
Class 10 Maths Exercise 1.4 Assamese Medium PDF