Class 10 Maths Exercise 1.3 Assamese Medium PDF

আপুনি বাৰু Class 10 Maths Exercise 1.3 Assamese Medium PDF বিচাৰি ইয়ালৈ আহিছে নেকি বা আপুনি এইবাৰ HSLC Final Exam দিব নেকি তেন্তে এই লিখনিয়ে আপোনাক বিভিন্ন প্ৰকাৰৰ সহায় কৰিব বুলি আমি আশাবাদী।

আজিৰ আলোচনাত আমি Class 10 Maths Exercise 1.3 Assamese Medium PDF Notes দিবলৈ প্ৰয়াস কৰিছো যত Assamese Medium Class 10 Maths Exercise 1.3 ৰ প্ৰতিটো প্ৰশ্নৰ সমাধান পাব।

Class 10 Maths Exercise 1.3 ত কি কি প্ৰশ্ন আছে ?

আমি যদি ভালদৰে লক্ষ্য কৰোঁ তেন্তে পাম যে Class 10 Maths Exercise 1.3 Assamese Medium ত মুঠ 3 টা প্ৰশ্ন আছে । ইয়াত আমি পোনে পোনে প্ৰশ্ন কেইটা তলত উল্লেখ কৰিছো আৰু তাৰ সমাধান হিচাপে আমি Class 10 Maths Exercise 1.3 Assamese Medium PDF Notes তলৰ লিংকত যোগান ধৰিব প্ৰয়াস কৰিছো।

আপুনি যদি Class 10 Maths Exercise 1.3 Assamese Medium PDF ৰ পৰা পঢ়িব বিচাৰে তেন্তে তলত দিয়া লিংকত ক্লিক কৰক।

Class 10 Maths Exercise 1.3 Question Assamese Medium

১) দেখুওৱা যে √5 অপৰিমেয় ।
২) দেখুওৱা যে 3+2√5 এটা পৰিমেয় সংখ্যা ।
৩) দেখুওৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় : (i) 1÷√2 (ii) 7√5 (iii) 6+√2

Class 10 Maths Exercise 1.3 Assamese Medium PDF

প্ৰত্যুত্তৰ দিয়ক