Class 10 Mathematics Chapter 2 Assamese Medium তথা অসমীয়া মাধ্যমৰ দশম মান শ্ৰেণীৰ গণিতৰ দ্বিতীয় অধ্যায়ৰ সম্পূৰ্ণ ধাৰণা, প্ৰয়োজনীয় সূত্ৰ আমি আলোচনা কৰিম। ইয়াত Concept of Polynomials আলোচনাৰ পিছত আমি Class 10 Maths Chapter 2 Assamese Medium Exercise 2.1, Exercise 2.2, Exercise 2.3 আৰু Exercise 2.4 ৰ প্রতিটো প্ৰশ্নৰ সমাধান আমি আলোচনা কৰিব গৈ আছোঁ।
Table of Contents
What are polynomials । বহুপদ কি
ধ্ৰুৱক আৰু চলক সমূহক যোগ, বিয়োগ, পূৰণ আৰু হৰণৰ জৰিয়তে প্ৰকাশ কৰিলে তাক আমি সহজ ভাষাত বহুপদ বা Polynomial বুলি কব পাৰি যদিও ইয়াৰ সংজ্ঞা বেলেগ। যেনে – 2x2 + 4x + 7, 8y2 + 2y + 2 ইত্যাদি।
ইয়াত 2, 4, 7, 8 আদি ধ্ৰুৱক আৰু x, y, z আদি চলক। ইয়াৰ ওপৰিও এটা কথা জনা প্ৰয়োজন জ বহুপদৰ মাত্ৰা কি? আচলতে বহুপদ এটাৰ চলকৰ সৰ্বোচ্চ ঘাত বা সূচকক তাৰ মাত্ৰা বুলি কোৱা হয়।
Types of polynomials । বহুপদৰ প্ৰকাৰ
বহুপদৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি বহুপদক ৰৈখিক বহুপদ (যাৰ মাত্ৰা 1), দ্বিঘাত বহুপদ (যাৰ মাত্ৰা 2), ত্ৰিঘাত বহুপদ (যাৰ মাত্ৰা 3) আদি প্ৰকাৰত প্ৰকাশ কৰা হয়। বহুপদৰ শূন্য কি ? এটা বাস্তৱ সংখ্যা α ক বহুপদ P(x) ৰ শূন্য বুলি কোৱ হব যদিহে P(α)= 0
দ্বিঘাত বহুপদৰ মূল আৰু সহগৰ সম্পৰ্ক
যদি P(x) = ax2 + bx + c, যত a ৰ মান শূন্য নহয় আৰু মূল দুটা α, β তেন্তে –
মূল দুটাৰ যোগফল “α + β” সদায় x ৰ সহগৰ ঋণাত্মক মান আৰু x2 সহগৰ ৰ অনুপাত।
মূল দুটাৰ পূৰণফল αβ, ধ্ৰুৱক পদ আৰু x2 ৰ সহগৰ অনুপাত।
যদি আপুনি Assamese Medium ৰ Class 10 Mathematics ৰ Exercise ৰ প্ৰশ্নৰ সমাধান বিচাৰি আছে তেন্তে এতিয়াই তলৰ লিংকত ক্লিক কৰক।
Class 10 Maths Exercise 2.1
Class 10 Mathematics Exercise 2.1 Assamese Medium PDF
Class 10 Maths Exercise 2.2 in Assamese | দশম শ্ৰেণীৰ গণিত অনুশীলনী 2.2
Class 10 Mathematics Exercise 2.2 Assamese Medium PDF
Class 10 Maths Exercise 2.3
Class 10 Mathematics Exercise 2.3 Assamese Medium PDF
Class 10 Maths Exercise 2.4
Class 10 Mathematics Exercise 2.4 Assamese Medium PDF
শেষ বাক্য | Class 10 Mathematics Chapter 2 Assamese Medium
আমি Class 10 Maths Assamese Medium ৰ Chapter 2 ৰ সূত্ৰ, ধাৰণা আৰু অনুশীলনীৰ সম্পূৰ্ণ সমাধান আলোচনা কৰিলোঁ। আশা কৰো আপোনালোকে ভাল পাব আৰু এই বিষয় সমূহ আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে Share কৰিব।
[…] Class 10 Mathematics Chapter 2 Assamese Medium25/05/2021/0 Comments […]
[…] Class 10 Mathematics Chapter 2 Assamese Medium26/05/2021/1 Comment […]
[…] Class 10 Mathematics Chapter 2 Assamese Medium26/05/2021/2 Comments […]
[…] বহুপদ | Class 10 Mathematics Chapter 2 […]