Class 10 Maths Ex 15.1 Q17-Q25 Assamese Medium | সম্ভাৱিতাৰ অনুশীলনী ১৫.১

আমি আলোচনা কৰি আছোঁ Class 10 Maths Chapter 15 তথা সম্ভাৱিতাৰ অনুশীলনী ১৫.১ ৰ সমাধানৰ বিষয়ে। Class 10 Maths Ex 15.1 Q17-Q25 Assamese Medium ৰ সমাধান আজি আমি ইয়াত দিয়াৰ প্ৰয়াস কৰিছো। প্ৰথমে আমি Assamese Medium ত অনুশীলনী 15.1 যত সৰ্বমুঠ ২৫ টা প্ৰশ্ন আছে তাৰে Exercise 15.1 Q1 – Q10 Solution, Exercise 15.1 Q11 – Q16 Solution ৰ দুটা লিখনি প্ৰকাশ কৰিছো। আজি আমি আলোচনা কৰিব প্ৰয়াস কৰি আছোঁ আৰু Class 10 Maths Exercise 15.1 Q17- Q25 Assamese Medium Solution.

ইয়াত আজি আমি Class 10 Maths Ex 15.1 Q17-Q25 Assamese Medium PDF Notes সমাধান দিবলৈ আমি প্ৰস্তুত কৰিছো আৰু আপোনাৰ বাবে তলৰ লিংকত আপলোড কৰিছো। আপুনি তাৰ পৰা ডাউনলোড কৰিব পাৰিব। আপুনি যদি Class 10 Maths Assamese Medium ৰ Video Class চাব খোজে, তেন্তে ‘Assamese MediumYouTube Channel ত চাব পাৰিব।

Class 10 Maths Ex 15.1 Q17-Q25 Assamese Medium

Class 10 Maths Ex 15.1 Q17-Q25 Assamese Medium

17. (i) 20 টা বাল্বৰ টোপোলা এটাৰ 4 টা বাল্ব বেয়া। টোপোলাটোৰপৰা এটা বাল্ব যাদুচ্ছিকভাৱে লোৱা হ’ল। বাল্বটো বেয়া হোৱাৰ সম্ভাৱিতা কি?
(ii) ধৰাহ’ল (i) ত টনা বাল্বটো বেয়া নহয় আৰু ইয়াক পুনঃস্থাপন কৰা নহ’ল। এতিয়া বাকীখিনিৰপৰা এটা বাল্ব টনা হ’ল। এই বাল্বটো বেয়া নোহোৱাৰ সম্ভাৱিতা কি?

18. এটা বাকচত 1ৰ পৰা 90 নম্বৰ দি থোৱা 90 খন ডিচ্ক (থাল) আছে। যদি এখন থাল যাদৃচ্ছিকভাৱে বাকচৰপৰা টনা হয়, তেন্তে ইয়াত

  • (i) এটা দুটা অংকৰ সংখ্যা
  • (ii) এটা পূর্ণবর্গ সংখ্যা
  • (iii) 5 ৰে হৰণ যোৱা এটা সংখ্যা, লিখি থোৱাৰ সম্ভাৱিতা কি?

19. এজন শিশুৰ এটা লুডুগুটি আছে যাৰ ছয়খন পিঠিৰ তলত দেখুওৱাৰ দৰে আখৰ ওলায়। A B C D E A গুটিটো এবাৰ মাৰি পঠিওৱা হ’ল। (i) A, (ii) D ওলোৱাৰ সম্ভাৱিতা কি?

21. 144 টা বলপেন থকা এক মুঠা বলপেনত 20 টা বলপেন বেয়া আছে আৰু বাকীবোৰ ভাল। নুৰিয়ে এটা কলম কিনিব যদিহে ই ভাল হয় আৰু বেয়া হ’লে নিকিনে। দোকানীয়ে যাদৃচ্ছিকভাৱে এটা কলম আনিলে আৰু তাইক দিলে। সম্ভাবিতা কি যাতে,
(i) তাই এইটো কিনে,
(ii) তাই এইটো নিকিনে?

22. উদাহৰণ (13) লোৱাঁ। (i) তলৰ তালিকাখন সম্পূৰ্ণ কৰা:

দুটা ‘গুটিত সংখ্যাৰ সমষ্টি’23456789101112
সম্ভাৱিতা1/65/361/36

(ii) এজন ছাত্রই যুক্তি দিলে যে, তাত ‘11 টা সম্ভাব্য ফলাফল 2, 3, 4, 5, 6, 7, 8,9, 10, 11 আৰু 12। সেইকাৰণে, সিহঁতৰ প্ৰত্যেকৰে সম্ভাৱিতা 1/11 তুমি এই যুক্তিত একমতনে?’তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা।

23. এটা খেল হ’ল— এটা এটকীয়া মুদ্ৰা লৈ 3 বাৰ টচ্ কৰা আৰু প্ৰত্যেকবাৰতে ইয়াৰ ফলাফল লিখি ৰাখা। হানিফ খেলখনত জয়ী হ’ব যদি সি আটাইবোৰ ফলাফল একে পায় অর্থাৎ তিনিটা মুণ্ড বা তিনিটা পুচ্ছ পায় আৰু অন্যহাতে পৰাজিত হ’ব। হানিফ খেলখনত পৰাজিত হোৱাৰ সম্ভাৱিতা নির্ণয় কৰা।

24. এটা লুডুগুটি দুবাৰ মাৰি পঠিওৱা হ’ল। সম্ভাৱিতা কি যাতে
(i) এবাৰো 5 নোলায় ?
(ii) অন্ততঃ এবাৰ 5 ওলায় ?
[ইংগিত: এটা লুডুগুটি দুবাৰ আৰু দুটা লুডুগুটি এবাৰ একেলগে মাৰি পঠিওৱা পৰীক্ষা একে বুলি বিবেচনা কৰা হয়]

25. তলৰ কোনকেইটা উক্তি সত্য আৰু কোনকেইটা অসত্য ? তোমাৰ উত্তৰৰ কাৰণ দর্শোৱা।
(i) যদি দুটা মুদ্ৰা একেলগে টচ্ কৰা হয় তেন্তে তাত তিনিটা ফলাফল থাকে— দুয়োটা মুণ্ড, দুয়োটা পুচ্ছ বা প্রত্যেকৰে এটা। সেইবাবে, এই ফলাফলৰ প্ৰতিটোৰে সম্ভাৱিতা হ’ল
(ii) যদি এটা লুডুগুটি দলিওৱা হয়, তাত দুটা ফলাফল থাকে এটা অযুগ্ম সংখ্যা আৰু এটা যুগ্ম সংখ্যা। সেইকাৰণে, এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা হ’ল 1/2

Download Now: Class 10 Maths Exercise 15.1 Q17- Q25 PDF Notes Assamese Medium

আপুনি যদি প্ৰথম বাৰৰ বাবে Assamese Medium ৱেবচাইটত আহিছে তেন্তে আপোনাৰ বাবে জনাব বিছাৰিছো যে, আমি ইয়াত Class 6 – Class 12 Assamese Medium ৰ সকলো বিষয়ৰ সমস্যাৰ সমাধান প্ৰস্তুত কৰি আছোঁ।ইয়াৰ ওপৰিও আপোনাৰ যিকোনো সমস্যাৰ সমাধান যথা সময়ত দিবলৈ আমি Assamese Medium Facebook Page আৰম্ভ কৰিছো, আপুনি বিচাৰিলে Follow কৰিব পাৰে।

Leave a Comment