Class 10 Mathematics Chapter 2 Assamese Medium

Class 10 Mathematics Chapter 2 Assamese Medium তথা অসমীয়া মাধ্যমৰ দশম মান শ্ৰেণীৰ গণিতৰ দ্বিতীয় অধ্যায়ৰ সম্পূৰ্ণ ধাৰণা, প্ৰয়োজনীয় সূত্ৰ আমি আলোচনা কৰিম। ইয়াত Concept of Polynomials আলোচনাৰ পিছত আমি Class 10 Maths Chapter 2 Assamese Medium [Exercise 2.1, Exercise 2.2, Exercise 2.3 আৰু Exercise 2.4] ৰ প্রতিটো প্ৰশ্নৰ সমাধান আমি আলোচনা কৰিব গৈ আছোঁ।

Class 10 Mathematics Chapter 2 Assamese Medium

What are polynomials । বহুপদ কি

ধ্ৰুৱক আৰু চলক সমূহক যোগ, বিয়োগ, পূৰণ আৰু হৰণৰ জৰিয়তে প্ৰকাশ কৰিলে তাক আমি সহজ ভাষাত বহুপদ বা Polynomial বুলি কব পাৰি যদিও ইয়াৰ সংজ্ঞা বেলেগ। যেনে – 2x2 + 4x + 7, 8y2 + 2y + 2 ইত্যাদি।

ইয়াত 2, 4, 7, 8 আদি ধ্ৰুৱক আৰু x, y, z আদি চলক। ইয়াৰ ওপৰিও এটা কথা জনা প্ৰয়োজন জ বহুপদৰ মাত্ৰা কি? আচলতে বহুপদ এটাৰ চলকৰ সৰ্বোচ্চ ঘাত বা সূচকক তাৰ মাত্ৰা বুলি কোৱা হয়।

Types of polynomials । বহুপদৰ প্ৰকাৰ

বহুপদৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি বহুপদক ৰৈখিক বহুপদ (যাৰ মাত্ৰা 1), দ্বিঘাত বহুপদ (যাৰ মাত্ৰা 2), ত্ৰিঘাত বহুপদ (যাৰ মাত্ৰা 3) আদি প্ৰকাৰত প্ৰকাশ কৰা হয়। বহুপদৰ শূন্য কি ? এটা বাস্তৱ সংখ্যা α ক বহুপদ P(x) ৰ শূন্য বুলি কোৱ হব যদিহে P(α)= 0

দ্বিঘাত বহুপদৰ মূল আৰু সহগৰ সম্পৰ্ক

যদি P(x) = ax2 + bx + c, যত a ৰ মান শূন্য নহয় আৰু মূল দুটা α, β তেন্তে –
মূল দুটাৰ যোগফল “α + β” সদায় x ৰ সহগৰ ঋণাত্মক মান আৰু x2 সহগৰ ৰ অনুপাত
মূল দুটাৰ পূৰণফল αβ, ধ্ৰুৱক পদ আৰু x2 ৰ সহগৰ অনুপাত

Class 10 Mathematics Chapter 2 Assamese Medium 2024

যদি আপুনি Assamese MediumClass 10 Mathematics ৰ Exercise ৰ প্ৰশ্নৰ সমাধান বিচাৰি আছে তেন্তে এতিয়াই তলৰ লিংকত ক্লিক কৰক।

Class 10 Maths Exercise 2.1 in Assamese

Download PDF Solution

ওপৰত উল্লেখ কৰা Class 10 Maths Ex 2.1 in Assamese ত যি যি প্ৰশ্ন আছে সেই সকলোবোৰৰ সমাধান আমি তলত দিয়া লিংকত PDF হিচাপে আপলোড কৰিছো। আপুনি বিচাৰিলে লিংকত ক্লিক কৰি পঢ়িব পাৰে।

Class 10 Maths Exercise 2.1 Assamese Medium PDF

Class 10 Maths Exercise 2.2 in Assamese

1. তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা।
(i) x2 – 2x – 8 (ii) 4s2 – 4s + 1 (iii) 6×2 – 3 – 7x = 6×2 – 7x – 3 (iv) 4u2 + 8u (v) t2 – 15 (vi) 3×2 – x – 4

2. তলৰ যোৰকেইটাৰ সংখ্যা দুটাক ক্ৰমে শূন্যবোৰৰসমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা।
(i) 1/4, -1 (ii) √2, 1/3 (iii) 0, √5 (iv) 1, 1 (v) -1/4, 1/4 (vi) 4, 1

3. দ্বিঘাত বহুপদবোৰৰ নিৰ্ণয় কৰা যাৰ শূন্যকেইটা তলত দিয়া ধৰণৰঃ
(i) -4 আৰু 3/2 (ii) 5 আৰু 2 (iii) 1/3 আৰু -1 (iv) 3/2 আৰু -2

Download PDF Solution

Class 10 Maths Exercise 2.2 PDF in Assamese

Class 10 Maths Exercise 2.3 in Assamese

1. P(x) বহুপদটোক g(x) বহুপদটোৰে হৰণ কৰা আৰু প্ৰতিটোৰে ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা :
(i)P(x) = x3 – 3x2 + 5x – 3 , g(x)= x2 – 2
(ii) P(x) = x4 – 3 x2 + 4x + 5, g(x)= x2 + 1 – x
(iii) P(x) = x4 – 5x + 6, g(x)= 2 – x2
(iv) P(x) = 2x4 + 3x3 – 2x2 – 9x -12, g(x)= x2 – 3
(v)P(x) = x6 + 3x2 + 10, g(x)= x3 + 1
(vi) P(x) = 2x5 – 5x4 – 7x3 + 4x2 – 10x +11, g(x)= x3 +2

2. দ্বিতীয় বহুপদটোক প্ৰথম বহুপদটোৰ হৰণ কৰি প্ৰথম বহুপদটোক দ্বিতীয় বহুপটোৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰা :
(i) t2 – 3, 2t4 + 3t3 – 2t2 – 9t – 12
(ii) x2 + 3x +1, 3x4 + 5x3 – 7x2 + 2x + 2
(iii) x3 – 3x + 1, x5 – 4x3 + x2 + 3x +1

3. যদি দুটা শূন্য √(5/3) আৰু – √(5/3), তেন্তে 3x4+6x3-2x2-10x-5 ৰ বাকী আটাইবোৰ শূণ্য উলিওৱা

4. x3 – 3x2 + x + 2 ক এটা বহুপদ g(x) ৰে হৰণ কৰাত ভাগফল x -2 আৰু ভাগশেষ -2x + 4 পোৱা গ’ল। g(x) উলিওৱা ।

5. কেইটামান বহুপদ P(x), g(x), q(x) আৰু r(x) ৰ উদাহৰণ দিয়া যাতে ইহঁতে বিভাজন কলনবিধি সিদ্ধ কৰে-
(i) P(x)মাত্ৰা = q(x) ৰ মাত্ৰা
(ii) q(x)ৰ মাত্ৰা = r (x) ৰ মাত্ৰা
(iii) r (x) ৰ মাত্ৰা = 0

Download PDF Solution

Class 10 Maths Exercise 2.3 PDF in Assamese

Class 10 Maths Exercise 2.3 in Assamese

ওপৰত উল্লেখ কৰা Class 10 Maths Ex 2.1 in Assamese ত যি যি প্ৰশ্ন আছে সেই সকলোবোৰৰ সমাধান আমি তলত দিয়া লিংকত PDF হিচাপে আপলোড কৰিছো। আপুনি বিচাৰিলে লিংকত ক্লিক কৰি পঢ়িব পাৰে।

Download PDF Solution

Class 10 Mathematics Exercise 2.4 Assamese Medium PDF

শেষ বাক্য

আমি Class 10 Maths Chapter 2 Assamese Medium ৰ সূত্ৰ, ধাৰণা আৰু অনুশীলনীৰ সম্পূৰ্ণ সমাধান আলোচনা কৰিলোঁ। আশা কৰো আপোনালোকে ভাল পাব আৰু এই বিষয় সমূহ আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে Share কৰিব।

Leave a Comment