Class 10 Mathematics Chapter 3 Assamese Medium ৰ সকলো প্ৰশ্নৰ সমাধান আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ। ইয়াত আমি অসমীয়া মাধ্যমৰ দশম মান শ্ৰেণীৰ গণিত বিষয়ৰ তৃতীয় অধ্যায় “দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ” ৰ গোটেই কেইটা অনুশীলনীৰ সমাধান আমি ইয়াত আলোচনা কৰিছোঁ।
ইয়াৰ আগতে আমি Class 10 Mathematics Chapter 2 Assamese Medium ৰ সমাধান প্ৰকাশ কৰিছোঁ, যদি আপুনি পঢ়া নাই আৰু প্ৰয়োজন বোধ কৰি আছে তেন্তে ওপৰৰ লিংকত ক্লিক কৰি সবিশেষ জানিব পাৰে। আপুনি যদি Class 10 Mathematics Chapter 2 Pdf Solution Download কৰিছে তেন্তে আজি ইয়াত Class 10 Mathematics Chapter 3 ৰ সমাধান আৰু PDF Notes ত আমি Exercise 3.1, Exercise 3.2, Exercise 3.3, Exercise 3.4, Exercise 3.5 আৰু Exercise 3.6 ৰ সমাধান।
ইয়াত আমি সম্পূৰ্ণ সমাধান প্ৰকাশ নকৰি কেৱল দুই এটা প্ৰশ্নৰ সমাধান দি আমি গোটেই Exercise ৰ PDF Notes ৰ ডাউনলোড লিংক দিছো যাতে আপোনালোকে সময় নষ্ট নকৰাকৈ Class 10 Mathematics Chapter 3 PDF Notes পাব পাৰিব।
Table of Contents
Exercise 3.1 ৰ সমাধান
Download Class 10 Maths Ex 3.1 PDF
Exercise 3.2 ৰ সমাধান
Download Class 10 Maths Ex 3.2 PDF
Exercise 3.3 ৰ সমাধান
Download Class 10 Maths Ex 3.3 PDF
Exercise 3.4 ৰ সমাধান
Download Class 10 Maths Ex 3.4 PDF
Exercise 3.5 ৰ সমাধান
Download Class 10 Maths Ex 3.5 PDF
Exercise 3.6 ৰ সমাধান
Download Class 10 Maths Ex 3.6 PDF
শেষ বাক্য Class 10 Mathematics Chapter 3 Assamese Medium
আজি আমি অসমীয়া মাধ্যমৰ গণিত বিষয়ৰ তৃতীয় অধ্যায় “দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ” ৰ সম্পূৰ্ণ সমাধান কৰিবলৈ প্ৰয়াস কৰিছোঁ। আশা কৰো আপোনালোকে আমি প্ৰকাশ কৰা পাঠ্য বিষয় সমূহ বন্ধু বান্ধৱী সকলৰ সৈতে ভাগ-বতৰা কৰিব।
ইয়াৰ ওপৰিও যদি আপোনাৰ কিবা অসুবিধা হয় বুজি পোৱাত তেন্তে আপুনি আমাৰ Assamese Medium Facebook Page ক Follow কৰি পোনপটীয়াকৈ জনাব, আমি অতি সোনকালে ইয়াৰ সমাধান দিবলৈ প্ৰয়াস কৰিম।
[…] Class 10 Mathematics Chapter 3 Assamese Medium28/05/2021/0 Comments […]
[…] Pingback: Class 10 Mathematics Chapter 3 Assamese Medium » Assamese Medium […]
[…] দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ | Class 10 Mathematics Chapter 3 […]