আপুনি বাৰু Assamese Medium Class 12 ৰ শিক্ষাৰ্থী নেকি? আপুনি HS Final Exam 2024 ৰ বাবে প্ৰস্তুতি লৈ আছে নেকি? যদি হয়, তেন্তে এই লিখনিয়ে আপোনাক যথেষ্ট সহায় কৰিব। আমি Assamese Medium ৱেবচাইটৰ জৰিয়তে আজি আপোনালৈ Class 12 Chemistry Chapter 1 in Assamese লৈ আহিছোঁ। এই Class 12 Chemistry Chapter 1 in Assamese ৰ জৰিয়তে কঠিন অৱস্থা নামৰ অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ যত Class 12 Chemistry Chapter 1 MCQ ৰ লগতে পাঠ্য ভিত্তিক সকলো প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিছো আৰু তাৰেই PDF ইয়াত যোগান ধৰাৰ প্ৰয়াস কৰিছো।
Subscribe To Our YouTube Channel
ইয়াত আমি দুটা PDF File যোগান ধৰিছো তাৰে এটাত Class 12 Chemistry Chapter 1 Question Answer আৰু আন এটাত Class 12 Chemistry Chapter 1 ৰ যিমান বিষয় আছে তাৰে আলোচনা কৰা হৈছে। এই দুটা PDF Notes ৰ জৰিয়তে আপুনি আগন্তুক HS Final Exam 2023 ত Class 12 Chemistry Chapter 1 ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ কৰিব পাৰিব।
কি কি আছে Class 12 Chemistry Chapter 1 in Assamese ত?
আমি আগতে ঊল্লেখ কৰিছো যে ইয়াত দুটা PDF দিয়া হৈছে তাৰে এটাত প্ৰশ্ন উত্তৰ আৰু আনটোত বিষয়বস্তু আলোচনা কৰা হৈছে । তেন্তে আহক আমি জানি লওঁ কি কি বিষয়বস্তু ইয়াত সন্নিবিষ্ট কৰা হৈছে।
Class 12 Chemistry Chapter 1
- কঠিন অৱস্থা কি?
- কঠিন অৱস্থা সাধাৰন বৈশিষ্ট কি?
- কঠিন পদাৰ্থৰ শ্ৰেণী বিভাজন
- নিয়তাকৰ কঠিন পদাৰ্থ
- অনিয়তাকৰ কঠিন পদাৰ্থ
- স্ফটিকাকাৰ কঠিন পদাৰ্থ
- ভুৱা কঠিন পদাৰ্থ
- ক্ৰিষ্টেলীয় পদাৰ্থৰ শ্ৰেণী বিভাজন
- স্ফটিক লেটিছ আৰু একককোষ
- স্ফটিক লেটিছ
- স্ফটিক লেটিছৰ বৈশিষ্ট
- একক কোষ আৰু ইয়াৰ প্ৰকাৰ
- এটা একককোষত থকা পৰমাণুৰ সংখ্য
- সংকুলন দক্ষতা
- কঠিন পদাৰ্থৰ ত্ৰুটি
- কঠিন পদাৰ্থৰ বৈদ্যুতিক ধৰ্ম
Class 12 Chemistry Chapter 1 in Assamese PDF
ওপৰত আমি কিছু সংখ্যকহে বিষয় ঊল্লেখ কৰিছো Class 12 Chemistry Chapter 1 in Assamese ৰ পৰা। আমি এই পোষ্টত Class 12 Chemistry Chapter 1 in Assamese ত সকলো বিষয় আলোচনা কৰা হৈছে। আপুনি আপোনাৰ ইচ্ছা অনুসৰি তলত দিয়া লিংকৰ জৰিয়তে Class 12 Chemistry Chapter 1 in Assamese PDF ডাউনলোড কৰিব পাৰিব।
ইয়াৰ ওপৰিও আমি Class 12 Chemistry Chapter 1 in Assamese ৰ জৰিয়তে Class 12 Chemistry Chapter 1 MCQ আৰু পাঠ্যপুথিৰ প্রশ্ন উত্তৰ আলোচনা কৰিছোঁ । আপুনি যদি Class 12 Chemistry Chapter 1 in Assamese ৰ প্ৰশ্ন উত্তৰ বিচাৰে তেন্তে তলত দিয়া লিংকৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব।