আপুনি বাৰু Assamese Medium Class 12 ৰ শিক্ষাৰ্থী নেকি? আপুনি HS Final Exam 2025 ৰ বাবে প্ৰস্তুতি লৈ আছে নেকি? যদি হয়, তেন্তে এই লিখনিয়ে আপোনাক যথেষ্ট সহায় কৰিব। আমি Assamese Medium ৱেবচাইটৰ জৰিয়তে আজি আপোনালৈ Class 12 Chemistry Chapter 1 in Assamese লৈ আহিছোঁ। এই Class 12 Chemistry Chapter 1 in Assamese ৰ জৰিয়তে কঠিন অৱস্থা নামৰ অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ যত Class 12 Chemistry Chapter 1 MCQ ৰ লগতে পাঠ্য ভিত্তিক সকলো প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিছো আৰু তাৰেই PDF ইয়াত যোগান ধৰাৰ প্ৰয়াস কৰিছো।
ইয়াত আমি দুটা PDF File যোগান ধৰিছো তাৰে এটাত Class 12 Chemistry Chapter 1 Question Answer আৰু আন এটাত Class 12 Chemistry Chapter 1 ৰ যিমান বিষয় আছে তাৰে আলোচনা কৰা হৈছে। এই দুটা PDF Notes ৰ জৰিয়তে আপুনি আগন্তুক HS Final Exam 2025 ত Class 12 Chemistry Chapter 1 ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ কৰিব পাৰিব।
কি কি আছে Class 12 Chemistry Chapter 1 in Assamese ত?
আমি আগতে ঊল্লেখ কৰিছো যে ইয়াত দুটা PDF দিয়া হৈছে তাৰে এটাত প্ৰশ্ন উত্তৰ আৰু আনটোত বিষয়বস্তু আলোচনা কৰা হৈছে । তেন্তে আহক আমি জানি লওঁ কি কি বিষয়বস্তু ইয়াত সন্নিবিষ্ট কৰা হৈছে।
Class 12 Chemistry Chapter 1
- কঠিন অৱস্থা কি?
- কঠিন অৱস্থা সাধাৰন বৈশিষ্ট কি?
- কঠিন পদাৰ্থৰ শ্ৰেণী বিভাজন
- নিয়তাকৰ কঠিন পদাৰ্থ
- অনিয়তাকৰ কঠিন পদাৰ্থ
- স্ফটিকাকাৰ কঠিন পদাৰ্থ
- ভুৱা কঠিন পদাৰ্থ
- ক্ৰিষ্টেলীয় পদাৰ্থৰ শ্ৰেণী বিভাজন
- স্ফটিক লেটিছ আৰু একককোষ
- স্ফটিক লেটিছ
- স্ফটিক লেটিছৰ বৈশিষ্ট
- একক কোষ আৰু ইয়াৰ প্ৰকাৰ
- এটা একককোষত থকা পৰমাণুৰ সংখ্য
- সংকুলন দক্ষতা
- কঠিন পদাৰ্থৰ ত্ৰুটি
- কঠিন পদাৰ্থৰ বৈদ্যুতিক ধৰ্ম
Class 12 Chemistry Chapter 1 in Assamese PDF
ওপৰত আমি কিছু সংখ্যকহে বিষয় ঊল্লেখ কৰিছো Class 12 Chemistry Chapter 1 in Assamese ৰ পৰা। আমি এই পোষ্টত Class 12 Chemistry Chapter 1 in Assamese ত সকলো বিষয় আলোচনা কৰা হৈছে। আপুনি আপোনাৰ ইচ্ছা অনুসৰি তলত দিয়া লিংকৰ জৰিয়তে Class 12 Chemistry Chapter 1 in Assamese PDF ডাউনলোড কৰিব পাৰিব।
ইয়াৰ ওপৰিও আমি Class 12 Chemistry Chapter 1 in Assamese ৰ জৰিয়তে Class 12 Chemistry Chapter 1 MCQ আৰু পাঠ্যপুথিৰ প্রশ্ন উত্তৰ আলোচনা কৰিছোঁ । আপুনি যদি Class 12 Chemistry Chapter 1 in Assamese ৰ প্ৰশ্ন উত্তৰ বিচাৰে তেন্তে তলত দিয়া লিংকৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব।
Class 12 Chemistry Chapter 1 Question Answer PDF
Sir First Two Chapters r link keitar bahire baki chapter keitar link keitar Kam kora nai . Kiba upai ase jodi kouk son .
Moi apunak email u koriso
Check your gmail