আপুনি বাৰু Class 10 Maths Exercise 2.3 PDF Assamese বিচাৰি ইয়ালৈ আহিছে নেকি বা আপুনি এইবাৰ HSLC Final Exam দিব নেকি তেন্তে এই লিখনিয়ে আপোনাক বিভিন্ন প্ৰকাৰৰ সহায় কৰিব বুলি আমি আশাবাদী।
- Also Read:
আজিৰ আলোচনাত আমি Class 10 Maths Exercise 2.3 PDF Note in Assamese দিবলৈ প্ৰয়াস কৰিছো যত Assamese Medium Class 10 Maths Exercise 2.3 ৰ প্ৰতিটো প্ৰশ্নৰ সমাধান পাব।
Class 10 Maths Exercise 2.3 ত কি কি প্ৰশ্ন আছে ?
Contents
আমি যদি ভালদৰে লক্ষ্য কৰোঁ তেন্তে পাম যে Class 10 Maths Exercise 2.3 PDF in Assamese ত মুঠ 5 টা প্ৰশ্ন আছে । ইয়াত আমি পোনে পোনে প্ৰশ্ন কেইটা তলত উল্লেখ কৰিছো আৰু তাৰ সমাধান হিচাপে আমি Class 10 Maths Exercise 2.3 PDF in Assamese তলৰ লিংকত যোগান ধৰিব প্ৰয়াস কৰিছো।
Class 10 Maths Exercise 2.3 Question Assamese Medium
1. P(x) বহুপদটোক g(x) বহুপদটোৰে হৰণ কৰা আৰু প্ৰতিটোৰে ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা :
(i)P(x) = x3 – 3x2 + 5x – 3 , g(x)= x2 – 2
(ii) P(x) = x4 – 3 x2 + 4x + 5, g(x)= x2 + 1 – x
(iii) P(x) = x4 – 5x + 6, g(x)= 2 – x2
(iv) P(x) = 2x4 + 3x3 – 2x2 – 9x -12, g(x)= x2 – 3
(v)P(x) = x6 + 3x2 + 10, g(x)= x3 + 1
(vi) P(x) = 2x5 – 5x4 – 7x3 + 4x2 – 10x +11, g(x)= x3 +2
2. দ্বিতীয় বহুপদটোক প্ৰথম বহুপদটোৰ হৰণ কৰি প্ৰথম বহুপদটোক দ্বিতীয় বহুপটোৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰা :
(i) t2 – 3, 2t4 + 3t3 – 2t2 – 9t – 12
(ii) x2 + 3x +1, 3x4 + 5x3 – 7x2 + 2x + 2
(iii) x3 – 3x + 1, x5 – 4x3 + x2 + 3x +1
3. যদি দুটা শূন্য √(5/3) আৰু – √(5/3), তেন্তে 3x4+6x3-2x2-10x-5 ৰ বাকী আটাইবোৰ শূণ্য উলিওৱা
4. x3 – 3x2 + x + 2 ক এটা বহুপদ g(x) ৰে হৰণ কৰাত ভাগফল x -2 আৰু ভাগশেষ -2x + 4 পোৱা গ’ল। g(x) উলিওৱা ।
5. কেইটামান বহুপদ P(x), g(x), q(x) আৰু r(x) ৰ উদাহৰণ দিয়া যাতে ইহঁতে বিভাজন কলনবিধি সিদ্ধ কৰে-
(i) P(x)মাত্ৰা = q(x) ৰ মাত্ৰা
(ii) q(x)ৰ মাত্ৰা = r (x) ৰ মাত্ৰা
(iii) r (x) ৰ মাত্ৰা = 0
Class 10 Maths Exercise 2.3 PDF in Assamese Medium
আপুনি যদি Class 10 Maths Exercise 2.3 PDF Assamese Medium ৰ পৰা পঢ়িব বিচাৰে তেন্তে তলত দিয়া লিংকত ক্লিক কৰক।