Class 10 Maths Exercise 2.2 PDF Assamese

আপুনি বাৰু Class 10 Maths Exercise 2.2 PDF Assamese Medium বিচাৰি ইয়ালৈ আহিছে নেকি বা আপুনি এইবাৰ HSLC Final Exam দিব নেকি তেন্তে এই লিখনিয়ে আপোনাক বিভিন্ন প্ৰকাৰৰ সহায় কৰিব বুলি আমি আশাবাদী।

আজিৰ আলোচনাত আমি Class 10 Maths Exercise 2.2 PDF Assamese Medium Note দিবলৈ প্ৰয়াস কৰিছো যত Assamese Medium Class 10 Maths Exercise 2.2 ৰ প্ৰতিটো প্ৰশ্নৰ সমাধান পাব।

Class 10 Maths Exercise 2.2 ত কি কি প্ৰশ্ন আছে ?

আমি যদি ভালদৰে লক্ষ্য কৰোঁ তেন্তে পাম যে Class 10 Maths Exercise 2.2 Assamese Medium ত মুঠ 3 টা প্ৰশ্ন আছে । ইয়াত আমি পোনে পোনে প্ৰশ্ন কেইটা তলত উল্লেখ কৰিছো আৰু তাৰ সমাধান হিচাপে আমি Class 10 Maths Exercise 2.1 Assamese Medium PDF Note তলৰ লিংকত যোগান ধৰিব প্ৰয়াস কৰিছো।

Class 10 Maths Exercise 2.2 Question Assamese Medium

1. তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা।
(i) x2 – 2x – 8 (ii) 4s2 – 4s + 1 (iii) 6×2 – 3 – 7x = 6×2 – 7x – 3 (iv) 4u2 + 8u (v) t2 – 15 (vi) 3×2 – x – 4

2. তলৰ যোৰকেইটাৰ সংখ্যা দুটাক ক্ৰমে শূন্যবোৰৰসমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা।
(i) 1/4, -1 (ii) √2, 1/3 (iii) 0, √5 (iv) 1, 1 (v) -1/4, 1/4 (vi) 4, 1

3. দ্বিঘাত বহুপদবোৰৰ নিৰ্ণয় কৰা যাৰ শূন্যকেইটা তলত দিয়া ধৰণৰঃ
(i) -4 আৰু 3/2 (ii) 5 আৰু 2 (iii) 1/3 আৰু -1 (iv) 3/2 আৰু -2

Class 10 Maths Exercise 2.2 PDF Assamese Medium

আপুনি যদি Class 10 Maths Exercise 2.2 PDF Assamese Medium ৰ পৰা পঢ়িব বিচাৰে তেন্তে তলত দিয়া লিংকত ক্লিক কৰক।

Class 10 Maths Exercise 2.2 PDF Assamese

প্ৰত্যুত্তৰ দিয়ক