Class 10 Maths Exercise 7.1 in Assamese PDF

আপুনি দশম শ্ৰেণীৰ শিক্ষাৰ্থী নেকি? আপুনি আগন্তুক HSLC Final Exam দিব নেকি আৰু তাৰ বাবেই হয়তো আজি আপুনি Assamese Medium ৱেবচাইটৰ এই লিখনি পঢ়ি আছে।

আজি আমি আপোনালোকৰ বাবে দশম মান শ্ৰেণীৰ গণিত বিষয়ৰ “স্থানাংক জ্যামিতি” ৰ সকলো অনুশীলনী অৰ্থাৎ Class 10 Maths Exercise 7.1, Class 10 Maths Exercise 7.2, Class 10 Maths Exercise 7.3 আলোচনা কৰিছো।


হয়, আপুনি যদি Class 10 Maths Exercise 7.1 in Assamese PDF বিচাৰি ইয়ালৈ আহিছে তেন্তে আপুনি এইবাৰ HSLC Final Exam দিব আৰু আমি বিশ্বাসী যে এই লিখনিয়ে আপোনাক বিভিন্ন প্ৰকাৰৰ সহায় কৰিব বুলি আমি আশাবাদী।

আজিৰ আলোচনাত আমি Class 10 Maths Exercise 7.1 in Assamese PDF দিবলৈ প্ৰয়াস কৰিছো যত Assamese Medium Class 10 Maths Exercise 7.1 ৰ প্ৰতিটো প্ৰশ্নৰ সমাধান পাব।

Class 10 Maths Exercise 7.1 in Assamese PDF ত কি কি প্ৰশ্ন আছে ?

আমি যদি ভালদৰে লক্ষ্য কৰোঁ তেন্তে পাম যে Class 10 Maths Exercise 7.1 ত মুঠ 10 টা প্ৰশ্ন আছে । ইয়াত আমি পোনে পোনে প্ৰশ্ন কেইটা তলত উল্লেখ কৰিছো আৰু তাৰ সমাধান হিচাপে আমি Class 10 Maths Exercise 7.1 in Assamese PDF তলৰ লিংকত যোগান ধৰিব প্ৰয়াস কৰিছো।

Class 10 Maths Exercise 7.1 Solution in Assamese

1. তলৰ প্ৰতিটো বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা।

(i) (2, 3), (4, 1)
(ii) (-5, 7), (-1, 3)
(iii) (a, b), (-a, -b)

2. (0, 0) আৰু (36, 15) ৰ মাজত দূৰত্ব উলিওৱা।
3. (1, 5), (2, 3) আৰু (-2, -11) বিন্দুকেইটা একৰেখীয় হয়নে নিৰ্ণয় কৰা।
4. (5, -2), (6, 4) আৰু (7, -2) বিন্দুকেইটা এটা সমবাহু ত্ৰিভূজৰ শীৰ্ষবিন্দু হয় নে নহয় পৰীক্ষা কৰা।
5. এটা শ্ৰেণীকোঠাত 4 জন বন্ধু চিত্ৰত দিয়াৰ দৰে A, B, C আৰু D স্থানত বহিছে। চম্পা আৰু চামেলি শ্ৰেণী কোঠআলৈ সোমাই গ’ল আৰু অলপ সময় নিৰীক্ষণ কৰাৰ পাছত চম্পাই চামেলিক সুধিলে “ABCD এটা বৰ্গ বুলি তুমা নাভাবানে?” চামেলিয়ে বৰ্গ নহ’ব বুলি জনালে। দূৰত্বৰ সূত্ৰ ব্যৱহাৰকৰি তেওঁলোক দুজনীৰ কোন শুদ্ধ নিৰূপণ কৰা।

6. তলৰ বিন্দুবিলাকে যদি চতুৰ্ভূজ গঠন কৰে তেনেহ’লে সেই চতুৰ্ভূজৰ স্বৰূপ নিৰ্ণয় কৰা আৰু তোমাৰ উত্তৰৰ সাপেক্ষে কাৰণ দাঙি ধৰা।
i) (-1, -2), (1, 0), (-1, 2), (-3, 0)
ii) (-3, 5), (3, 1), (0, 3), (-1, -4)
iii) (4, 5), (7, 6), (4, 3), (1, 2)

7. (2, -5) আৰু (-2, 9) বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা।
8. y ৰ সেই মান নিৰ্ণয় কৰা যাৰ বাবে P(2, -3) আৰু Q(10, y) বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 একক হয়।
9. যদি Q(0, 1) বিন্দুটো P(5, -3) আৰু R(x, 6) ৰ পৰা সমদূৰৱৰ্তী তেন্তে x অৰ মান উলিওৱা। তদুপৰি QR আৰু PR ৰ দূৰত্বকেইটা উলিওৱা।
10. x আৰু y ৰ মাজৰ সম্পৰ্ক উলিওৱা যাতে (x, y) বিন্দুটো (3, 6) আৰু (-3, 4) বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী হয়।

Class 10 Maths Exercise 7.1 in Assamese

আপুনি যদি Class 10 Maths Exercise 7.1 in Assamese PDF ৰ পৰা পঢ়িব বিচাৰে তেন্তে তলত দিয়া লিংকত ক্লিক কৰক।

Class 10 Maths Exercise 7.1 in Assamese PDF

প্ৰত্যুত্তৰ দিয়ক