আপুনি দশম শ্ৰেণীৰ শিক্ষাৰ্থী নেকি? আপুনি আগন্তুক HSLC Final Exam দিব নেকি আৰু তাৰ বাবেই হয়তো আজি আপুনি Assamese Medium ৱেবচাইটৰ এই লিখনি পঢ়ি আছে।
আজি আমি আপোনালোকৰ বাবে দশম মান শ্ৰেণীৰ গণিত বিষয়ৰ “স্থানাংক জ্যামিতি” ৰ সকলো অনুশীলনী অৰ্থাৎ Class 10 Maths Exercise 7.1, Class 10 Maths Exercise 7.2, Class 10 Maths Exercise 7.3 আলোচনা কৰিছো।
হয়, আপুনি যদি Class 10 Maths Exercise 7.3 in Assamese PDF বিচাৰি ইয়ালৈ আহিছে তেন্তে আপুনি এইবাৰ HSLC Final Exam দিব আৰু আমি বিশ্বাসী যে এই লিখনিয়ে আপোনাক বিভিন্ন প্ৰকাৰৰ সহায় কৰিব বুলি আমি আশাবাদী।
আজিৰ আলোচনাত আমি Class 10 Maths Exercise 7.3 in Assamese PDF দিবলৈ প্ৰয়াস কৰিছো যত Assamese Medium Class 10 Maths Exercise 7.3 ৰ প্ৰতিটো প্ৰশ্নৰ সমাধান পাব।
Class 10 Maths Exercise 7.3 in Assamese PDF ত কি কি প্ৰশ্ন আছে ?
Contents
আমি যদি ভালদৰে লক্ষ্য কৰোঁ তেন্তে পাম যে Class 10 Maths Exercise 7.3 ত মুঠ 5 টা প্ৰশ্ন আছে । ইয়াত আমি পোনে পোনে প্ৰশ্ন কেইটা তলত উল্লেখ কৰিছো আৰু তাৰ সমাধান হিচাপে আমি Class 10 Maths Exercise 7.3 in Assamese PDF তলৰ লিংকত যোগান ধৰিব প্ৰয়াস কৰিছো।
Class 10 Maths Exercise 7.3 Solution in Assamese
1. ত্ৰিভূজৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষবিন্দুবিলাক হ’ল
(i) (2, 3), (-1, 0), (2, -4)
(ii) (-5, -1), (3, -5), (5, 2)
2. তলৰ প্ৰতিটো ক্ষেত্ৰত ‘k’ ৰ মান উলিওৱা যেতিয়া সেই বিন্দুবিলাক একৰেখীয়।
(i) (7, -2), (5, 1), (3, k)
(ii) (8, 1), (k, -4), (2, -5)
3. (0, -1), (2, 1) আৰু (0, 3) শীৰ্ষবিন্দু কেইটাৰে গঠিত ত্ৰিভূজটোৰ বাহুবিলাকৰ মধ্যবিন্দুকেইটা সংযোগ কৰি গঠন কৰা ত্ৰিভূজটোৰ কালি নিৰ্ণয় কৰা। এই ত্ৰিভূজটোৰ কালি আৰু প্ৰদত্ত ত্ৰিভূজটোৰ কালিৰ অনুপাত নিৰ্ণয় কৰা।
4. সেই চতুৰ্ভূজটোৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষবিন্দুবিলাক ক্ৰম অনুসৰি (-4, -2), (-3, -5), (3, -2) আৰু (2, 3)।
5. তোমালোকে নৱম শ্ৰেণীত পঢ়ি আহিছা যে ত্ৰিভূজৰ মধ্যমা এডালে ত্ৰিভূজটোক দুটা ভাগত ভাগ কৰে যাৰ কালি সমান। ∆ABC ৰ ক্ষেত্ৰত ইয়াৰ স্যাপন কৰা যদি ইয়াৰ শীৰ্ষবিন্দুকেইটা A(4, -6), B(3, -2) আৰু C(5, 2)।
Class 10 Maths Exercise 7.3 in Assamese
আপুনি যদি Class 10 Maths Exercise 7.3 in Assamese PDF ৰ পৰা পঢ়িব বিচাৰে তেন্তে তলত দিয়া লিংকত ক্লিক কৰক।