Class 10 Maths Exercise 11.1 in Assamese

আপুনি দশম শ্ৰেণীৰ শিক্ষাৰ্থী নেকি? আপুনি আগন্তুক HSLC Final Exam 2023 দিব নেকি আৰু তাৰ বাবেই হয়তো আজি আপুনি Assamese Medium ৱেবচাইটৰ এই লিখনি পঢ়ি আছে।

আজি আমি আপোনালোকৰ বাবে দশম মান শ্ৰেণীৰ গণিত বিষয়ৰ “বৃত্ত” ৰ সকলো অনুশীলনী অৰ্থাৎ Class 10 Maths Exercise 11.1 আলোচনা কৰিছো।

হয়, আপুনি যদি Class 10 Maths Exercise 11.1 in Assamese PDF বিচাৰি ইয়ালৈ আহিছে তেন্তে আপুনি এইবাৰ HSLC Final Exam দিব আৰু আমি বিশ্বাসী যে এই লিখনিয়ে আপোনাক বিভিন্ন প্ৰকাৰৰ সহায় কৰিব বুলি আমি আশাবাদী।

আজিৰ আলোচনাত আমি Class 10 Maths Exercise 11.1 in Assamese PDF দিবলৈ প্ৰয়াস কৰিছো যত Assamese Medium Class 10 Maths Exercise 11.1 ৰ প্ৰতিটো প্ৰশ্নৰ সমাধান পাব।

Class 10 Maths Exercise 11.1 in Assamese ত কি কি প্ৰশ্ন আছে ?

আমি যদি ভালদৰে লক্ষ্য কৰোঁ তেন্তে পাম যে Class 10 Maths Exercise 11.1 ত মুঠ 8 টা প্ৰশ্ন আছে । ইয়াত আমি পোনে পোনে প্ৰশ্ন কেইটা তলত উল্লেখ কৰিছো আৰু তাৰ সমাধান হিচাপে আমি Class 10 Maths Exercise 11.1 in Assamese PDF তলৰ লিংকত যোগান ধৰিব প্ৰয়াস কৰিছো।

Class 10 Maths Exercise 11.1 Solution in Assamese

আমি যদি ভালদৰে লক্ষ্য কৰোঁ তেন্তে পাম যে Class 10 Maths Exercise 11.1 in Assamese Medium ত মুঠ 7 টা প্ৰশ্ন আছে । ইয়াত আমি পোনে পোনে প্ৰশ্ন কেইটা তলত উল্লেখ কৰিছো আৰু তাৰ সমাধান হিচাপে আমি Class 10 Maths Exercise 11.1 in Assamese তলৰ লিংকত যোগান ধৰিব প্ৰয়াস কৰিছো।

  1. 7.6 চে.মি. দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকা আৰু ইয়াক 5:8 অনুপাতত ভাগ কৰা। ভাগ দুটা জোখা।
  2. 4 চে.মি., 5 চে.মি. আৰু 6 চে.মি. বাহুৰ এটা ত্ৰিভুজ আঁকা আৰু তাৰ পিছত ইয়াৰ সদৃশ হোৱাকৈ এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ ⅔ গুণ হয়।
  3. 5 চে.মি., 6 চে.মি. আৰু 7 চে.মি. বাহুযুক্ত এটা ত্ৰিভুজ আঁকা আৰু তাৰ পিছত আন এটা ত্রিভুজ আঁকা যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ গুণ হয়।
  4. ভূমি ৪ চে.মি. আৰু উন্নতি 4 চে.মি. যুক্ত এটা সমদ্বিবাহু ত্রিভুজ আঁকা আৰু তাৰ পিছত আন এটা ত্রিভুজ আঁকা যাৰ বাহুবোৰ সমদ্বিবাহু ত্রিভুজটোৰ অনুৰূপ বাহুবোৰৰ 1½গুণ।
  5. BC = 6 চে.মি., AB = 5 চে.মি. আৰু <ABC = 60° যুক্ত ABC এটা ত্রিভুজ আঁকা।তাৰ পিছত এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ ABC ত্রিভুজটোৰ অনুৰূপ বাহুবোৰৰ 3/4 গুণ হয়।
  6. BC = 7 চে.মি., <B = 45°, <A = 105° যুক্ত ABC এটা ত্ৰিভুজ আঁকা। তাৰ পিছত, এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ ∆ABC ৰ অনুৰূপ বাহুবোৰৰ 3/4
  7. এটা সমকোণী ত্রিভুজ আঁকা য’ত বাহুবোৰৰ (অতিভূজক বাদ দি) দৈৰ্ঘ্য 4 চে.মি. আৰু 3 চে.মি.। তাৰ পিছত আন এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ প্ৰদত্ত ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 5/3 গুণ।

Class 10 Maths Exercise 11.1 in Assamese Medium ত যি প্ৰশ্ন আছে সেইবোৰ আমি ডি টি পি কৰাৰ বহুত অসুবিধা বাবে আমি ইয়াত যোগান ধৰিব নোৱাৰিলো। আপুনি Class 10 Maths Exercise 11.1 in Assamese Medium কিতাপৰ পৰা আপুনি চাই লব বুলি আমি আশা ৰাখিলোঁ। এই অনুশীলনত যি যি প্ৰশ্ন আছে সেইবোৰৰ সমাধান তলত দিয়া লিংকৰ জৰিয়তে যোগান ধৰিব প্ৰয়াস কৰিছোঁ। আপুনি তাৰ পৰা ডাউনলোড কৰিব পাৰিব।

Download Class 10 Maths Exercise 11.1 PDF in Assamese

আপুনি যদি Class 10 Maths Exercise 11.1 in Assamese PDF ৰ পৰা পঢ়িব বিচাৰে তেন্তে তলত দিয়া লিংকত ক্লিক কৰক।

Class 10 Maths Exercise 11.1 in Assamese PDF

প্ৰত্যুত্তৰ দিয়ক